VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পদুম ফুলৰ ৰস আৰু ফুলৰ নলীকাৰ ৰস মিহলি কৰি দিনে পাঁচ চামুচকৈ খালে হৃদয় শক্তিশালী হয়। জানো আহকচোন ৰাষ্ট্ৰীয় ফুল পদুমৰ বিষয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 6, 2022
in জীৱন
ৰাষ্ট্ৰীয় ফুল পদুম কেৱল এপাহ সৌন্দৰ্য বৰ্ধনকাৰী ফুলেই নহয়, পদুমৰো আছে বহুতো ঔষধি গুণ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

পদুম ফুল বুলিলেই আমাৰ চকুত ভাঁহি আহে ডাঙৰ ডাঙৰ পাতেৰে সৈতে এপাহ ধুনীয়া ফুল। পদুম ফুল বিলত হয় আৰু ৰাষ্ট্ৰীয় ফুল হিচাপে স্বীকৃত। বগা ,গুলপীয়া , নীলা আদি বিভিন্ন ৰঙৰ ফুলপাহ আমাৰ সকলোৰে মৰমৰ। মহাকাব্য ৰামায়ণতো নীলপদ্মৰ উল্লেখ আছে। বিভিন্ন পূজা- পাৰ্বণত পদুম ফুলৰ ব্যৱহাৰ হোৱাৰ উপৰিও ঔষধি গুণেৰে ভৰপূৰ পদুমফুল।
পদুমফুলৰ গুটি যাক আমি চাক বুলি কওঁ , খাবলৈ সোৱাদময় হোৱাৰ উপৰিও আছে বহুত উপকাৰ।
পদুম ফুলৰ পাত ডাঙৰ আৰু বন্ধাকবিৰ পাতৰ দৰে।পাতৰ কাম কেইবা খণ্ডৰ বিভক্ত অৰ্থাৎ ঢৌ খেলোৱা।পাতবিলাক বোৰ সুন্দৰকৈ সজোৱা থাকে। পদুমফুলৰ পাতবোৰো ঔষধি গুণেৰে ভৰপূৰ-
পদুমফুলৰ পাত ঔষধ হিচাপে ব্যৱহাৰ হয় যদিও গোটেই গছ জোপাই ঔষধত ব্যৱহাৰ হয়।
১) পদুম ফুলৰ ৰস চকু জ্বলন-পোৰণত উপকাৰী।
২) ব্লাডাৰ অসুবিধা , বহুমূত্ৰ , প্ৰস্ৰাৱত ৰক্ত পৰিলে , গ্ৰহণী আৰু ৰক্তহীনতা ৰোগৰ বাবে পদুমৰ পাত উপকাৰী।
৩) পদুমৰ পাতে প্ৰস্ৰাৱ কৰোৱাত সহায় কৰে।
৪) কেঁচুমুৰীয়া , টিউমাৰ ফোঁহা আৰু পুৰণি ছালৰ ৰোগ পদুম পাতৰ ৰসে দূৰ কৰিব পাৰে।
৫) পদুম পাতৰ ৰসে বেমাৰৰ বীজাণু নাশ কৰে।
৬) পদুম পাতৰ শুকান গুড়া মৌৰ লগত খালে যৌন সম্পৰ্কীয় ৰোগ দূৰ হয়।
৭) পূৰঠ পদুম ফুলৰ চকাৰ গুটি শুকুৱাই পিহি পিল কৰি তিনিটাকৈ একেৰাহে ৭/৮ দিন খালে অৰ্শ ৰোগ ভাল হয়।
৮) এবাৰ গৰ্ভপাত হোৱা গৰ্ভৱতীয়ে গৰ্ভাৱস্থাত এসপ্তাহ নিয়মীয়াকৈ পদুমৰ চকা ৰান্ধি বা গুটি খালে পুনৰ গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে।
৯) পদুম ফুলৰ ৰস , ফুলৰ নলীকাৰ ৰস মিহলি কৰি দিনে পাঁচ চামুচকৈ খালে হৃদয় শক্তিশালী হয়।
১০) ২ পাহ পদুম ফুল ২০০ গ্ৰাম পানীত উতলাই সেই পানী গৰ্ভৱতী মহিলাই জ্বলা -পোৰা ৰোগত খালে ভাল হয়।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক
জীৱন

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক
জীৱন

পাকঘৰত বিচাৰি পোৱা ৰান্ধনি মচলাৰেও কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। জানো আহক

August 9, 2022
কেতিয়াবা নাক সোপা মাৰি ধৰে। এনেকুৱা অৱস্থাত আপুনি কি কৰে বাৰু ?
জীৱন

কেতিয়াবা নাক সোপা মাৰি ধৰে। এনেকুৱা অৱস্থাত আপুনি কি কৰে বাৰু ?

August 8, 2022
চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক
জীৱন

চুলি সৰিছে নেকি? প্ৰতিৰোধৰ আছে উপায় । জানো আহক

August 6, 2022
স্বাস্থ্যৰ ক্ষেত্ৰত নেমুৰ উপকাৰিতা
জীৱন

গোল নেমু বহুত বেমাৰৰ মহৌষধ স্বৰূপ হোৱাৰ উপৰিও গোল নেমুৰ আছে আৰু কিছু বিশেষ কথা।জানো আহক

August 5, 2022
তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ
জীৱন

তুলসী গছক কিয় তীৰ্থৰ দৰে পৱিত্ৰ গছ বুলি কোৱা হয় জানেনে বাৰু ? আপোনাৰ চোতালত থকা তুলসী জোপায় কিহৰ সংকেত দিয়ে , জানো আহক

August 4, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হ’ল শিক্ষকৰ অনলাইন বদলিকৰণ প্ৰক্ৰিয়া

August 10, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7