VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দৈনিক ৰাশি ফল

voicedesk by voicedesk
May 9, 2023
in ৰাজনীতি, মুখ্য সংবাদ
দৈনিক ৰাশি ফল
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

🌞 শ্ৰীশ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞
২৫ ব’হাগ, মঙ্গল বাৰ ইং ৯ মে’ ২০২৩ ।
সূৰ্য্যোদয় ঘ:- ৪/৪৪/৩৪ , সূৰ্য্যাস্ত ঘ:- ৫/৫২/৩০
ৰাশি:- ধনু ৰাশি।
তিথি :- কৃষ্ণা চতুৰ্থী। আ:ঘ:- ৫/৯/৩২ লৈ।
নক্ষত্ৰ :- মূলা ,ৰা:ঘ:- ৬/৫৩/৩০ লৈ।
শুভ সংখ্যা:- ৯/৩
শুভ ৰং:- ৰঙা / সোনালী।
আদ্যঋতু হলে :- পতিহীনা যোগ।
মৰণত দোষ:- এপদ।
যাত্ৰা:- নৈঋত কোনত নাই। আ:ঘ:- ৫/৯/৩২ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত । আ:ঘ:- ৫/৯/৩২ যোৱাত দক্ষিণ দিশত।
ভক্ষাভক্ষ্য :- মূলা খোৱা নিষেধ। আ:ঘ:- ৫/৯/৩২ যোৱাত বেল খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য পাৰিবাৰিক চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত অধিক ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত অধিক দ্বায়িত্ব বাঢ়িব, শিক্ষক সকলৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৪. কৰ্কট ৰাশি( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, কৰ্মত সন্মান বাঢ়িব, উকীল সকল সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, ভাল খাদ্য গ্ৰহণৰ কৰিবলৈ সক্ষম হব, প্ৰেমত শুভ, লগতে ব্যৱসায়িক দিশত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, নতুন প্ৰেমৰ আৰম্ভণি হ’ব পাৰে, দাম্পত্য জীৱনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ সুখ শান্তি বাঢ়িব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকল আজিৰ দিনটোত ব্যৱসায়িক দিশত অধিক লাভালাভ হ’ব, পিতৃ মাতৃ পৰা মৰম চেনেহ লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণত সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ বাঢ়িব, যদিও আজি আপোনাৰ মনৰ উৎসাহ সামান্য হ্ৰাস হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব, লগতে আজি আপোনাৰ কৰ্ম বোৰ সামান্য জটিলতাৰ মাজেৰে সমাপ্ত হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্মদক্ষতা বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ’ব, লগতে আজি আপুনি কৰ্মবোৰ দক্ষতাৰে সমাপ্ত কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। ”

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

-: জ্যোতিষী :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Previous Post

“কৰ্ণাটকৰ সাৰ্বভৌমত্ব”ৰ মন্তব্যক লৈ ছোনিয়া গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীঃ নির্বাচনী আয়োগলৈ বিজেপিৰ পত্ৰ ৷

Next Post

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

দিল্লী আদালতত শ্ৰদ্ধা হত্যাৰ গোচৰত চার্জফ্ৰেম ! কি প্ৰমাণ পোৱা গ’ল? বিচাৰপতিয়ে কি ক’লে আফতাবক?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7