VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাছ মানুহৰ পূর্বপুৰুষ, বান্দৰ নহয় ; জানক  এই ৰোমাঞ্চকৰ তথ্য

মাছ মানুহৰ পূর্বপুৰুষ, বান্দৰ নহয় ; জানক  এই ৰোমাঞ্চকৰ তথ্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 6, 2023
in অভিমত, জীৱন, বিজ্ঞান, মনোৰঞ্জন, সংবাদ গুঞ্জন, সমাজ, সংস্কৃতি
মাছ মানুহৰ পূর্বপুৰুষ, বান্দৰ নহয় ; জানক  এই ৰোমাঞ্চকৰ তথ্য
0
SHARES
52
VIEWS
Share on FacebookShare on Twitter

 

মানুহৰ মনত এটা ভ্ৰান্ত ধাৰণা আছিল যে তেওঁলোকৰ পূৰ্বপুৰুষ আচলতে বান্দৰ। বিজ্ঞানীসকলৰ মতে, এশ বছৰতকৈও অধিক সময়ৰ আগতে পোৱা এটা জীৱাশ্মই সেই ইতিহাস সলনি কৰিব পাৰে। ১০০ বছৰতকৈও অধিক পূর্বে The Scottish Quarry ৰ পৰা এটা জীৱাশ্ম আৱিষ্কাৰ হৈছিল। শৰীৰটো আছিল দাঁতবিহীন শৰীৰ দৰে।

বিজ্ঞানীসকলে ইয়াক  palaeospondylus gunni বুলি কয় প্ৰায় ১৩০ বছৰৰ পাছত High Resolution Imaging  ব্যৱহাৰ কৰি গৱেষকসকলে অৱশেষত আৱিষ্কাৰ কৰিছে যে এই ৰহস্যময় মাছতো হয়তো আমাৰ অন্যতম পূর্বপুৰষ।

নেচাৰ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই নতুন তথ্য। ট’কিঅ বিশ্ববিদ্যালয়ৰ পুৰাজীৱ বিজ্ঞানী তথা গৱেষক লেখিকা তাটছুৱা হিৰাছাৱাই কয় যে এই সৰু মাছটো ৰহস্যময় হোৱাৰ কাৰণ দুটা —  প্রথমতে, ইয়াৰ সৰু আকাৰ, ২.৪ ইঞ্চি মাত্র,  দ্বিতীয়তে, জীৱাশ্মটোৰ সংকুচিত আকাৰ। বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি  palaeospondylu মধ্য ডেভ’নিয়ান যুগত পোৱা গৈছিল। এই মাছৰ পাখিবোৰ ভালদৰে বিকশিত হৈছিল কিন্তু হাত – ভৰি নাছিল। আমোদজনক কথাটো হ’ল ইয়াৰ দাঁত ও নাছিল। কিন্তু সেই সময়ৰ প্ৰায়বোৰ মেৰুদণ্ডী প্ৰাণীৰ দাঁত আছিল।

বছৰ বছৰ জুৰি বিজ্ঞানীসকলে এই মাছটোক  লৈ চিন্তা- চৰ্চা, গৱেষণা কৰি আহিছে, কিন্তু ২০০৪ চনত গৱেষকসকলে American Scientist   জাৰ্নেলত প্ৰকাশ কৰিছিল যে, পেলিঅ’স্পণ্ডাইলাছ এটা প্ৰাচীন মাছ আছিল। ২০১৬ চনত  Journal of Zoological Letters ত প্ৰকাশিত তথ্য মতে, ই প্ৰকৃততে হগফিছৰ দৰে মাছৰ প্ৰজাতি। ঠিক এবছৰৰ পাছতেই Australian National University ৰ গৱেষক দল এটাই কয় যে, বৰ্তমান ই এটা কাৰ্টিলেজিনাছ মাছ, শ্বাৰ্কৰ দৰেই। এই  university ৰ পদাৰ্থ বিজ্ঞানৰ গৱেষক ছাত্র এজনে জনোৱা মতে, ১৮৯০ চনত প্ৰথমবাৰৰ বাবে এই প্ৰাণীটো আৱিষ্কাৰ কৰা হৈছিল, বৰ্তমান পৰ্যন্ত কোনেও নিখুঁত সমাধান পঠাব  পৰা নাছিল, যিটো আচৰিত কথা নহয়। এই palaeospondylus  ৰ ৰহস্য উৎঘাটন কৰিবলৈ Micro computed tomography স্কেনিং প্ৰযুক্তি ব্যৱহাৰ কৰি উচ্চ ৰিজ’ লিউচনৰ ডিজিটেল ছবি তৈয়াৰ কৰা হয়।

উদাহৰণস্বৰূপে, এই প্ৰাণীটোৰ ভিতৰৰ কাণত বহুতো অৰ্ধবৃত্তাকাৰ খাল আছিল। যেনে– আজিৰ মাছ, চৰাই – চিৰিকটি আৰু স্তন্যপায়ী প্ৰাণী। গৱেষকসকলে ক্ৰেনিয়াল বৈশিষ্ট্য ও বিচাৰি পাইছে যিয়ে  palaeospondylus is a tetrapodomorph ৰ গোটত ৰাখে। এই অধ্যয়নৰ পৰা বিজ্ঞানীসকলে অনুমান কৰিছে যে পেলিঅ’স্পণ্ডাইলাছ হয়তো কেৱল এটা সাধাৰণ টেট্ৰাপ’ড’মৰ্ফ নহব’ও পাৰে। ই হয়তো সকলো টেট্ৰাপ’ড’মৰ্ফৰ পূৰ্বপুৰুষ।

Previous Post

উচ্চতম ন্যায়ালয়ৰ ৫ জন নতুন ন্যায়াধীশৰ শপত গ্ৰহণ

Next Post

কেদাৰনাথ মন্দিৰৰ বিশেষত্ব

Related Posts

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা
মনোৰঞ্জন

বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

September 30, 2023
৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা  অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?
বিজ্ঞান

৩৭৫ বছৰ ধৰি “নিৰুদ্দেশ” হৈ থকা অষ্টম ‘মহাদেশ’ৰ সন্ধান লাভ বিজ্ঞানীৰ, কি নাম জাননে ?

September 29, 2023
হেৰী পটাৰৰ  নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত  মাইকেল গাম্বনৰ মৃত্যু
মনোৰঞ্জন

হেৰী পটাৰৰ নিখ্যাত চৰিত্ৰ “ডাম্বলড’ৰ” আৰু নাই, ৮২ বছৰ বয়সত মাইকেল গাম্বনৰ মৃত্যু

September 29, 2023
‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ
মনোৰঞ্জন

‘দ্য কেৰালা ষ্ট’ৰী’ নহয়, কিন্তু কেৰালাৰ আন এক কাহিনীৰ আধাৰত নিৰ্মিত ছবিয়ে অস্কাৰৰ দৌৰত স্থান লাভ

September 27, 2023
কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা
মনোৰঞ্জন

কিংবদন্তী অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বটাঁ ঘোষণা

September 26, 2023
Next Post
কেদাৰনাথ মন্দিৰৰ বিশেষত্ব

কেদাৰনাথ মন্দিৰৰ বিশেষত্ব

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7