VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেতিয়াবা ৰন্ধা ডাইলত নিমখ বেছি হৈ যায়। এনে অৱস্থাত কি কৰিব লাগে জানেনে বাৰু ?

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
February 8, 2023
in জীৱন
কেতিয়াবা ৰন্ধা ডাইলত নিমখ বেছি হৈ যায়। এনে অৱস্থাত কি কৰিব লাগে জানেনে বাৰু ?
0
SHARES
81
VIEWS
Share on FacebookShare on Twitter

ডাইল আমি কম বেছি পৰিমাণে সকলোৱে খাওঁ। ভাতৰ লগতে হওঁক বা ৰুটিৰ লগতে হওঁক ডাইল নহ’লে কিবা নথকা যেন লাগে। তাৰোপৰি অধিক প্ৰ’টিন যুক্ত ডাইল শৰীৰৰ বাবেও উপযোগী। কেতিয়াবা ৰান্ধোতে ৰন্ধা বস্তুত নিমখ বেছি হৈ যাব পাৰে। নিমখ কম হ’লে কথা নাই পিছত দিব পাৰি কিন্তু বেছি হ’লেই সমস্যা কাৰণ তেতিয়া খোৱাৰ অনুপোযোগী হৈ পৰে। ঠিক তেনেকৈ কেতিয়াবা ডাইলত নিমখ বেছি হ’লে খোৱাটোৱে অশান্তিময় হৈ পৰে বা খাদ্য গ্ৰহণ আধাতে সামৰিব লগা হয়। এনেকুৱা পৰিস্থিতিত কি ব্যৱস্থালৈ ডাইল খিনি খাব পাৰি বা ৰন্ধা ডাইল খিনি পেলাই নিদি পৰিয়ালৰ সকলোৰে সৈতে মিলিজুলি খোৱাৰ উপযোগী কৰি তুলিব পাৰি তাৰ বিষয়ে জাঁনো আহক—

অলপ পানী গৰম কৰি ৰন্ধা ডাইলৰ লগত ভালকৈ মিহলাই উতলাই দিব লাগে। এনে কৰিলে নিমখৰ পৰিমাণ কমি যাব আৰু ডাইল খোৱাৰ উপযোগী হ’ব।

পিঁয়াজ আৰু নহৰু মিহি মিহিকৈ কাটি তেলত ভাজিব লাগে আৰু ভজা পিঁয়াজ -নহৰু ডাইলৰ ওপৰত দিব লাগে। এনে কৰিলে নিমখ কমি যোৱাৰ লগতে সোৱাদ সুন্দৰ হৈ থাকে।

ডাইলত নিমখ বেছি হোৱা যেন পালেই অলপ কেঁচা পিঁয়াজ কাটি দি পুনৰ ৰন্ধা ডাইল সিজাই দিব লাগে। পিঁয়াজ সিজি মিহলি হৈ গ’লে নিমখৰ পৰিমাণ কমি আহিব।

ডাইলত নিমগ বেছি হ’লে কেঁচা বিলাহী , আম , ঔটেঙা বা সামান্য পৰিমাণে নেমুৰ ৰস দিব লাগে। এই ধৰণেৰেও ডাইলৰ নিমখ কমাব পাৰি আৰু খোৱাৰ উপযোগী কৰিব পাৰি।

ডাইলত নিমখ বেছি হোৱা যেন পালে তিঁয়হ চকলা চকল কৈ কাটি পুনৰ ডাইল খিনি সিজাই দিব লাগে। এনে কৰিলেও ডাইলত নিমখৰ পৰিমাণ কমি যাব।

কেতিয়াবা অন্যমনস্কতা বা ভুল বশত ডাইলত নিমখৰ পৰিমাণ বেছি হৈ গ’লে চিন্তান্বিত হ’ব নালাগে বা ৰন্ধা ডাইল পেলাই নিদি ওপৰোক্ত প্ৰণালীৰে পুনৰ খোৱাৰ উপযোগী কৰি তুলিব পাৰি।

Previous Post

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

Next Post

উপগ্ৰহ নহয়, এয়াৰ বেলুনেৰে চীনে আৰম্ভ কৰিছে চোৰাংচোৱাগিৰি, কি কি সকীয়নি আমেৰিকাৰ !!

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
উপগ্ৰহ নহয়, এয়াৰ বেলুনেৰে চীনে আৰম্ভ কৰিছে চোৰাংচোৱাগিৰি, কি কি সকীয়নি আমেৰিকাৰ !!

উপগ্ৰহ নহয়, এয়াৰ বেলুনেৰে চীনে আৰম্ভ কৰিছে চোৰাংচোৱাগিৰি, কি কি সকীয়নি আমেৰিকাৰ !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7