১/বিশ্বৰ কোন দেশত প্ৰথমবাৰৰ বাবে ৰে’ল চলাচল আৰম্ভ হৈছিল?
উত্তৰ: ১৮২৬চনত ইংলেণ্ডত প্ৰথমবাৰৰ বাবে ৰে’ল চলাচল আৰম্ভ হৈছিল৷
২/ভাৰতৰ প্ৰথম ক্ৰিকেট টেষ্ট মেচৰ কেপ্টেইন গৰাকীৰ নাম কি আছিল?
উত্তৰ:১৯৩২ চনত ইংলেণ্ডত খেলা প্ৰথমখন ভাৰতীয় টেষ্ট মেচৰ কেপ্টেইন গৰাকীৰ নাম আছিল চি কে নাইডু৷
৩/DSLR ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:DSLR ৰ সম্পূৰ্ণ নাম হ’ল DIGITAL SINGLE LENS REFLEX
৪/MTS মানে কি ?
উত্তৰ:MTS মানে হ’ল MOBILE TELEPHONE SERVICE
৫/ভাৰত বৰ্ষৰ কোনখন ৰাজ্যক চাউলৰ পাত্ৰ বুলি কোৱা হয়?
উত্তৰ: ভাৰত বৰ্ষৰ অন্ধ্ৰ প্ৰদেশক চাউলৰ পাত্ৰ বুলি কোৱা হয়