VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

APDCL ৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহব: আপ

voicedesk by voicedesk
January 31, 2023
in ৰাজনীতি
APDCL ৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহব: আপ
0
SHARES
42
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৩১ জানুৱাৰী: ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই পুনৰ APDCL এ বিদ্যুৎ মাছুল বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টি অসমে। আজি আয়োজন কৰা এখন সংবাদ মেলত আপৰ যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে FPPI ৰ দোহাই দি যোৱা আগষ্ট মাহৰ পৰা ধাৰাবাহিক ভাবে বিদ্যুৎ মাছুল বৃদ্ধি কৰি আহিছে APDCL এ। যোৱাকালি মুখ্য মন্ত্ৰীয়ে কৈছিল যে বিদ্যুৎ চুৰি বৃদ্ধি হৈছে তাৰ বাবে APDCL ৰ লোকচান হৈছে। সংবাদ মেলত জিতুল ডেকাই কয় যে বিদ্যুৎ সাধাৰণ ৰাইজে চুৰি কৰা নাই যাৰ বাবে ৰাইজৰ মূৰত এই লোকচানৰ বোজা জাপি দিব বিচৰা হৈছে। বিদ্যুৎ চুৰি কৰিছে বৃহৎ পুঁজি পতি গোষ্ঠীয়ে।

এই চুৰি কাৰ্যত সহায় কৰিছে APDCL ৰ বিষয়াই। এই সন্দৰ্ভত সংবাদ মেলত তথ্য দেখুৱাই কয় যে গৃহ শক্তি ষ্টিল নামৰ প্ৰতিষ্ঠান এটাৰ বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলাইছিল APDCL ৰ ৬ জনীয়া এটা বিষয়াৰ দলে। এই কাৰ্যৰ বাবে জৰিমনা বিহাৰ পৰিবৰ্তে চুৰি কাৰ্য ধৰা পৰাৰ পিছ দিনাই এখন তথাকথিত কমিটি গঠন কৰি প্ৰতিষ্ঠান টোক ৰেহাই দিয়া হল। এই কথা Consumer Grievances Redressal Forum ত C.P Case No ২০/২১ মৰ্মে হোৱা শুনানিৰ অৰ্ডাৰত স্পষ্টকৈ উল্লেখ আছে। আনহাতে বৰাকৰ এটা উদ্যোগৰ ২৫ কোটি টকাৰ বিল ৪কোটি টকালৈ হ্ৰাস কৰি ৰেহাই দিয়ে।

এনে কাৰ্যৰ বাবে APDCl ৰ যি লোকচান হৈছে তাৰ বোজা ৰাইজৰ ওপৰত জাপি দিলে নহব। APDCL যদিও এটা company হিচাপে পৰিচিত বাস্তৱিকতে ইয়াৰ ১০০ শতাংই মালিকী স্বত্ব অসম চৰকাৰৰ।গতিকে APDCl এ গ্ৰহন কৰা জন বিৰোধী কাৰ্যৰ বাবে অসম চৰকাৰ সম্পূৰ্ণ ভাবে জগৰীয়া। যিহেতু চৰকাৰ খনে নিজকে জন দৰদী বুলি জাহিৰ কৰিব বিচাৰে গতিকে জনতাক বৰ্দ্ধিত বিদ্যুৎ মাছুলৰ পৰা ৰেহাই দিবলৈ মুখ্য মন্ত্ৰীয়ে ডিব্ৰুগড় কেবিনেটত নতুন প্ৰকল্প নিৰ্মাণৰ যি পৰিকল্পনা লৈছে তাৰে এটা প্ৰকল্পৰ বাবে খৰচ কৰিব লগীয়া পুঁজি APDCL ক অনুদান হিচাপে দি লোকচান পূৰণ কৰক। APDCL ৰ ভিতৰত যি কেলেংকাৰী, দুৰ্নীতি, অপচয় চলি আছে তাৰ বাবে হে APDCL ৰ লোকচান হৈছে। মুখ্য মন্ত্ৰীক ইয়াৰ বাবে তদন্ত দিবলৈ দাবী জনায়।

আনহাতে মুখ্যমন্ত্ৰী য়ে ১২টকাকৈ প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰি ৪টকাকৈ উপভোক্তাক দিয়া বুলি যি মন্তব্য কৰিছে সেই কথা সম্পূৰ্ণ মিছা বুলি দাবী কৰি জিতুল ডেকাই এই সন্দৰ্ভত সংবাদ মেলত APDCl এ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা বিদ্যুৎ ক্ৰয় কৰা নিৰিখৰ তালিকাৰ আন এক তথ্য দেখুৱাই। মুখ্যমন্ত্ৰী ক হয়টো এই বিষয়ত APDCl ৰ কোনো বিষয়াই বিপথে পৰিচালনা কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

Previous Post

টাই-আহোম জনগোষ্ঠীৰ লোক উৎসৱ মে-ডাম-মে-ফী

Next Post

নাজিৰা তথা শিমলুগুৰি ৰাইজৰ সুবিধাৰ্থে এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ আশ্বাস মন্ত্ৰী সিংহলৰ

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
‘মিছন বানমুক্ত গুৱাহাটী’ ৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্রী অশোক সিংহলৰ

নাজিৰা তথা শিমলুগুৰি ৰাইজৰ সুবিধাৰ্থে এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ আশ্বাস মন্ত্ৰী সিংহলৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7