VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল পাহৰ নাম কি ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 1, 2023
in সংবাদ গুঞ্জন
পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল পাহৰ নাম কি ?
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

দৈনন্দিন জীৱনত আমি বিভিন্নধৰণৰ ফুল প্ৰত্যক্ষ কৰিছোঁ । কিন্তু আজি আপোনালোকক যি বিধ ফুলৰ বিষয়ে ক’বলৈ লৈছোঁ, ফুলবিদ অতি দুৰ্লভ । পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল হিচাপেও গণ্য কৰা হয় । ৰাফ্লেছিয়া নামৰ এই দুৰ্লভ ফুলবিধৰ বিষয়ে জানিলে আপুনি হয়তো আচৰিত হ’ব ।

ফুলবিধ কেৱল ইন্দোনেছিয়া আৰু মালেছিয়াতহে পোৱা যায় । ইয়াৰ ডাল, পাত আৰু শিপা দেখা পোৱা নাযায় । এইবিধ ফুল হৈছে এবিধ পৰাশ্ৰয়ী ফুল, পোষক উদ্ভিদ জোপাৰ পৰা কেৱল পানী আৰু পুষ্টি আহৰণ কৰে । এবিধ একলাংগী ফুল হিচাপে গণ্য কৰা হয় ।

“ৰাফ্লেছিয়া” ৰ বৰণ ৰঙচুৱা আৰু ই তিনিফুট পৰ্যন্ত বৃদ্ধি হোৱা দেখা যায় । ফুলপাহ ফুলাৰ সময়ত , ফুলপাহৰ পৰা এক দুৰ্গন্ধ ওলায় আৰু যিটোৱে পৰাগযোগৰ বাবে কীট- পতংগবোৰক আকৰ্ষিত কৰে । এই ফুলপাহ আৱিষ্কাৰৰ বিষয়ে আপুনি হয়তো অৱগত নহয় , ছাৰ টমাছ ষ্টানফোৰ্ড ৰাফেলছ আৰু যোছেফ আৰ্নল্ড নামৰ দুজন উদ্ভিদ বিজ্ঞানীয়ে ১৮১৮ চনত সুমাত্ৰা দ্বীপ ভ্ৰমণৰ সময়ত অতি ভিতৰুৱা ঘোৰ অৰণ্য অঞ্চল এটাত এই ফুলবিধ আৱিষ্কাৰ কৰিছিল । এই দুগৰাকী বিজ্ঞানীৰ নাম অনুসৰি ফুলপাহৰ নামাকৰণ কৰা হয় ৰাফ্লেছিয়া আৰ্নল্ড নামেৰে।

বৰ্তমান ফুলবিধ পৃথিৱীৰ বিৰল আৰু মনোমোহা ফুল হিচাপে স্বীকৃতি লাভ কৰিছে । ফুলপাহত কোনো সেউজীয়া অংশ নাই যাৰ দ্বাৰা নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লব পাৰে । ইহঁত টেট্ৰ’ষ্টিগমা লেনচিও লেৰিয়াম নামৰ এবিধ লতাৰ গাত আশ্ৰয় লৈ তাৰ ৰস শুহি জীয়াই  থাকে । গতিকে ই পৰজীৱী । লতাজোপা গেলি- পচি যোৱা উদ্ভিদৰ তলে তলে বগায় , গুটি লতাজোপাৰ শিপা বা গা- গছত অংকুৰিত হয় । যিহেতু ইয়াৰ পাত বা গা – গছ নাই , গুটিৰ পৰা ফুলৰ কলি হয় । গুটিৰ পৰা ফুলৰ কলি হওঁতে এবছৰৰো ওপৰ সময়ৰ প্ৰয়োজন হয় । মুঠৰ ওপৰত ফুলপাহ পূৰঠ হ’বলৈ প্ৰায় দুবছৰ সময় লাগে , কিন্তু আচৰিত কথাটো হ’ল ফুলপাহ কিন্তু চাৰিদিনমানহে ফুলি থাকে । যদিও ফুলপাহ দেখাত ধুনীয়া , কিন্তু ফুলপাহৰ বৈজ্ঞানিক এটা গুণো আছে ইয়াৰ জ্বৰ আৰু ছালৰ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

ভাৰতৰ সৰ্ববৃহৎ বন্দৰটোৰ বিষয়ে আপুনি জ্ঞাতনে?

Related Posts

অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ
মুখ্য সংবাদ

অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ

March 16, 2023
নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন
সংবাদ গুঞ্জন

নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন

March 4, 2023
প্ৰাতঃস্মৰণীয়
সংবাদ গুঞ্জন

প্ৰাতঃস্মৰণীয়…

February 17, 2023
এখন উদ্যোগপতিৰ পুত্ৰৰ বিবাহত দেখা গ’ল বলীউদৰ নামী-দামী তাৰকাসকলক,আচলতে কোন এই ভাগ্যৱান ?
সংবাদ গুঞ্জন

এখন উদ্যোগপতিৰ পুত্ৰৰ বিবাহত দেখা গ’ল বলীউদৰ নামী-দামী তাৰকাসকলক,আচলতে কোন এই ভাগ্যৱান ?

February 11, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
Next Post
ভাৰতৰ সৰ্ববৃহৎ বন্দৰটোৰ বিষয়ে আপুনি জ্ঞাতনে?

ভাৰতৰ সৰ্ববৃহৎ বন্দৰটোৰ বিষয়ে আপুনি জ্ঞাতনে?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7