VOICE 24x7
Sunday, December 3, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে নির্মাণ হ’ব হেলিপেড, অসমসহ আঠ ৰাজ্যলৈ কি আহ্বান কেন্দ্ৰীয় অসামৰিক পৰিবহন মন্ত্ৰীৰ !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 19, 2022
in মুখ্য সংবাদ, সংবাদ গুঞ্জন
ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে নির্মাণ হ’ব হেলিপেড, অসমসহ আঠ ৰাজ্যলৈ কি আহ্বান কেন্দ্ৰীয় অসামৰিক পৰিবহন মন্ত্ৰীৰ !!
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

দেশত নিৰ্মাণ হ’বলগীয়া সকলো নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে হেলিপেড নির্মাণ কৰা হ’ব ৷  যাতে জৰুৰীকালীন অৱস্থাত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাব পৰা যায়। এই কথা প্ৰকাশ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী  সন্মিলনত ভাষণ দি মঙলবাৰে তেওঁ এই কথা  প্ৰকাশ কৰে  ৷

অনুষ্ঠানৰ সময়ত জ্যোতিৰাদিত্য সিন্দিয়াই কয়, “আমি পথ পৰিবহণ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰিছিলো যে সকলো নতুন ঘাইপথৰ কাষে কাষে হেলিপেড থাকিব লাগে ৷  ৰাষ্ট্ৰীয় ঘাইপথত থকা হেলিপেডে জৰুৰীকালীন অৱস্থাত তাৎক্ষণিকভাৱে উদ্ধাৰ কৰাত সহায় কৰিব।” ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজন কৰা এই অনুষ্ঠানত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মঙলবাৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াই আঠখন ৰাজ্যৰ ভিতৰত পশ্চিমবংগ, দিল্লী আৰু পঞ্জাৱৰ টায়াৰ-II, টায়াৰ-III চহৰসমূহলৈ বিমান সংযোগৰ সুবিধা প্ৰদানৰ বাবে এয়াৰ টাৰ্বাইন ইন্ধন (এটিএফ)ৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে অসম, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, দিল্লী, তামিলনাডু, ৰাজস্থান, বিহাৰ, আৰু পঞ্জাৱ চৰকাৰক তেওঁলোকৰ ৰাজ্যসমূহত অসামৰিক বিমান পৰিবহণ খণ্ডৰ বিকাশৰ বাবে এ টি এফৰ ভেট হ্ৰাস কৰিবলৈ অনুৰোধ জনায়। মিষ্টাৰ সিন্দিয়াই এই আঠখন ৰাজ্যত বিমানৰ সংযোগ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিহে তেওঁলোকে এটিএফৰ ওপৰত ভেট হ্ৰাস কৰে।

দেশৰ বিভিন্ন ৰাজ্যৰ পৰিবহণ মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি অধিবেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে  কয় , “মই আপোনালোকক আঠখন ৰাজ্যক এটিএফৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ  আহ্বান জনাইছো। মই আপোনালোকৰ ৰাজ্যসমূহত বিমানৰ সংযোগ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছো  ৷ ১২খন ৰাজ্যৰ এটিএফ আছিল ১-৪ শতাংশ ৷ ইয়াৰ বিপৰীতে  ২৬খন ৰাজ্যৰ এটিএফ আছিল ২০-৩০ শতাংশ। “

 

Previous Post

হিমাচল প্ৰদেশত বলিছে নির্বাচনী বতাহ, ৬২ প্ৰার্থীৰ নাম ঘোষণা বিজেপিৰ

Next Post

সামাজিক মাধ্যমত ভাইৰেল এজন পৰ্বতাৰোহীৰ ভালুকৰ সৈতে মুখামুখি হোৱা এটি আশ্চৰ্য্যকৰ ভিডিঅ’

Related Posts

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?
মুখ্য সংবাদ

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব
মুখ্য সংবাদ

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে
মুখ্য সংবাদ

ডিমা-হাচাওৰ এহেজাৰ কোটিটকীয়া কেলেংকাৰিৰ দোষমুক্ত হোৱাৰ পাছতে বিজেপিত যোগদান কৰিলে মোহিত হোজাইয়ে

December 2, 2023
জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি
মুখ্য সংবাদ

জালুকবাৰীৰ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ সাত শিক্ষার্থীৰ মৃত্যু, ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল , উন্মোচিত মহাবিদ্যালয়ৰ গাফিলতি

December 2, 2023
এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া,  অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা
মুখ্য সংবাদ

এপিএছচি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, অতিৰিক্ত নম্বৰ লাভ কৰা সকলকহে নিলম্বিত কৰিছো, দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে ব্যৱস্থা

December 2, 2023
হাৱালা চক্ৰৰ পৰা ধন আত্মসাৎঃ পুনৰ গ্ৰেপ্তাৰ ভৰলু থানাৰ উপ পৰিদর্শক অনুৰাগ বৰাক
মুখ্য সংবাদ

হাৱালা চক্ৰৰ পৰা ধন আত্মসাৎ কৰিছিল ইনফর্মাৰেও : আৰক্ষীৰ জালত হাৱালাৰ খবৰ দিয়া জমিৰ খান

December 2, 2023
Next Post
সামাজিক মাধ্যমত ভাইৰেল এজন পৰ্বতাৰোহীৰ ভালুকৰ সৈতে মুখামুখি হোৱা এটি আশ্চৰ্য্যকৰ ভিডিঅ’

সামাজিক মাধ্যমত ভাইৰেল এজন পৰ্বতাৰোহীৰ ভালুকৰ সৈতে মুখামুখি হোৱা এটি আশ্চৰ্য্যকৰ ভিডিঅ’

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

আয়ুর্বেদিক কফ চিৰাপ সেৱন কৰি ৬জনৰ মৃত্যু , কোন ৰাজ্যত এই ঘটনা ?

December 2, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
শিলচৰত আৰম্ভ  অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

শিলচৰত আৰম্ভ অসম গ্ৰন্থমেলা, সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অনুৰাধা শর্মা পূজাৰীয়ে ক’লে -অসম গ্ৰন্থমেলাই দিয়া সম্প্ৰীতিৰ বাৰ্তা আদৰ্শনীয় ইতিহাস হৈ ৰ’ব

December 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7