VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাৰোবাৰ কাৰণে আশীৰ্বাদ কভিদ১৯

শিৱানী বৰা by শিৱানী বৰা
November 9, 2021
in অভিমত, প্ৰবন্ধ, সমাজ
কাৰোবাৰ কাৰণে আশীৰ্বাদ কভিদ১৯
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কভিদ মহামাৰীয়ে মানুহৰ জীৱনলৈ শংকা কঢ়িয়াই অনাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। জীৱনৰ ভৰষা নাইকিয়া হোৱা সময়তে কিছুমান জীৱন পোহৰমুখী হৈ উঠিছে। 

লক ডাউনত ভাৰাক্ৰান্ত মনবোৰক ব্যস্ত ৰাখিবলৈ বহুতো লোকে নিজৰ প্ৰিয় কামসমূহৰ সৈতে জড়িত হৈ পৰিছিল। ছবি অঁকা, সাহিত্য চৰ্চা, ৰন্ধন কাৰ্য্য, ক্ৰাফ্ট বনোৱা আদি  মন পছন্দৰ কামত ৰাপ বাঢ়িছিল। 

এই মন পছন্দৰ কামসমূহে বহুতো লোকৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰিছে। কেক বনাই ভাল পোৱা মহিলাই এতিয়া ব্যৱসায়িক ভিত্তিত কেক বনাবলৈ আৰম্ভ কৰিছে। কোনো মহিলাই টিফিন চাৰ্ভিছ আৰম্ভ কৰিছে। বহুতো যুৱক যুৱতীয়ে ৰন্ধা বঢ়াক এতিয়া বৃত্তি হিচাপে বাছি লৈছে।

সময় পাৰ কৰিবলৈ বুলি শিকা নতুন কামবোৰে অৰ্থৰ চাহিদা পূৰণ কৰিছে। ঘৰতে প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰা চাবোন, গহনা, ঘৰ সজাবলৈ বিভিন্ন সামগ্ৰী আদিক এতিয়া জীৱিকা হিচাপে বাচি লৈছে ।

কভিদে জুৰুলা কৰা অৰ্থনৈতিক ব্যৱস্থাৰ পৰিণতিত বহুতো লোকে নিজৰ চাকৰি হেৰুৱাবলগীয়া হৈছিল। সেই সকল লোকে এতিয়া চাকৰিৰ বাবে আশা নকৰি নিজাববীয়াকৈ সৰু সৰু উদ্যোগ গঢ়ি তোলাত গুৰুত্ব দিছে।

ছবি অঁকা, সাহিত্য চৰ্চা আদি লুকাই থকা প্ৰতিভাসমূহ বাহিৰলৈ আহিছে। বহুতে নিজৰ হবিসমূহক অৰ্থ উপাৰ্জনৰ বাবে ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে। জীৱনলৈ এক গতি আহিছে।

কেৱল চাকৰিৰ বাবে অপেক্ষা কৰি থকা অসমৰ নৱ প্ৰজন্মৰ মানসিকতা কভিদ মহামাৰীয়ে সলনি কৰিলে। আত্মনিৰ্ভৰশীল হৈ আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত ই এক বলিষ্ঠ পদক্ষেপ। মানুহৰ জীৱন জুৰুলা কৰিলেও কভিদে পোহৰমুখী কৰি তোলা এনে হাজাৰ জীৱনৰ কথাও আমি আওকাণ কৰিব নোৱাৰোঁ।

 

Previous Post

মহাকাশত খোজকঢ়া প্ৰথম গৰাকী চীনা মহিলা ৱাং য়েপিং

Next Post

আপোনাৰ সুস্বাস্থ্যৰ বাবে মনত ৰাখিব লগীয়া কেইটামান কথা

Related Posts

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?
সমাজ

উদ্বেগ আৰু অস্থিৰতাই আপোনাক বিচলিত কৰিছে নেকি ? গৰমত কি ফলে সকাহ দিব পাৰে?

June 6, 2023
ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
Next Post
আপোনাৰ সুস্বাস্থ্যৰ বাবে মনত ৰাখিব লগীয়া কেইটামান কথা

আপোনাৰ সুস্বাস্থ্যৰ বাবে মনত ৰাখিব লগীয়া কেইটামান কথা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7