VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুমথিৰাৰ বতৰ।সুমথিৰাৰে ভৰি পৰিছে বজাৰবোৰ।জানো আহকচোন সুমথিৰাৰ বিষয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 12, 2022
in জীৱন
সুমথিৰাত আছে ধুনীয়া হোৱাৰ লগতে  বহুত উপকাৰীতা- জানো আহক
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

সুমথিৰা টেঙা চিৰ’সেউজীয়া গছ। সুমথিৰা কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া হয়। ফল ৰসেৰে পৰিপূৰ্ণ। বীজ বহুতো থাকে আৰু খাবলৈ মিঠা হয়।
বৈজ্ঞানিক নাম :- Citrus aurantium
খাবলৈ অতি সোৱাদময় সুমথিৰাৰ আছে বহুত উপকাৰীতা-
১) সুমথিৰা টেঙাত থকা এছকৰবিক এচিডে ছাল নিমজ কৰে।
২) পানী লগাৰ পৰা আৰম্ভ কৰি সৰু বৰ নানা ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
৩) সুমথিৰা খালে মেদ কমে।
৪) পেটৰ বিভিন্ন ৰোগত সুমথিৰাৰ ৰস উপকাৰী।
৫) সুমথিৰাৰ ৰস খালে দৃষ্টি শক্তি বাঢ়ে।
৬) সুমথিৰা টেঙাই দেহৰ তেজৰ কাৰ্যক্ষমতা , তাপ উৎপাদন , দহন ক্ৰিয়া নিয়ন্ত্ৰণ , শৰীৰৰ ক্ষয় পূৰণ আৰু দেহ গঠন কৰাত সহায় কৰে।
৭) সুমথিৰা টেঙা জ্বৰ , জণ্ডিচ , গ্ৰহণী , পেটচলা , অজীৰ্ণ ৰোগত উপকাৰী।
৮) সুমথিৰাৰ ৰসে পাকস্থলী পৰিষ্কাৰ কৰে।
৯) সুমথিৰাৰ ৰস ব্যৱহাৰ কৰি খাদ্যবস্তু সুগন্ধি কৰিব পাৰি।
১০) কৰ্কট ৰোগীৰ বাবে সুমথিৰাৰ ৰস উপকাৰী।
বতৰৰ ফল সুমথিৰা যথেষ্ট পৰিমানে খাব লাগে। সুমথিৰাৰ ৰস আমাৰ শৰীৰৰ বাবে উপকাৰী হোৱাৰ লগতে সৌন্দৰ্য চৰ্চাতো প্ৰয়োগ কৰা হয়। সুমথিৰাৰ বাকলি পিহি লৈ মুখত সানিলে ছাল নিমজ হোৱাৰ লগতে দেখিবলৈ শুৱনি হয়।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

হাছিনাৰ পদত্যাগৰ দাবীত বিএনপিৰ সমাৱেশক কেন্দ্ৰ কৰি অশান্ত বাংলাদেশ, বাঢ়িছে ৰাজনৈতিক সংকট

Related Posts

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?
জীৱন

অগ্নাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ কি কি ?

January 28, 2023
সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন
জীৱন

সুন্দৰ বিবাহিত জীৱনৰ বাবে কিছুমান নিয়ম অতি প্ৰয়োজনীয় , জাঁনো আহকচোন

January 28, 2023
অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক
জীৱন

অৰ্শৰোগ বা পাইলচ থাকিলে কি কি খাদ্য খাব নালাগে জাঁনো আহক

January 27, 2023
নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে  নিসংগতাৰ অনুভূতি
জীৱন

নতুন পৰিৱেশত বৃদ্ধি পাব পাৰে নিসংগতাৰ অনুভূতি

January 26, 2023
ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো
জীৱন

ইণ্ডোনেছিয়াত সংঘটিত হোৱা এটি আচৰিত ঘটনাই চকু কপালত তুলিব আপোনাৰো

January 26, 2023
ওজন কমোৱাত সহায় কৰা বন্ধাকবিৰ পাঁচটা খাদ্য সম্ভাৰ
জীৱন

শৰীৰৰ মেদ কমাব বিচাৰিছে নেকি ? প্ৰতিদিনৰ আহাৰত ৰাখক বন্ধাকবি

January 26, 2023
Next Post
হাছিনাৰ পদত্যাগৰ দাবীত বিএনপিৰ সমাৱেশক কেন্দ্ৰ কৰি অশান্ত বাংলাদেশ, বাঢ়িছে ৰাজনৈতিক সংকট

হাছিনাৰ পদত্যাগৰ দাবীত বিএনপিৰ সমাৱেশক কেন্দ্ৰ কৰি অশান্ত বাংলাদেশ, বাঢ়িছে ৰাজনৈতিক সংকট

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7