VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ফ্ৰীজত ৰাখিলেও নষ্ট হ’ব পাৰে মিঠাই , কেনেদৰে ৰাখিলে বেছিদিনলৈ মিঠাই ভালে থাকিব !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 24, 2023
in জীৱন
ফ্ৰীজত ৰাখিলেও নষ্ট হ’ব পাৰে মিঠাই , কেনেদৰে ৰাখিলে বেছিদিনলৈ মিঠাই ভালে থাকিব !!
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

 

মিঠাইৰ খাই ভাল পোৱা মানুহ খুব কমেই ওলাব ৷  উৎসৱ হওক বা আলহীৰ বাবে হওক, মিঠাই অবিহনে সকলো অসম্পূৰ্ণ হৈয়েই থাকে। বহু ঘৰত দিনৰ শেষত মিঠাই খোৱাৰ অভ্যাস আছে। ৰাসগোল্লাৰ পৰা আৰম্ভ কৰি মাখা সন্দেশ,  বহুতে  মিঠাই ফ্ৰীজত ৰাখে। কিন্তু ফ্ৰীজত ৰখাৰ অৰ্থ এইটো নহয় যে মিঠাইবোৰ বহু দিনলৈ ভালে থাকিব ৷ সঠিক নিয়ম পালন নকৰিলে ফ্ৰীজত থকা মিঠাইবোৰো নষ্ট হ’ব পাৰে।কেনেদৰে ফ্ৰীজত ৰাখিলে বেছি দিনলৈ মিঠাই ভালে থাকিব ৷

 

১)ফ্ৰীজৰ যি অংশ অধিক আৰ্দ্ৰ হয় তাত মিঠাই নাৰাখিলে ভাল। কাগজৰ বাকচৰ পৰা মিঠাইবোৰ উলিয়াই ঢাকোন থকা পাত্ৰত ভৰাই দিলে ভাল। যদি তেনেকুৱা হয় তেন্তে ফ্ৰীজৰ বতাহ পোনপটীয়াকৈ মিঠাইবোৰত লাগিব নোৱাৰে।

২) যদি ফ্ৰীজৰ উষ্ণতা বেছি হয়, তেন্তে মিঠাই নাৰাখিলে ভাল। অত্যধিক ঠাণ্ডাই মিঠাই কঠিন কৰি তোলে। মিঠাইৰ সোৱাদটোও নাইকিয়া হৈ যাব।

৩) বহুতে মিঠাই বহুদিন ভালকৈ ৰাখিবলৈ ডিপ ফ্ৰীজত ৰাখে। এই কামটো  কেতিয়াও নকৰিব। নহলে মিঠাই বেছি কঠিন হৈ পৰিব। আনকি বৰফ হ’ব পাৰে। এবাৰ ফ্ৰীজৰ পৰা মিঠাই উলিয়াই লোৱাৰ পিছত পুনৰ ভৰাই নোথোৱাই ভাল।

৪)ফ্ৰিজত মিঠাই ৰখাটো ভাল। কিন্তু খোৱাৰ আগতে কমেও ১০-১৫ মিনিট আগতে ৰাখিব। ঠাণ্ডা মিঠাই নাখালে ভাল। স্বাভাৱিক উষ্ণতালৈ অহাৰ পিছত খাব লাগে।

Previous Post

‘সৰাভাই ভাৰ্চাছ চাৰাভাই’ৰ বিখ্যাত অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ গাড়ী দুৰ্ঘটনাত মৃত্যু

Next Post

আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ফেল’শ্বিপৰ বাবে আবেদন আহ্বান

Related Posts

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?
জীৱন

দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?

May 31, 2023
জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
Next Post
আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ফেল’শ্বিপৰ বাবে আবেদন আহ্বান

আৰ্থিক ভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ফেল'শ্বিপৰ বাবে আবেদন আহ্বান

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7