VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বক্স অফিচত কঁপনি তোলা অক্ষয় কুমাৰ অভিনীত ছবি “সূৰ্য্যবংশী”ত অসমৰ যুৱক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 10, 2021
in মনোৰঞ্জন
বক্স অফিচত কঁপনি তোলা অক্ষয় কুমাৰ অভিনীত ছবি “সূৰ্য্যবংশী”ত অসমৰ যুৱক
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

অলপতে ছবিগৃহলৈ অহা অক্ষয় কুমাৰ অভিনীত সূৰ্য্যবংশী চিনেমাখনে দৰ্শকৰ মাজত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। চিত্ৰ নিৰ্মাতা ৰোহিত ছেট্টীৰ দ্বাৰা পৰিচালিত ছবিখনত এইবাৰ অসমৰ দুই যুৱকক দেখা পোৱা গৈছে।

অসমৰ দুই প্ৰতিভাবান যুৱকক অক্ষয় কুমাৰৰ দৰে বলিষ্ঠ অভিনেতাৰ দ্বাৰা অভিনীত ছবিত অভিনয়ৰ সুযোগ লাভ কৰাৰ কাৰণে ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে।

যোৰহাটৰ অনুপ পেগুক চিনেমাখনৰ এটি সৰু চৰিত্ৰত দেখা পোৱা গৈছে। ২০০৭ চনৰ পৰাই মডেল হিচাপে মুম্বাইত প্ৰতিষ্ঠিত অনুপ পেগু পিছলৈ ফিটনেছ ইণ্ডাষ্টিৰ সৈতে জড়িত হৈ পৰে। তেনেকৈয়েই তেওঁ সৰু সৰু চৰিত্ৰ বা ষ্টাণ্ট মেন হিচাপে বলিউডত প্ৰৱেশ কৰে। সূৰ্য্যবংশীৰ পূৰ্বেও অজয় দেৱগন অভিনীত তানহাজী ছবিখনতো অভিনয় কৰিছে।

ইতিমধ্যে অসমৰ অনুপ পেগু বলিউডৰ কেইবাখনো ছবিৰ বাবে চুক্তিবদ্ধ হৈছে। চলমান খান, আমিৰ খান অভিনীত ছবিটো অভিনেতাজনক দেখিবলৈ পোৱা যাব। জন আব্ৰাহমৰ সত্যমেৱ জয়তে ২ ত অভিনেতাজনক দেখা পোৱা যাব। ইয়াৰ উপৰিও এখন তামিল ছবিতো তেওঁ অভিনয় কৰিব বুলি জানিবলৈ পোৱা গৈছে।

Previous Post

জানিবলগীয়া কথা

Next Post

খালী ভৰিৰে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে তুলসী গৌড়াই

Related Posts

২০২২ বৰ্ষৰ  ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন
মনোৰঞ্জন

২০২২ বৰ্ষৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মালাইকা আৰু অৰ্জুন

May 18, 2022
৯০দশকৰ বঁটা প্ৰদান অনুষ্ঠানত জনপ্ৰিয় বলীউড যুটি ‘শ্বাহৰুখ-গৌৰী’
মনোৰঞ্জন

৯০দশকৰ বঁটা প্ৰদান অনুষ্ঠানত জনপ্ৰিয় বলীউড যুটি ‘শ্বাহৰুখ-গৌৰী’

May 16, 2022
মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছ’ৰ প্ৰথমখন পোষ্টাৰে
মনোৰঞ্জন

মুক্তি লাভ কৰিলে ‘দ্য আৰ্চিছ’ৰ প্ৰথমখন পোষ্টাৰে

May 14, 2022
‘ল’ৰাবোৰক মাৰপিট কৰে’ বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই  বিয়া হোৱা নাই কংগনা ৰাণাৱটৰ
মনোৰঞ্জন

‘ল’ৰাবোৰক মাৰপিট কৰে’ বুলি বিয়পি পৰা উৰাবাতৰিৰ বাবেই বিয়া হোৱা নাই কংগনা ৰাণাৱটৰ

May 12, 2022
‘কা  চলচিত্ৰ মহোৎসৱ ২০২২’
মনোৰঞ্জন

‘কা চলচিত্ৰ মহোৎসৱ ২০২২’

May 11, 2022
সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ
মনোৰঞ্জন

সামাজিক মাধ্যমত সন্তানৰ প্ৰথম খন ফটো শ্বেয়াৰ প্ৰিয়ংকা চোপ্ৰাৰ

May 9, 2022
Next Post
খালী ভৰিৰে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে তুলসী গৌড়াই

খালী ভৰিৰে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে তুলসী গৌড়াই

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7