VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এদিনীয়া ক্ৰিকেটত আইচিচিৰ ৰেংকিঙৰ শীৰ্ষত পাকিস্তান, ভাৰত কিমান স্থানলৈ পিছুৱালে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 6, 2023
in ক্ৰীড়া
এদিনীয়া ক্ৰিকেটত আইচিচিৰ ৰেংকিঙৰ শীৰ্ষত পাকিস্তান, ভাৰত কিমান স্থানলৈ পিছুৱালে ?
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডক পৰাস্ত কৰিছে পাকিস্তানে। এদিনীয়া শৃংখলাত বাবৰ আজমৰ দলটোৱে  ৪-০ ব্যৱধানত  আগবাঢ়ি আছে। ইয়াৰ সমান্তৰালকৈ পাকিস্তান আইচিচিৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰে। দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া। তৃতীয় স্থানত আছে ভাৰত।

 

শুকুৰবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে বাবৰে। পাকিস্তানৰ অধিনায়কগৰাকীয়ে ১০৭ ৰানৰ ইনিংছ খেলিছিল। তেওঁৰ শতকটোৰ জৰিয়তে পাকিস্তানে ৩৩৪ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডে ২৩২ ৰানত ইনিংছ সমাপ্ত কৰে ৷ পাকিস্তানে নিউজিলেণ্ডক ১০২ ৰানত পৰাস্ত কৰে। এই ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তান পঞ্চম স্থানত আছিল।

 

বিশ্বকাপ অনুষ্ঠিত হোৱা বৰ্ষত এক নম্বৰ স্থানত অধিষ্ঠিত হোৱাৰ ফলত বাবৰৰ আত্মবিশ্বাস বৃদ্ধি পাব। মেচখনত জয়লাভ কৰাৰ পাছত বাবৰে কয় যে দলীয় আৰু সহায়ক কৰ্মচাৰীৰ সহায় অবিহনে এক নম্বৰ হোৱাটো সম্ভৱ নহ’লহেঁতেন। কঠিন সময়ৰ মাজেৰে আমি যুঁজ দিছো ৷ আমি বহুত অগ্ৰগতি লাভ কৰিছো। এই জয় স্মৰণীয় হৈ থাকিব। বহু সহযোগিতা, ত্যাগ আৰু সংগ্ৰামৰ অন্তত আমি এক নম্বৰ হৈ পৰিলোঁ।”

 

বাবৰে এদিনীয়া ক্ৰিকেটত ৯৯খন খেল খেলিছে। তেওঁৰ শতকৰ সংখ্যা ১৮ টা ৷  তেওঁ ৫০৮৮ ৰান সংগ্ৰহ কৰিছে। শুকুৰবাৰে পাকিস্তানৰ অধিনায়কগৰাকীয়ে ১১৭টা বলত ১০৭ ৰান সংগ্ৰহ কৰে। আঘা ছলমানে ৫৮ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ ৩৩৪ ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডৰ অধিনায়ক টম লেথামে ৭৬টা বলত ৬০ ৰান সংগ্ৰহ কৰে। কিন্তু বাকী বেটছমেনসকলে বিশেষ সফলতা লসাভ নকৰিলে ৷মাৰ্ক চেপমেনে ৪৬ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ড ২৩২ ৰানত অল আউট হৈছিল।

Previous Post

শ্বাহৰুখ –চলমানক পুনৰ একেলগে দেখা যাব পৰ্দাত! দুই তাৰকাৰ শ্বুটিঙত কিমান টকা খৰচ হ’ব জানেনে ?

Next Post

ঔষধ নহয়, ব্যায়াম কৰক! নিয়মীয়া ব্যায়ামৰ ফলত কোন ৫টা ৰোগৰ সম্ভাৱনা হ্ৰাস পাব?

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
ঔষধ নহয়, ব্যায়াম কৰক! নিয়মীয়া ব্যায়ামৰ ফলত কোন ৫টা ৰোগৰ সম্ভাৱনা হ্ৰাস পাব?

ঔষধ নহয়, ব্যায়াম কৰক! নিয়মীয়া ব্যায়ামৰ ফলত কোন ৫টা ৰোগৰ সম্ভাৱনা হ্ৰাস পাব?

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7