VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম জাতীয় পৰিষদে পাতবেঙৰ দৰে জপিয়াই জপিয়াই যাত্ৰা কৰা বুলি সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

voicedesk by voicedesk
October 4, 2023
in ৰাজনীতি
অসম জাতীয় পৰিষদে পাতবেঙৰ দৰে জপিয়াই জপিয়াই যাত্ৰা কৰা বুলি সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ
0
SHARES
105
VIEWS
Share on FacebookShare on Twitter

 

আজি অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰী পীযুষ হাজৰিকা ৷ অসম জাতীয় পৰিষদে পাতবেঙৰ দৰে জপিয়াই জপিয়াই এই যাত্ৰা কৰা বুলি সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে ৷ সংবাদমাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হাজৰিকাই কয় –“যেনেদৰে পাতবেঙে জপিয়াই  ফুৰে, সেইদৰেই অসম জাতীয় পৰিষদে  যাত্ৰা কৰিছে ৷ গোসাইগাঁৱৰ পৰা শিৱসাগৰত ১০ দিনতে উপস্থিত হ’ল  ৷ তেওঁলোকৰ এই কার্যসূচীক সভা বুলি ক’ব পাৰি, কিন্তু যাত্ৰা বুলি ক’ব নোৱাৰে ৷তেওঁলোকে  ২০০-২৫০ মানুহেৰে কেইবাখনো সভা কৰিছে ৷ মই হাজোত দেখিছিলো ৰেলী কৰা, তাৰ পাছত পোনে পোনে মৰিগাওঁত দেখিছো  ৷ গুৱাহাটীতো কৰা নাই , জাগীৰোডতো কৰা নাই ৷ তেওঁলোকে জপিয়াই জপিয়াই এনেদৰে যাত্ৰা কৰিছে ৷ ইয়াৰ পৰা আমাৰ কোনো লোকচান নহয় ৷ “

 

 

উল্লেখ্য যে  নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে ৰাজ্যজুৰি উলিয়াইছে ৰেলী ৷ শদিয়াৰ পৰা ধুবুৰীলৈ এই  এক অসম  যাত্ৰাৰে সামৰি লোৱা হ’ব  ৷ ইতিমধ্যে বিভিন্ন স্থান ভ্ৰমণ কৰি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ নেতৃত্বত  এক অসম যাত্ৰা উপস্থিত হৈছে শিৱসাগৰত ৷ আজি  শিৱসাগৰৰ বিভিন্ন স্থানত ইয়াৰ কার্যসূচী অনুষ্ঠিত হ’ব ৷

 

 

 

 

Previous Post

এছিয়ান গেমছত ৰূপৰ পদকতেই থমকিল লাভলিনা, চীনৰ প্ৰতিদ্বন্দীয়ে কৰিলে পৰাজিত

Next Post

জখলাবন্ধাৰ দূর্ঘটনাস্থলীলৈ কণ্টেইনাৰ ট্ৰাক- মাৰুতি এক্সপ্ৰেছ’ বাহন আনি পৰীক্ষা চিবিআইৰ, কেতিয়া পোহৰলৈ আহিব জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ?

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
ৰাজনীতি

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

February 19, 2024
Next Post
জখলাবন্ধাৰ দূর্ঘটনাস্থলীলৈ কণ্টেইনাৰ ট্ৰাক- মাৰুতি এক্সপ্ৰেছ’ বাহন আনি পৰীক্ষা চিবিআইৰ, কেতিয়া পোহৰলৈ আহিব  জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ?

জখলাবন্ধাৰ দূর্ঘটনাস্থলীলৈ কণ্টেইনাৰ ট্ৰাক- মাৰুতি এক্সপ্ৰেছ’ বাহন আনি পৰীক্ষা চিবিআইৰ, কেতিয়া পোহৰলৈ আহিব জোনমণি ৰাভাৰ মৃত্যু ৰহস্য ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7