VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 8, 2023
in অৰ্থনীতি, বিজ্ঞান
আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

আমি সকলোৱে জাঁনো যে , বিজ্ঞানৰ অতুলনীয় অৱদানসমূহৰ ভিতৰত স্থান দখল  কৰিছে যাতায়ত ব্যৱস্থাই । অতীজতে মানুহে এঠাইৰ পৰা আনঠাইলৈ যাবলগীয়া হ’লে জীয়াতু ভুগীবলগীয়া হৈছিল , কাৰণ মানুহৰ বেমাৰ – আজাৰ হ’লেও , গাড়ী- মটৰৰ ব্যৱস্থা আছিল তেনেই নগণ্য , যাৰ ফলত মানুহ মৃত্যু মুখত পৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

ইয়াৰোপৰিও শিক্ষাৰ ক্ষেত্ৰতেই হওঁক বা অৰ্থনৈতিক ক্ষেত্ৰতেই হওঁক আগবাঢ়িব পৰা নাছিল অসমে । বৰ্তমান বৈজ্ঞানিক চিন্তা- ধাৰৰ যোগত  ন- ন বস্তু আৱিষ্কাৰ হোৱাৰ লগতে আমাৰ যাতায়তৰ ব্যৱস্থাটো সুচল কৰি তুলিব পাৰিছে ।

আদিম যুগত মানুহে খোজ কাঢ়িয়েই যাব লগা হৈছিল যাতায়তৰ সুচল ব্যৱস্থা নথকাৰ বাবে । কিন্তু লাহে লাহে যেতিয়া মটৰ চাইকেলৰ পৰা আৰম্ভ কৰি বিভিন্নধৰণৰ টেক্সী, ৰিক্সা, বাছ আদিৰ উদ্ভাৱন হ’বলৈ  ধৰিলে মানুহে কম সময়তে  আৰু কম খৰচতে গন্তব্য স্থান লাভ কৰিবলৈ সক্ষম হ’ল ।

অসমৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ মূলতে আছিল ৰে’ল সেৱাৰ ব্যৱস্থা, যাৰ বাবে অসমত আমদানি আৰু ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পাব ধৰিলে আৰু গুণগত মানদণ্ড অধিক উন্নত হৈ উঠিল । এতিয়া আপোনাৰ আৰু চিন্তা কৰাৰ কোনো থল নাই , কাৰণ আজিৰে পৰা অসমত চলিব পৱনহংস হেলিকপ্টাৰ সেৱা আৰু প্ৰয়োজন অনুসাৰে আপুনি কম সময়তে দৰ্শন কৰিব পাৰিব অত্যধিক ঠাই। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা ।

পৰৱৰ্তী  সময়ত অৰুণাচলতো আৰম্ভ হ’ব পৱনহংস হেলিকপ্টাৰ সেৱা । উড়ান আঁচনিৰ অধীনত ৬টাকৈ স্থানলৈ চলিব এই হেলিকপ্টাৰ সেৱা । ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব পৱনহংস হেলিকপ্টাৰ।

Previous Post

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

Next Post

কেতিয়াবা ৰন্ধা ডাইলত নিমখ বেছি হৈ যায়। এনে অৱস্থাত কি কৰিব লাগে জানেনে বাৰু ?

Related Posts

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি
জীৱন

অসম ৰাজ্যিক মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ বিনামূলীয়া আইনী সেৱা কেন্দ্ৰ মুকলি

March 10, 2023
আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?
বিজ্ঞান

আকাশত ‘কুহুমীয়া চন্দ্ৰ’-চন্দ্ৰৰ ইমান ধুনীয়া নামটোৰ ৰহস্য কি?

March 9, 2023
লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ
অৰ্থনীতি

লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ

February 27, 2023
কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়
অৰ্থনীতি

কর্মচাৰী চাটাইয়ে নহয়, কার্যালয়লৈ কর্মচাৰী অহাৰ নিয়মো সলনি কৰিছে গুগলে,ব্যয় সংকোচনৰ বাবে সৰু কৰিছে কার্যালয়

February 24, 2023
Next Post
কেতিয়াবা ৰন্ধা ডাইলত নিমখ বেছি হৈ যায়। এনে অৱস্থাত কি কৰিব লাগে জানেনে বাৰু ?

কেতিয়াবা ৰন্ধা ডাইলত নিমখ বেছি হৈ যায়। এনে অৱস্থাত কি কৰিব লাগে জানেনে বাৰু ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7