VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰ উত্তপ্ত মৰিয়নী সীমান্ত, দিচৈ ভেলী বনাঞ্চলত নগাই আঁৰিলে ফলক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 6, 2021
in ৰাজনীতি, সমাজ
পুনৰ উত্তপ্ত মৰিয়নী সীমান্ত, দিচৈ ভেলী বনাঞ্চলত নগাই আঁৰিলে ফলক
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

নগা আও ছাত্ৰ ফেডাৰেচনে দিচৈ ভেলীক নাগালেণ্ডৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি ফলক অঁৰা ঘটনাক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নী সীমান্ত। নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপত আৰু দিচৈ ভেলী বনাঞ্চলৰ ভিন্ন স্থানত ৬খন ঠাইত ফলক আঁৰি নগাই বেদখলৰ চেষ্টা চলোৱা দৃষ্টিগোচৰ হৈছে। 

অসম-নাগালেণ্ডৰ শান্তি চুক্তি অনুসৰি দুয়োখন ৰাজ্যই সীমান্তৰ পৰা মাত্ৰ দুদিন আগতে আৰক্ষী বাহিনী প্ৰত্যাহাৰ কৰিছিল। তাৰ পাছতো নগা ছাত্ৰ সংগঠনে এনেদৰে বেদখলৰ প্ৰচেষ্টা চলোৱা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ দুদিন পাছতেই ছাত্ৰ সংগঠনটোৰ এই বেদখল কাৰ্যই এখন বেলেগ ছবিহে প্ৰতিফলিত কৰিছে। প্ৰকৃততে নগাই কোনো চুক্তি অনুসৰণ নকৰে আৰু শান্তি চুক্তি এক ধৰণৰ ভুৱা বাৰ্তা বুলি একাংশ ৰাইজে মন্তব্য কৰিছে। 

উল্লেখযোগ্য যে নগাই দিচৈ ভেলীত দীৰ্ঘ সময় জুৰি বেদখল কাৰ্য চলাই আহিছে। কিন্ত আচৰিত ধৰণেৰে শান্তি চুক্তিত বেদখল সম্পৰ্কীয় কোনো কথাই স্থান পোৱা নাছিল। আৰক্ষী বাহিনী প্ৰত্যাহাৰ কৰাৰ বিষয়টোয়েহে ইয়াত গুৰুত্ব পালে। 

একাংশ ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে অসম চৰকাৰে বেদখল সন্দৰ্ভত কোনো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা নাই আৰু নিজৰ স্থিতিও স্পষ্ট কৰা নাই। নগাৰ নিৰ্মাণত উচ্ছেদ নকৰি চৰকাৰে অসমৰ ভূমি পৰোক্ষ ভাৱে নগাক এৰি দিয়া বুলিও ৰাইজে ক্ষোভ উজাৰে।

Previous Post

ছ’চিয়েল মিডিয়াত লাভলীনাৰ ছবি পোষ্ট কৰি ক্ষোভ প্ৰকাশ কৰিছে অভিনেতা আদিল হুচেইনে

Next Post

অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে লগ কৰিলে ট্ৰাক চালকক

Related Posts

দলীয় কাম-কাজত অনুপস্থিতি, বাজপেয়ী ভৱনতো অদৃশ্য, শীঘ্ৰে দায়িত্বৰ পৰা অপসাৰণ হ’ব নেকি আঙুৰলতা ডেকা ?
ৰাজনীতি

দলীয় কাম-কাজত অনুপস্থিতি, বাজপেয়ী ভৱনতো অদৃশ্য, শীঘ্ৰে দায়িত্বৰ পৰা অপসাৰণ হ’ব নেকি আঙুৰলতা ডেকা ?

December 8, 2023
উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল,  দুদিনীয়া বৈঠক সম্পন্ন
ৰাজনীতি

উত্তৰ-পূবত বিজেপিক প্ৰতিহত কৰিবলৈ তৎপৰ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৫টা বিৰোধী দল, দুদিনীয়া বৈঠক সম্পন্ন

December 2, 2023
দলীয় অন্তঃকন্দল!!ধেমাজি জিলা সভাপতিৰ পদত্যাগ
ৰাজনীতি

দলীয় অন্তঃকন্দল!!ধেমাজি জিলা সভাপতিৰ পদত্যাগ

December 2, 2023
বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা, ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত বিশাল বাইক ৰেলী
ৰাজনীতি

বিটিএডিত বিজেপিয়ে বজাইছে লোকসভা নির্বাচনৰ ৰণডংকা, ৰণোজ পেগুৰ উপস্থিতিত মাজবাটত বিশাল বাইক ৰেলী

November 29, 2023
বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান
ৰাজনীতি

বজালী-নলবাৰীৰ তৃণমূল কংগ্ৰেছৰ নেতা-কর্মীৰ কংগ্ৰেছত যোগদান

November 20, 2023
কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত
ৰাজনীতি

কার্বি আংলং বিজেপিত জোকৰনি, কার্বি স্বায়ত্ব শাসিত পৰিষদৰ তিনি প্ৰাক্তন কার্যবাহী সদস্যই যোগদান কৰিব কংগ্ৰেছত

November 15, 2023
Next Post
অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে লগ কৰিলে ট্ৰাক চালকক

অলিম্পিক পদক বিজয়ী মীৰাবাঈ চানুৱে লগ কৰিলে ট্ৰাক চালকক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7