VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 21, 2021
in জীৱন
শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য
0
SHARES
1k
VIEWS
Share on FacebookShare on Twitter

সন্মুখত সমাগত প্ৰকৃতিৰ বুকুলৈ সৌন্দৰ্যৰ সম্ভাৰ কঢ়িয়াই অনা শৰৎ ঋতু। শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস।শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। কুলিৰ মাতে বসন্ত অহাৰ আগজাননী দিয়াৰ দৰে শেৱালিৰ সুবাসে ইংগিত দিয়ে শৰতৰ আগমনৰ।

শেৱালি ফুল যিদৰে দেখিবলৈ মনোমোহা সেইদৰে ইয়াৰ গুণগত মানো অতি উচ্চ। কেৱল শেৱালি ফুলেই নহয় ইয়াৰ পাতৰো আছে বহুতো ঔষধিযুক্ত গুণ।

  • আয়ুৰ্বেদিক তথা বিভিন্ন ঔষধৰ বাবে শেৱালি ফুলৰ পাত অতি উপকাৰী। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত এই শেৱালি ফুলৰ পাত নিয়মিত ভাৱে আহাৰৰ লগত ৰাখিব পাৰি।
  • ঋতু অথবা বতৰ পৰিৱৰ্তনৰ সময়ত বহুতো লোকৰ ঠাণ্ডা লাগি জ্বৰ , চৰ্দি , কাহ আদি হোৱা দেখা যায়। এনেক্ষেত্ৰত ৰোগীয়ে মৌৰ লগত শেৱালি ফুলৰ পাত মিশ্ৰণ কৰি খালে যথেষ্ট উপশম পায়।
  • চৰ্দি লাগি মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়। আনহাতে মৃৰ্গী ৰোগীক শেৱালি ফুলৰ ৰস খুৱালে এই ৰোগ যথেষ্ট আৰোগ্য হয়।
  • বাত বিষ বা গাঁঠিৰ বিষ আদিত শেৱালি ফুলৰ পাত অতি উপকাৰী।
  • বদহজম হ’লে , বমি হ’লে শেৱালি ফুলৰ পাতৰ ৰস খালে পাচন ক্ৰিয়াত যথেষ্ট উপকাৰ পোৱা যায়।
  • মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো শেৱালি গছৰ পাত উপকাৰী। আনহাতে কৃমিৰ সমস্যা থাকিলে শেৱালি ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।
  • শেৱালি গছৰ পাত খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট বৃদ্ধি পায়।
  • আনহাতে শেৱালি ফুল আৰু তাৰ বীজ চুলিৰ বাবে যথেষ্ট উপকাৰী।
Previous Post

চুলিৰ বাবে উপযোগী কেইবিধমান প্ৰকৃতিগত তেলঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

Next Post

নেচনেল ডিফেন্স একাডেমীয়ে ২০২৩ চনত আদৰণি জনাব মহিলাৰ প্ৰথমটো শাখাঃ উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে অৱগত কৰে এই কথা

Related Posts

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?
জীৱন

দিনটোত ১০ ঘণ্টাতকৈ অধিক শোৱে নেকি ?বৃদ্ধি পাব পাৰে হাৰ্ট এটেকৰ সম্ভাৱনা ?

May 31, 2023
জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?
জীৱন

জিমৰ পৰা উভতি আহিলে মূৰৰ বিষত ভোগে নেকি ? বিষ কমোৱাৰ উপায় কি?

May 30, 2023
চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?
জীৱন

চকুত কেতিয়াবা বিষ হয় নেকি? কি ধৰণেৰে আপুনি তৎক্ষণাত সুস্থ হ’ব ?

May 29, 2023
চকুৰ তলৰ অংশ  ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?
জীৱন

চকুৰ তলৰ অংশ ফুলি উঠাত অস্বস্তি পাইছে নেকি ? ঘৰতে কেনেকৈ ল’ব যত্ন?

May 26, 2023
যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক  এই তিনিধৰণৰ বাদাম  হ’ব?
জীৱন

যৌৱন ধৰি ৰাখিব বিচাৰেনে? খাদ্যৰ তালিকাত ৰাখক এই তিনিধৰণৰ বাদাম হ’ব?

May 25, 2023
Next Post
নেচনেল ডিফেন্স একাডেমীয়ে ২০২৩ চনত আদৰণি জনাব মহিলাৰ প্ৰথমটো শাখাঃ উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে অৱগত কৰে এই কথা

নেচনেল ডিফেন্স একাডেমীয়ে ২০২৩ চনত আদৰণি জনাব মহিলাৰ প্ৰথমটো শাখাঃ উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে অৱগত কৰে এই কথা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7