ফলৰ ৰস খোৱাৰ পৰিৱৰ্তে ফল খাবলৈ লওঁক
অত্যাধিক নিমখ আৰু মিঠা পৰিহাৰ কৰক
অতিৰিক্ত নিমখ আৰু নিমখীয়া খাদ্য সামগ্ৰী আপোনাৰ খাদ্য তালিকাৰ পৰা বৰ্জন কৰক
কমকৈ আৰু ঘনকৈ খোৱাৰ অভ্যাস কৰক
উপবাস কৰাৰ পৰা পৰাপক্ষত বিৰত থাকক
অত্যাধিক আহাৰ সদায় বৰ্জন কৰক
গোটা ঘেঁহুৰ পৰা তৈয়াৰী আটা ব্যৱহাৰ কৰক