VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিজেপিতকৈ এখোজ আগত কেজৰিৱাল,ঘোষণা হ’ল গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থীৰ নাম

voicedesk by voicedesk
November 4, 2022
in ৰাজনীতি
বিজেপিতকৈ এখোজ আগত কেজৰিৱাল,ঘোষণা হ’ল গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থীৰ নাম
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ নির্বাচনৰ দিন ঘোষণা কৰাৰ এদিন পাছতে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থীৰ নাম ঘোষণা কৰিছে আম আদমী পার্টী চমুকৈ আপে ৷ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া  গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ইছুদান গড়বী ৷   শুকুৰবাৰে এই কথা ঘোষণা কৰে দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে।

ৰাজ্যখনৰ জনসাধাৰণে  দাখিল কৰা মতামতৰ ভিত্তিত প্ৰাৰ্থীগৰাকীৰ নাম বাচনি কৰা হয়। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গড়বীৰ উপৰিও আপৰ ৰাজ্যিক কমিটীৰ সভাপতি গোপাল ইটালিয়া আৰু সাধাৰণ সম্পাদক মনোজ ছোৰাতিয়া মুখ্যমন্ত্ৰী পদৰ বাবে ভোট প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল ৷

যোৱা সপ্তাহত কেজৰিৱালে ৰাইজক এছএমএছ, হোৱাটছএপ, ভইচ মেইল আৰু ই-মেইলৰ জৰিয়তে দলটোৰ সৈতে যোগাযোগ কৰি বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ শাসনত থকা ৰাজ্যখনৰ দলটোৰ পৰা কোন মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ’ব লাগে সেই সম্পৰ্কে নিজৰ মতামত দিবলৈ আহ্বান জনাইছিল ৷

কেজৰিৱালে কৈছিল যে ৩ নৱেম্বৰৰ সন্ধিয়ালৈকে মানুহে নিজৰ মতামত দাখিল কৰিব পাৰিব আৰু তেওঁলোকৰ মতামতৰ ভিত্তিত পিছদিনা দলটোৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব।

সেই সময়ত কেজৰিৱালে লগতে কৈছিল- “পঞ্জাৱৰ নিৰ্বাচনৰ সময়ত আমি মানুহক সুধিছিলোঁ যে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব লাগে। মানুহে ভগৱন্ত মানক বিপুল সংখ্যাগৰিষ্ঠতাৰে নাম ৰাখিছিল। আৰু জনসাধাৰণৰ ইচ্ছা অনুসৰি আমি তেওঁক  মুখ্যমন্ত্ৰীৰ দায়িত্ব অর্পণ কৰিলো ।”

গুজৰাট নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে আপৰ নৱম তালিকা ঘোষণা কৰে ৷ এতিয়ালৈকে যিসকল প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে তেওঁলোকক ধৰি আপৰ  প্ৰার্থীৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধি পাইছে  ৷ ১ আৰু ৫ ডিচেম্বৰত ভোটগ্ৰহণ  তথা ৮ ডিচেম্বৰত ভোট গণনা কৰা হ’ব।

Previous Post

শিঙি মাছৰ জোলকণ আৰু সামাজিক নিয়ম

Next Post

চৰকাৰী কর্মচাৰীয়ে এৰিব পৰা নাই উৎকোচ লোৱাৰ অভ্যাস, এইবাৰ কোন পৰিল দুর্নীতি নিবাৰকৰ জালত ?

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
চৰকাৰী কর্মচাৰীয়ে এৰিব পৰা নাই উৎকোচ লোৱাৰ অভ্যাস, এইবাৰ কোন পৰিল দুর্নীতি নিবাৰকৰ জালত ?

চৰকাৰী কর্মচাৰীয়ে এৰিব পৰা নাই উৎকোচ লোৱাৰ অভ্যাস, এইবাৰ কোন পৰিল দুর্নীতি নিবাৰকৰ জালত ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7