VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভেষজ ফাকুগুড়িৰ অতিমাত্ৰা দামৰ বাবে ক্ৰয় কৰিব নোৱাৰে নেকি ? পাকঘৰত থকা সামগ্ৰীৰে কিদৰে প্ৰস্তুত কৰিব ৰঙা –সেউজীয়া-হালধীয়া ফাকুগুড়ি !!

voicedesk by voicedesk
March 2, 2023
in জীৱন
ভেষজ ফাকুগুড়িৰ অতিমাত্ৰা দামৰ বাবে ক্ৰয় কৰিব নোৱাৰে নেকি ?  পাকঘৰত থকা সামগ্ৰীৰে কিদৰে প্ৰস্তুত কৰিব ৰঙা –সেউজীয়া-হালধীয়া ফাকুগুড়ি !!
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

সমাগত দৌল উৎসৱ ৷ দৌল উৎসৱ অথবা ফাকুৱা মানেই যেন ৰঙৰ উৎসৱ- আনন্দৰ উৎসৱ ৷  কিন্তু বজাৰত উপলব্ধ ফাকুগুড়িত ব্যৱহৃত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই শিশুৰ কোমল ছালৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। বৰ্তমান বজাৰত বিভিন্ন কোম্পানীৰ ভেষজ ফাকুগুড়ি পোৱা যায় যদিও সাধাৰণ ফাকুগুড়িৰ তুলনাত ইয়াৰ দাম আকাশলংঘী। যিসমূহ সাধাৰণ মানুহৰ বাবে ক্ৰয় কৰাটো অত্যন্ত কঠিন ৷ কেবল সেয়াই নহয় ,বজাৰত বিক্ৰী হৈ থকা ভেষজ ফাকুগুড়ি আচলতে বনৌষধিৰ পৰা তৈয়াৰ কৰা হয় নেকি? এই প্ৰশ্নৰ উত্তৰ পোৱাটো টান! গতিকে বিকল্প হিচাপে আপুনিও ঘৰতে প্ৰস্তুত কৰিব পাৰে ভেষজ ফাকুগুড়ি ৷ কোনবিধ ৰঙৰ ফাকুগুড়ি কিদৰে প্ৰস্তুত কৰিব জাঁনো আহক ৷

 

১) হালধীয়া

সকলোৰে ঘৰত হালধি আৰু বেচন মজুত থাকে ৷ চাৰি ভাগ বেচন আৰু এক ভাগ হালধি  ভালদৰে মিহলাই দিলে হালধীয়া ৰঙৰ ফাকুগুড়ি প্ৰস্তুত হ’ব। বেচন ঘৰত নাথাকিলে চাউলৰ গুড়িও আপুনি ব্যৱহাৰ কৰিব পাৰে ৷  নার্জী ফুলৰ পাহি শুকুৱাই গুড়ি কৰিলে হালধীয়া ৰং পোৱা যাব।

 

২) সেউজীয়া

পালেং শাক ভালদৰে পিহি লওঁক ৷  এইবাৰ মিশ্ৰণটো ভালদৰে চেকি গোলাপজলৰ  লগত মিহলাই লওক। তৰল মিশ্ৰণটো এটা ডাঙৰ ট্ৰেত ৰাখি একাপ কৰ্ণফ্লাৱাৰৰ সৈতে ভালদৰে মিহলাই লওক। লক্ষ্য কৰিব যাতে  কোনো ধৰণৰ মখা নাবান্ধে ৷ এইবাৰ  মিশ্ৰণটো ৰ’দত ভালদৰে  শুকুৱাই হাতেৰে গুড়ি কৰিলেই আপুনি পাব  সেউজীয়া ৰঙৰ ভেষজ ফাকুগুড়ি ৷

৩) গোলাপী

বীটৰ ৰস বনাই ভালদৰে চেকি লওক। একাপ বীটৰ ৰসৰ সৈতে এচামুচ গোলাপজল মিহলাই লওক ৷ কর্ণফ্লাৱাৰ  বা চাউলৰ গুড়ি তৰল মিশ্ৰণৰ লগত খুব ভালদৰে মিহলাই লওক। মিশ্ৰণটো ৰ’দত বা মাইক্ৰৱেভত শুকুৱাই লওক। এইবাৰ হাতেৰে ভালকৈ পিহিলে গোলাপী ৰঙৰ ফাকুগুড়ি পাব। অতি মিহি গুড়ি বিচাৰিলে মিক্সাৰত মিশ্ৰণটো পিহিবও পাৰে।

 

৪) কমলা ৰঙ

কমলাৰ বাকলি গুড়ি কৰি এই ৰং বনাব পাৰে। কমলাৰ বাকলি শুকুৱাই ভালদৰে পিহি লওক। এইবাৰ কৰ্ণফ্লাৱাৰ আৰু অলপ হালধি গুড়ি মিহলাই কমলা ৰঙৰ ফাকুগুড়ি প্ৰস্তুত কৰিব পাৰে ৷

 

ইয়াৰ বাহিৰেও খাদ্য ৰং(ফুড কালাৰ) ব্যৱহাৰ কৰি ভেষজ ফাকুগুড়ি সহজে তৈয়াৰ কৰিব পাৰি। একাপ পানীৰ চাৰি অংশ, আপোনাৰ পছন্দৰ ফুড কালাৰিং আৰু ৪ চামুচ কৰ্ণফ্লাৱাৰ একেলগে মিহলাই ডাঠ মিশ্ৰণ এটা বনাব। মিশ্ৰণটো পৰিষ্কাৰ  কাগজত এখনত ঢালি  শুকুৱাই লওক। মিশ্ৰণটো শুকাই গ’লে মিক্সাৰলৈ পৰিণত কৰি আপোনাৰ পছন্দৰ ৰঙা, নীলা, সেউজীয়া ৰঙৰ ভেষজ ফাকুগুড়ি প্ৰস্তুত কৰিব পাৰে

 

Previous Post

ব্যক্তিগত ৰেলেৰে যায় প্ৰেয়সীৰ ৰাজপ্ৰসাদলৈ, ২৮ একৰ ভুমিৰ ফুলৰ বাগিচা পাৰ হৈ আছে মুল ৰাজপ্ৰসাদ, জিমনাষ্ট প্ৰেয়সীৰ বাবে কি কি ব্যৱস্থা কৰিছে পুটিনে !!

Next Post

কোহলিৰ ৰেকর্ডক স্পর্শ ‘বেটছমেন’ উমেশৰ ! প্ৰাক্তন প্ৰশিক্ষক শাস্ত্ৰীকো কৰিলে অতিক্ৰম , কি এই নতুন অভিলেখ যাদৱৰ !

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কোহলিৰ ৰেকর্ডক স্পর্শ ‘বেটছমেন’ উমেশৰ ! প্ৰাক্তন প্ৰশিক্ষক শাস্ত্ৰীকো  কৰিলে অতিক্ৰম , কি এই নতুন অভিলেখ যাদৱৰ !

কোহলিৰ ৰেকর্ডক স্পর্শ ‘বেটছমেন’ উমেশৰ ! প্ৰাক্তন প্ৰশিক্ষক শাস্ত্ৰীকো কৰিলে অতিক্ৰম , কি এই নতুন অভিলেখ যাদৱৰ !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7