VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

খোৱাৰ পিছতেই পেট ফুলি যায় নেকি ? এইববিধ পানীয়ৰে নিৰাময় কৰিব পাৰিব কম সময়তে 

voicedesk by voicedesk
April 5, 2023
in জীৱন
খোৱাৰ পিছতেই পেট ফুলি যায় নেকি ? এইববিধ পানীয়ৰে নিৰাময় কৰিব পাৰিব কম সময়তে 
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

খোৱাৰ অনিয়ম হ’লেই পেট ফুলাৰ সমস্যা হ’ব পাৰে। কোষ্ঠকাঠিন্য , গেচ নাইবা হজমৰ বিভিন্ন সমস্যাৰ পৰাও পেট ফুলিব পাৰে। এনে ধৰণৰ সমস্যা হ’লে অৱহেলা কৰা উচিত নহয়। বিভিন্ন কাৰণত পেট ফুলিব পাৰে। পেটত মেদ জমা হ’লে , পেটৰ ভিতৰত পানী জমা হ’লে নাইবা পেটত বায়ু জমা হ’লেও পেট ফুলাৰ সমস্যা হ’ব পাৰে। বহুতৰ আকৌ খোৱাৰ পিছতেই পেট ফুলি যায়। পুষ্টবিদৰ মতে , বহুত সময়ত খাদ্যাভাসৰ পৰিৱনৰ্তৰ কাৰণেও পেট ফুলিব পাৰে। কোষ্ঠকাঠিন্য , গেচ নাইবা হজমৰ সমস্যাৰ পৰা প্ৰথমতে পেট ফুলিবলৈ ধৰে আৰু দীৰ্ঘ সময় ধৰি পেট ফূলি থাকিলে সমস্যা জটিল হৈ পৰিব পাৰে।
পুষ্টিবিদ সকলৰ মতে –

১) আমি কি খাইছো সেইটো যেনেকৈ গুৰুত্বপূৰ্ণ কথা ঠিক তেনেকৈ কি ধৰণে খাইছো সেইটো আৰু জৰুৰী কথা । যেতিয়াই খৰধৰকৈ খাদ্য খোৱা হয় তেতিয়াই বহুত বেছি পৰিমাণে বতাহ পেটলৈ যায় আৰু সেইবাবে পেট ফুলিব পাৰে। গতিকে লাহে লাহে সময় লৈ আহাৰ গ্ৰহণ কৰিব লাগে আৰু খোৱা বস্তু ভালকৈ চবাই খাব লাগে।

২) পেট ফুলাৰ সমস্যা কমাবলৈ হ’লে প্ৰচুৰ পৰিমাণে পটাছিয়াম যুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিয়ে পুষ্টিবিদ সকলে। প্ৰতিদিনে যদি পেট ফুলাৰ সমস্যা হয় তেনেহ’লে কল , মিঠা আলু , অমৰা আদি প্ৰতিদিনৰ খাদ্য তালিকাত ৰাখিব লাগে। পুষ্টিবিদ সকলৰ মতে , পটাছিয়াম সমৃদ্ধ খাদ্যই প্ৰদাহ কমোৱাত বিশেষ ভূমিকা লয়।

৩) প্ৰতিদিনৰ খাদ্য তালিকাত ছডিয়ামৰ মাত্ৰা বাঢ়িলে শৰীৰত পানীৰ পৰিমাণ বাঢ়ি যায় আৰু পেট ফুলাৰ নিচিনা সমস্যা হ’ব পাৰে। ব্ৰেড , ৰ’ল , পিৎজা , ছেন্দুইজ , ফ্ৰোজেন মাংস ছুপ , নিমখীয়া খাদ্য আদি এৰাই চলিব লাগে।

৪) গেষ্ট্ৰোইনটেষ্টাইনাল ট্ৰাক্টত প্ৰচুৰ পৰিমাণে বায়ু বা গেচ জমা হ’লে পেট ফুলি যাব পাৰে আৰু তাৰ লগতে হজমৰ সময়ত গেচ জমা হয় আৰু তাৰ ফলত অস্বস্তি বাঢ়িব পাৰে। গতিকে প্ৰতিটো গধূৰ আহাৰ গ্ৰহণ কৰাৰ পিছত জোৱান , চফগুটি আৰু জিৰা মিহলাই তৈয়াৰ কৰা পানীয় পান কৰিব লাগে। এই পানীয় পান কৰিলে বহুতো উপকাৰ পোৱা যায়।
যদিহে এই সমস্যা বেছি হয় তেনেহ’লে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

পর্ণ তাৰকাক উৎকোচঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
পর্ণ তাৰকাক উৎকোচঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

পর্ণ তাৰকাক উৎকোচঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7