VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আলু খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক নেকি? আলুৰ ৰস খালে কি কি উপকাৰ লাভ কৰিব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 10, 2023
in জীৱন
আলু খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক নেকি? আলুৰ  ৰস খালে কি কি  উপকাৰ লাভ কৰিব ?
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

 

পাতল মাছৰ জোল বা মাংসৰ আঞ্জা – যদি ৰন্ধা-বঢ়াত আলু নাথাকে তেন্তে মন ভৰি নুঠে ৷  ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা লোকসকলে আলু নাখাবলৈ পৰামর্শ প্ৰদান কৰা হয় ৷ আলু খোৱাটো শৰীৰৰ বাবে ভাল নে বেয়া সেই লৈ বিতৰ্কৰ সৃষ্টি হৈছে। কিন্তু পুষ্টিবিদসকলে কয় যে আলু শৰীৰৰ বাবে বেয়া, এই ধাৰণাটো সম্পূৰ্ণ ভুল। সকলো বস্তুৰ দৰে আলুৰো কিছুমান ভাল গুণ আছে। আলু খালে ডায়েবেটিছৰ মাত্ৰা বৃদ্ধি পাব, ওজন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় বুলি কিছুমান ধাৰণা আছে। কিন্তু এইবোৰৰ বাহিৰেও আলুৰ কিছু স্বাস্থ্যকৰ দিশও আছে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো আলু অতি উপযোগী। কিন্তু আলু ৰান্ধি খোৱাতকৈ  কেঁচা আলুৰ ৰস খাব  আপুনি বহুতো উপকাৰিতা লাভ কৰিনব পাৰে ৷ সেইসমূহ হৈছে –

 

১) আলুত ভিটামিন বি, চি, পটাছিয়াম, আইৰণ আৰু কপাৰ থাকে। ইয়াৰ উপৰিও যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকে। ইয়াত থকা ভিটামিন চিয়ে চৰ্দি আৰু কাহৰ সমস্যা কমায়। যিকোনো ধৰণৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ ৰস দৈনিক খালী পেটত খাব লাগে।

২) আলুৰ ৰসৰ প্ৰদাহ কমোৱাৰ ক্ষমতাও আছে। ফলত হাড়ৰ বিষো কমি যায়। বিষ হোৱা ঠাইত আলুৰ টুকুৰা এটা লগালে প্ৰায়ে সকাহ পোৱা যায় ৷

৩) গেছ, হাৰ্টবাৰ্ণৰ সমস্যাত যদি আপুনি ঘৰতে কম কৰিব বিচাৰে তেন্তে আলুৰ ৰসৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

৪) আলুৰ ৰসে কেন্সাৰ হোৱাৰ সম্ভাৱনা কম কৰিব পাৰে। ইয়াত ‘গ্লাইকোএলয়ড’ নামৰ এবিধ পদাৰ্থ থাকে। ইয়াৰ টিউমাৰ নিয়ন্ত্ৰণকাৰী গুণ আছে। ২০১৬ চনৰ এক অধ্যয়নত আলুৰ এই গুণৰ কথা উল্লেখ কৰা হৈছে।

 

Previous Post

পিতৃ-মাতৃৰ পিছত পুত্ৰ! পাটনাৰ দিল্লীৰ তেজস্বী যাদৱৰ ঘৰত পিছত ইডিৰ অভিযান, ৰেলৱেৰ অবৈধ নিযুক্তিৰ গোচৰত বিপদত লালু পৰিয়াল

Next Post

নীতা আম্বানিৰ মেকআপ আর্টিষ্টৰ পাৰিতোষিক বহুজাতিক কোম্পানীৰ চিইঅ’ৰ আয়তকৈয়ো অধিক , কিমান মাচুল লয় আপুনি জানেনে?

Related Posts

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?
জীৱন

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?

March 31, 2023
পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য
জীৱন

পুৰুষতকৈ মহিলাৰ গড় আয়ুস কিয় বেছি? নতুন গৱেষণাই উদ্ভাৱন কৰিছে ৰহস্য

March 30, 2023
আঠুৰ বিষত কষ্ট পাই আছে নেকি ? কি কাৰণত আঠুৰ বিষ হয় জানেনে বাৰু ?
জীৱন

আঠুৰ বিষত খোজ কাঢ়িব পৰা নাই নেকি ? কেনেকৈ সকাহ পাব জানো আহকচোন

March 30, 2023
বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?
জীৱন

বিৰাট- ৰণবীৰৰ দৰে দাড়ি ৰাখিব বিচাৰে নেকি ? গৰমৰ দিনত দাড়িৰ যত্ন কেনেকৈ লব?

March 28, 2023
শয়ন কক্ষ কোন দিশত হ’লে সুখ সমৃদ্ধি বাঢ়ে , জানো আহক
জীৱন

টোপনিৰ পৰা উঠি ভুলতেও এই বস্তুবোৰ নাচাব। নহ’লে জীৱনত দুৰ্দশাই এৰি নিদিব

March 28, 2023
সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?
জীৱন

সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন আছে নেকি ? যদি আছে কি হয় জানেনে বাৰু ?

March 25, 2023
Next Post
নীতা আম্বানিৰ মেকআপ আর্টিষ্টৰ পাৰিতোষিক  বহুজাতিক কোম্পানীৰ চিইঅ’ৰ আয়তকৈয়ো অধিক , কিমান মাচুল লয় আপুনি জানেনে?

নীতা আম্বানিৰ মেকআপ আর্টিষ্টৰ পাৰিতোষিক বহুজাতিক কোম্পানীৰ চিইঅ’ৰ আয়তকৈয়ো অধিক , কিমান মাচুল লয় আপুনি জানেনে?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7