VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জানিলে আচৰিত হ’ব সুগন্ধিযুক্ত খৰিকাজাই মাথো ফুলেই নহয় ঔষধি গুণেৰেও ভৰপুৰ

voicedesk by voicedesk
March 15, 2022
in জীৱন
জানিলে আচৰিত হ’ব সুগন্ধিযুক্ত খৰিকাজাই মাথো ফুলেই নহয় ঔষধি গুণেৰেও ভৰপুৰ
0
SHARES
590
VIEWS
Share on FacebookShare on Twitter

খৰিকাজাই চি’ৰ সেউজীয়া জোপোহা জাতীয় গছ।
ইংৰাজী নাম ঃ Downy Lasmine
বৈজ্ঞানিক নাম ঃ Lesminum Pubesecns Wild
ফুলৰ প্ৰেমিক সকলৰ খৰিকাজাই বুলিলে মনতো ৰাইজাই কৰে। ক’তো গীতত খৰিকাজাই প্ৰাণ পাই উঠিল। ক’তো কবিৰ কবিতাত খৰিকাজাই ফুলি উঠিল তাৰ কোনো হিচাপ নাই । মুঠতে খৰিকাজাই বুলিলে আমাৰ মনত ৰঙৰ ফাকু খেলে। সুগন্ধিযুক্ত অপৰূপা খৰিকাজাই মাথো ফুল হিচাপে পৰিচিত নহয় ঔষধি গুণেৰেও জনাজাত। জানো আহকচোন-
১) খৰিকাজাইৰ শিপাৰ ৰসে বিষাক্ত সাপৰ দংশনত হোৱা বিষ উপশম কৰে।
২) খৰিকাজাইৰ শিপাৰ ৰসে মাতৃ স্তনত দুগ্ধ বৃদ্ধি কৰিব পাৰে।
৩) চকুৰ ৰোগ খৰিকাজাই ফুলৰ ৰসে দূৰ কৰিব পাৰে।
৪) খৰিকাজাই ফুলৰ ৰসে ঘা সহজে শুকোৱাত সহায় কৰে।
৫) বসন্ত ৰোগত খৰিকাজাই ফুলৰ ৰস উপকাৰী।
৬) খৰিকাজাই ফুলৰ সুগন্ধিয়ে দুষিত বায়ু শোধন কৰে।
৭) খৰিকাজাই ফুলৰ সুগন্ধিয়ে মন প্ৰফুল্লিত কৰি ৰাখিব পাৰে।
৮) খৰিকাজাই ফুলৰ ৰস সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰা হয়।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

অসম আৰক্ষীৰ জালত পৰিল অৱদেশ হত্যাৰ অন্যতম হত্যাকাৰী

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অসম আৰক্ষীৰ জালত পৰিল অৱদেশ হত্যাৰ  অন্যতম হত্যাকাৰী

অসম আৰক্ষীৰ জালত পৰিল অৱদেশ হত্যাৰ অন্যতম হত্যাকাৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7