VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 31, 2023
in জীৱন
এছপিএফ ৩০, ৪০, ৫০, ইমানবোৰ ধৰণৰ ছানস্ক্ৰীণ! কোনটো আপোনাৰ ছালৰ লগত খাপ খুৱাই কেনেধৰণৰ ছাণস্ক্ৰীণ ব্যৱহাৰ কৰিলে সুফল পাব ?
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

 

অত্যধিক প্ৰদূষণে ছালত প্ৰভাৱ পেলায় ৷ ইয়াৰ ওপৰত ছানস্ক্ৰীণ প্ৰয়োগ নকৰিলে ৰ’দে ছালত আৰু অধিক ক্ষতি কৰিব পাৰে। ছানস্ক্ৰীণ লগালে ছালত অলপ বেছি ঘাম ওলায়। গতিকে বহুতে ছানস্ক্ৰীণ নলগোৱাকৈ ঘৰৰ পৰা ওলাই আহে । কেতিয়াও এই ভুল নকৰিব।

 

কেৱল ছানস্ক্ৰীণ ব্যৱহাৰ কৰাই নহয়, সঠিক ছানস্ক্ৰীণ বাছি লোৱাটোও অতি গুৰুত্বপূৰ্ণ। কোনখন ছালৰ বাবে কেনেধৰণৰ ছানস্ক্ৰীণৰ প্ৰয়োজন সেয়া আমাৰ বহুতেই নাজানে। পুৰুষ বা মহিলা যিয়েই নহওক কিয়, উন্মুক্ত ছালখনক সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিবলৈ ছানস্ক্ৰীণ লোচন অতি প্ৰয়োজনীয়। ছানস্ক্ৰীণ প্ৰয়োগৰ ক্ষেত্ৰত যেনেকৈ কেইবাটাও নিয়ম আছে, তেনেদৰে ছানস্ক্ৰীণ কিনাৰ আগতে কেইটামান কথা মনত ৰাখিব লাগিব। আপোনাৰ ছালৰ বাবে কোন ধৰণৰ ছানস্ক্ৰীণ উপযুক্ত সেইটো জানি লওক।

 

১) আপোনাৰ ছাল শুকান নেকি? এনে ছালৰ বাবে ‘মইচচাৰাইজিং’ ছানস্ক্ৰীণ ব্যৱহাৰ কৰিলে আপুনি সৰ্বোত্তম ফলাফল লাভ কৰিব ৷  এই ধৰণৰ ছানস্ক্ৰীনে ছালত আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে।

 

২) তেলীয়া ছালত ঘাম বেছি ওলোৱাৰ প্ৰৱণতা থাকে। তেনে ক্ষেত্ৰত ‘ঘাম মুক্ত’ বা ‘মেটিফাইং’ ছানস্ক্ৰীণ ব্যৱহাৰ কৰক। ছানস্ক্ৰীণ ক্ৰীমৰ সলনি ছানস্ক্ৰীণ জেল বা স্প্ৰে ব্যৱহাৰ কৰিব পাৰে। ছালখন ৰ’দৰ তাপৰ পৰা সুৰক্ষিত হ’ব আৰু ঘামৰ পৰা পৰিত্ৰান পাব ৷

৩) সংবেদনশীল ছালৰ লোকে যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব লাগে। যদি আপোনাৰ ব্ৰণ বা ফোহাৰ সমস্যা হয়, গৰম বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ সমস্যাও বৃদ্ধি হয় । এই ক্ষেত্ৰত ৰাসায়নিক দ্ৰৱ্য মিশ্ৰিত, সুগন্ধিযুক্ত ছানস্ক্ৰীণ পৰিহাৰ কৰক।

 

৪) সংবেদনশীল ছালত পেৰাবেন বা অক্সিবেনজোনযুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ নকৰিব। এই ধৰণৰ ছালৰ বাবে টাইটানিয়াম ডাই অক্সাইড বা জিংক অক্সাইডযুক্ত ছানস্ক্ৰীণ ব্যৱহাৰ কৰিলে ভাল ফলাফল পোৱা যাব।

 

৫) অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা পাবলৈ নূন্যতম এছপিএফ ৩০ ৰ প্ৰয়োজন হয়। যদি ছালৰ ৰং উজ্জ্বল হয় তেন্তে তেওঁলোকে এছপিএফ ৫০ প্লাছ  ছানস্ক্ৰীণ ব্যৱহাৰ কৰিলে ভাল ফলাফল পাব।

 

Previous Post

দৰ্শকৰ পচণ্ড হোৱাৰ পাছতো কিয় ৰাজেশ খান্নাৰ সৈতে কাম কৰা বন্ধ কৰিছিল শৰ্মিলাই?

Next Post

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

Related Posts

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?
জীৱন

শৰীৰত ভিটামিন চিৰ অভাৱ হ’লে কি লক্ষণে দেখা দিব ?

June 2, 2023
তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে
জীৱন

তেজত শর্কৰাৰ মাত্ৰা বজাই ৰাখি মিঠাইৰ লোভ পূৰণ কৰিব পাৰে এই চাৰিবিধ ফলে

June 1, 2023
Next Post
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

'মোডী হাটাও', প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7