VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নীতিশ-শাৰদৰ বৈঠকৰ পূৰ্বে ‘এক্টিভ’ ইডি! মহাৰাষ্ট্ৰ এনচিপিৰ সভাপতিক চমন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 11, 2023
in ৰাজনীতি
নীতিশ-শাৰদৰ বৈঠকৰ পূৰ্বে ‘এক্টিভ’ ইডি! মহাৰাষ্ট্ৰ এনচিপিৰ সভাপতিক চমন
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে বিয়লি মুম্বাইত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ সৈতে এক বৈঠকত মিলিত হৈ লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁট গঠনৰ পৰিকল্পনা কৰিব । তাৰ আগতে কেন্দ্ৰীয় সংস্থা এনফর্চমেণ্ট সঞ্চালকালয় হঠাতে ‘সক্ৰিয়’ হৈ পৰিল। মহাৰাষ্ট্ৰ এন চি পিৰ সভাপতি জয়ন্ত পাটিলক সোধা-পোছাৰ বাবে চমন প্ৰেৰণ কৰা হৈছে।

 

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী জয়ন্তক শুকুৰবাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ লিজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছ লিমিটেড (আই এল এণ্ড এফ এছ)ৰ দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে চমন কৰা হৈছিল বুলি ই ডি সূত্ৰই প্ৰকাশ কৰিছে। আই এল এণ্ড এফ এছৰ কোহিনুৰ চি টি এন এলৰ বিত্তীয় অনিয়মৰ গোচৰত বুধবাৰে ই ডিয়ে কোম্পানীটোৰ দুজন অডিটৰৰ বাসগৃহত অভিযান চলায়। ইয়াৰ পিছত শাৰদ পাৱাৰৰ ঘনিষ্ঠা জয়ন্ত পাটিলক মাতি অনা হয়।

 

প্ৰসংগক্ৰমে মহাৰাষ্ট্ৰৰ একাংশ ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ আত্মীয়ই বেনামী কনচৰ্টিয়াম গঠন কৰি কোহিনুৰ মিলছৰ এটা অংশ ৪২১ কোটি টকাত ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই মাটিত শ্বপিং মল নিৰ্মাণৰ পৰিকল্পনা আছিল। কিন্তু পিছত সেই পৰিকল্পনা সলনি কৰি কোহিনূৰ ভৱন নামৰ এটা বাণিজ্যিক ভৱন নিৰ্মাণৰ কাম আৰম্ভ হ’ল। মাটি ক্ৰয়ৰ বাবে সেই ৪২১ কোটি টকাৰ ভিতৰত ঋণ প্ৰদানকাৰী কোম্পানী আই এল এণ্ড এফ এছে আন্তঃগাঁথনিত ২২৫ কোটি টকা বিনিয়োগ কৰিছিল। পিছত আই এল এণ্ড এফ এছে আৰ্থিক সংকটৰ অজুহাত দি নিয়ম উলংঘা কৰি মাত্ৰ ৯০ কোটি টকাত সেই অংশ বিক্ৰী কৰাৰ অভিযোগ উঠিছে। ইডিয়ে ইয়াৰ তদন্ত কৰি আছে।

Previous Post

প্ৰশাসনিক ক্ষমতা থাকিব অৰবিন্দ কেজৰিৱালৰ হাতত, কেন্দ্ৰ-দিল্লী চৰকাৰৰ বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায়

Next Post

নগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট এ জে এছ ইউ পিৰ,ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

Related Posts

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল
ৰাজনীতি

ভোটৰ পূৰ্বে ৰাজস্থানত গেহলটৰ নতুন প্ৰতিশ্ৰুতি’! ১০০ ইউনিটলৈ দিব নালাগে বিদ্যুত মাচুল

June 1, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত
ৰাজনীতি

সাতজন অবিজেপি মুখ্যমন্ত্ৰী উপস্থিত নাথাকে নিটি আয়োগৰ সভাত

May 27, 2023
অনিমন্ত্ৰিত ৰাষ্ট্ৰপতি মুর্মুঃ কংগ্ৰেছ, তৃণমূলকে ধৰি ১৯টা বিৰোধী দলে বর্জন কৰিব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান
ৰাজনীতি

বিৰোধীয়ে বর্জন কৰিলেও মোদীৰ সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত থাকিব ১৭ টা ৰাজনৈতিক দল

May 25, 2023
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?
ৰাজনীতি

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ছিদ্দাৰমাইয়াই, কোন নেতা উপস্থিত থাকিল ?

May 20, 2023
অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ
ৰাজনীতি

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ

May 18, 2023
Next Post
নগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট এ জে এছ ইউ পিৰ,ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

নগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট এ জে এছ ইউ পিৰ,ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7