VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি খোৱা বস্তু ৰান্ধোতে বাৰু কিমান সময় ল’য় ? বিশেষজ্ঞ সকলে কি কয় জানো আহক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 22, 2022
in জীৱন
আপুনি খোৱা বস্তু ৰান্ধোতে বাৰু কিমান সময় ল’য় ? বিশেষজ্ঞ সকলে কি কয় জানো আহক
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

কম জুইত ৰান্ধিলে খোৱা বস্তুবোৰ অধিক পুষ্টিকৰ হয়। আমি খুওব সোনকালে হ’বৰ বাবে জুইৰ তাপমাত্ৰা বঢ়াই দিও বা সময়ৰ অভাৱৰ বাবে অতি সোন কালে ৰান্ধা হ’বৰ বাবে গেছ টো বেছিকৈ বঢ়াই দিওঁ। বেছি জুইত বা বেছি তাপ মাত্ৰাত ৰান্ধিলে কি হয় জানেনে বাৰু ? বিশেষজ্ঞ সকলৰ মতে , বেছি জুইত ৰন্ধা-বঢ়া কৰিলে বা অতি তাপমাত্ৰাত ৰন্ধাৰ ফলত খাদ্যৰ পুষ্টিগুণ নষ্ট হৈ যায়। যিমান বেছি সময় ধৰি শাক-পাচলি ৰান্ধা হয় বা যিমানে জুইৰ পৰিমাণ বঢ়াই দিয়া হয় সিমানেই সেই খাদ্যৰ পুষ্টিগুণ নষ্ট হৈ যায়। বিশেষজ্ঞ সকলে কয় , ১০ মিনিটতকৈ বেছি সময় ৰান্ধি থকা উচিত নহয়। অতি কম সময়ত তাপমাত্ৰা কমাই ৰান্ধিলে পুষ্টিগুণ অক্ষুন্ন থাকে। জনাটো উচিত যে জুইৰ মাত্ৰা বঢ়াই দি খোৱাবস্তু ৰান্ধিলে সেই খাদ্যত থকা খনিজ পদাৰ্থ নষ্ট হয় । তাৰ লগে লগে ভিটামিন আৰু অন্যান্য পুষ্টিকৰ উপাদান সমূহো কমিবলৈ ধৰে। অতিৰিক্ত তাপমাত্ৰাই যি কোনো ধৰণৰ ফল বা শাক-পাচলিত থকা ভিটামিন আৰু ফাইটো নিউট্ৰিয়েণ্টচক হ্ৰাস কৰে।

Previous Post

মণিপুৰত শোকাৱহ স্কুল বাছ দুৰ্ঘটনা, ১৫ জন শিক্ষার্থীৰ মৃত্যু

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য
জীৱন

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
জীৱন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

January 28, 2023
সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন
জীৱন

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

January 28, 2023
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
জীৱন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

January 27, 2023
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি
জীৱন

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

January 26, 2023
ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো
জীৱন

ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো

January 26, 2023
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7