VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঔষধ নহয়, ব্যায়াম কৰক! নিয়মীয়া ব্যায়ামৰ ফলত কোন ৫টা ৰোগৰ সম্ভাৱনা হ্ৰাস পাব?

voicedesk by voicedesk
May 6, 2023
in জীৱন
ঔষধ নহয়, ব্যায়াম কৰক! নিয়মীয়া ব্যায়ামৰ ফলত কোন ৫টা ৰোগৰ সম্ভাৱনা হ্ৰাস পাব?
0
SHARES
44
VIEWS
Share on FacebookShare on Twitter

শৰীৰ সুস্থ কৰি ৰাখিবলৈ ব্যায়ামৰ কোনো বিকল্প নাই। ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে—ব্যায়ামৰ ভূমিকা অতুলনীয়। পুষ্টিবিদৰ পৰা চিকিৎসকলৈকে সকলোৰে পৰামৰ্শ একেই – নিয়মিতভাৱে ব্যায়াম কৰক। তেতিয়াহে আপুনি সুস্থ হৈ থাকিব ৷ বহু গুৰুতৰ ৰোগৰ আশংকাও দূৰ হ’ব। বহুতে হয়তো নাজানে যে কিছুমান শাৰীৰিক সমস্যা আছে যিবোৰ কেৱল ব্যায়াম কৰিলেই নিয়ন্ত্ৰণ কৰিব পাৰি।

 

উচ্চ ৰক্তচাপ

অনিয়ন্ত্ৰিত জীৱনশৈলী, বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা, মানসিক চাপ – এইবোৰ কাৰণত বহু লোক উচ্চ ৰক্তচাপত আক্ৰান্ত হয়। ঔষধ খালেও ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰাটো সদায় সম্ভৱ নহয়। এই ৰোগ নিয়ন্ত্ৰণত ৰখাৰ অন্যতম উপায় হ’ব পাৰে ব্যায়াম। ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰিবলৈ ব্যায়াম কৰাটো বাধ্যতামূলক।

 

ডায়েবিটিছ

যদি তেজত শর্কৰাৰ মাত্ৰা বাঢ়িছে তেন্তে ব্যায়ামৰ বাহিৰে ইয়াক নিয়ন্ত্ৰণ কৰাৰ আন কোনো উপায় নাই। ডায়েবেটিছ ৰোগীৰ বাবে ব্যায়াম সুস্থ হৈ থকাৰ অন্যতম উপায়। যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰিব পাৰে, কম সময়ৰ বাবেও, তেন্তে সঁচাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো সহজ হ’ব।

 

কলেষ্টেৰল

ব্যায়ামৰ ফলত শৰীৰত থকা বেয়া কলেষ্টেৰল এল ডি এলৰ পৰিমাণ কমি যায়। লগতে শাৰীৰিক কাৰ্য্যকলাপে ভাল কলেষ্টেৰল এইচ ডি এলৰ পৰিমাণ বৃদ্ধি কৰে। কলেষ্টেৰলে হৃদৰোগ, হাৰ্ট এটেক আদি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। গতিকে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ ব্যায়াম কৰিব লাগিব।

 

কৰ্কট

প্ৰতিদিনে ব্যায়াম কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। চিকিৎসকে তেনেকৈয়ে কয়। যিবোৰ কোষ কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে, সেইবোৰ কোষ ব্যায়ামৰ ফলত নিষ্ক্ৰিয় হৈ পৰে। শৰীৰৰ কেন্সাৰ বীজাণু প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি হয়। গতিকে মাৰাত্মক ৰোগৰ আশংকা দূৰ কৰিবলৈ ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ।

Previous Post

এদিনীয়া ক্ৰিকেটত আইচিচিৰ ৰেংকিঙৰ শীৰ্ষত পাকিস্তান, ভাৰত কিমান স্থানলৈ পিছুৱালে ?

Next Post

বায়ুসেনাৰ বিমান ভাঙি পৰিল বাসগৃহত ,দুগৰাকী মহিলাৰ কৰুণ মৃত্যু

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
বায়ুসেনাৰ বিমান ভাঙি পৰিল বাসগৃহত ,দুগৰাকী মহিলাৰ কৰুণ মৃত্যু

বায়ুসেনাৰ বিমান ভাঙি পৰিল বাসগৃহত ,দুগৰাকী মহিলাৰ কৰুণ মৃত্যু

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7