VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বিবাহ পাশত আবদ্ধ হ’ল মালালা ইউছুফজাই

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 10, 2021
in জীৱন
বিবাহ পাশত আবদ্ধ হ’ল মালালা ইউছুফজাই
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

তালিবানৰ অত্যাচাৰত অতিষ্ঠ দুৰ্দশাময় জীৱন কটোৱা ১৫ বছৰীয়া পাকিস্তানৰ মালালা ইউছুফ জায়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। মহিলাৰ সৰ্বাঙ্গীন উন্নয়ন তথা সৱলীকৰণৰ সপক্ষে কাম কৰা মালালা ইউছুফ জাই বৰ্তমান ২৪ বছৰীয়া।

অলপতে মালালা বিবাহ পাশত আবদ্ধ হোৱাৰ খবৰ আহে। বৰ্তমান ব্ৰিটেইনৰ নিৱাসী মালালাই টুইটাৰত তেওঁৰ জীৱন সংগীৰ সৈতে থকা এখন ফটো প্ৰকাশ কৰে। হঠাৎ মালালাৰ বিবাহৰ ছবি দেখি সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি হয়।

মালালাৰ জীৱন সংগীৰ বিষয়ে এতিয়ালৈকে বিশেষ একো জানিব পৰা নাই। কেৱল তেওঁৰ নাম আশেৰ বুলি মালালাই উল্লেখ কৰিছে।

কিছু দিন পূৰ্বে আমেৰিকাৰ ভগ আলোচনীৰ এটা সাক্ষাৎকাৰত মালালাই তেওঁ বিবাহ প্ৰক্ৰিয়াত বিশ্বাস নাই আৰু এহাল মনৰ মিল থকা ব্যক্তি একেলগে থাকিবলৈ বিবাহৰ দৰে বান্ধোনৰ কোনো প্ৰয়োজন নাই বুলিও উল্লেখ কৰিছিল। এই কথাই পাকিস্তানত বিতৰ্কৰ সৃষ্টি কৰিছিল।

বিবাহ প্ৰথাত বিশ্বাস নথকা মালালা ইউছুফ জাইৰ বিবাহৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে।

Previous Post

পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা বেংকাৰ লখিমী বৰুৱা

Next Post

বিশ্বত প্ৰথমবাৰৰ বাবে জলবায়ু পৰিৱৰ্তনৰ বাবে গুৰুতৰভাবে অসুস্থ হৈ চিকিৎসাধীন হৈছে এজন ব্যক্তি

Related Posts

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?
জীৱন

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক
জীৱন

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক

May 27, 2022
পত্নীৰ বাবে বিমানৰ ভিতৰত  এক আচৰিত ঘোষণাৰে  হৃদয় জয় কৰিলে এজন  পাইলটে
জীৱন

পত্নীৰ বাবে বিমানৰ ভিতৰত এক আচৰিত ঘোষণাৰে হৃদয় জয় কৰিলে এজন পাইলটে

May 26, 2022
বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক
জীৱন

বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক

May 26, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে
জীৱন

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে  স্কুললৈ লৈ যোৱা  ভিডিঅ’ ভাইৰেল
জীৱন

নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে স্কুললৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
বিশ্বত প্ৰথমবাৰৰ বাবে জলবায়ু পৰিৱৰ্তনৰ বাবে গুৰুতৰভাবে অসুস্থ হৈ চিকিৎসাধীন হৈছে এজন ব্যক্তি

বিশ্বত প্ৰথমবাৰৰ বাবে জলবায়ু পৰিৱৰ্তনৰ বাবে গুৰুতৰভাবে অসুস্থ হৈ চিকিৎসাধীন হৈছে এজন ব্যক্তি

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7