VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাতিপুৱা নে আবেলি , ব্ৰেকফাষ্টৰ লগত নে ব্ৰেকফাষ্টৰ পিছত কোন সময়ত ফল খায় আপুনি ?

voicedesk by voicedesk
February 3, 2023
in জীৱন
ৰাতিপুৱা নে আবেলি , ব্ৰেকফাষ্টৰ লগত নে ব্ৰেকফাষ্টৰ পিছত কোন সময়ত ফল খায় আপুনি ?
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

ৰাতিপুৱা নে আবেলি , ব্ৰেকফাষ্টৰ লগত নে ব্ৰেকফাষ্টৰ পিছত কোন সময়ত ফল খাব লাগে জাঁনো আহক—-
মানৱ শৰীৰৰ প্ৰয়োজনীয় ভিটামিন , খনিজ-মৌল আৰু পুষ্টিগুণ পোৱা যায় ফল-মূলত। কিছুমান ফলত নানা ধৰণৰ উপাদান থকাৰ বাবে গাখীৰ বা গাখীৰৰ পৰা প্ৰস্তুত হোৱা খাদ্যৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে। ফল খোৱাৰ সঠিক সময় হ’ল ৰাতিপুৱা। ৰাতিপুৱা শুই উঠাৰ পিছত ফল খালে সোনকালে হজম হোৱাৰ উপৰিও ফলত থকা গুৰুত্বপূৰ্ণ ভিটামিন আৰু এনজাইম বিলাক সঠিক ভাবে কাম কৰিব পাৰে। ব্ৰেকফাষ্ট কৰাৰ পিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ মাজৰ সময় খিনিত ফল খোৱা উপকাৰী। বিশেষজ্ঞ সকলৰ মতে —

১) এচিডিটি বা বুকু জ্বোলা -পোৰা কৰাৰ সমস্যা থাকে তেনেহ’লে ৰাতিপুৱা খালি পেটত ফল খোৱা উচিত নহয়।
২) কফৰ সমস্যা বা সৰ্দি-হাপানীৰ সমস্যা থাকিলেও ব্ৰেকফাষ্টত ফল খোৱা উচিত নহয় বুলি বিশেষজ্ঞ সকলে জনাইছে।
৩) ৰাতি শুবলৈ যোৱাৰ আগত ফল খালে তেজত শৰ্কৰাৰ পৰিমাণ বঢ়াই তুলিব পাৰে আৰু সুন্দৰ টোপনিৰ পৰা বঞ্চিত হ’ব পাৰে।
৪) সময়ৰ অভাৱৰ বাবে প্ৰধান আহাৰৰ লগতে ফল খালে হজম শক্তি নষ্ট হয়। ফলৰ পুষ্টিগুণ শৰীৰত সঠিক ভাৱে কাম কৰিবলৈ হ’লে আহাৰৰ একঘণ্টা আগত বা একঘণ্টা পিছত ফল খাব লাগে।
৫) কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে ফল খালে উপকাৰ পোৱা যায়।
৬) অন্ত্ৰত প্ৰয়োজনীয় বেকটেৰিয়াৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে ফলে।
৭) শৰীৰ যদি সুস্থ থাকে তেনেহ’লে দিনৰ যি কোনো সময়তে ফল-মূল খাব পাৰি।
৮) ব্ৰেকফাষ্টত অকল ফলেই থাকিব নালাগে ফলৰ লগত আন খাদ্যও থকাটো প্ৰয়োজন।

 

Previous Post

দৈনিক ৰাশি ফল

Next Post

বিখ্যাত ৰোলেক্স ঘড়ীৰ মূল্য কিমান জানে নে ?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
বিখ্যাত ৰোলেক্স ঘড়ীৰ মূল্য কিমান জানে নে ?

বিখ্যাত ৰোলেক্স ঘড়ীৰ মূল্য কিমান জানে নে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7