VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ

voicedesk by voicedesk
February 19, 2024
in ৰাজনীতি
লোকসভাত অসমৰ সকলো আসনত প্ৰাৰ্থী প্ৰদান  কৰিবলৈ মমতা বেনার্জীক আহ্বান সুষ্মিতা দেৱৰ
0
SHARES
236
VIEWS
Share on FacebookShare on Twitter

তৃণমূল কংগ্ৰেছে  অসমৰ সকলো সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো বিচাৰিছে প্ৰাক্তন সাংসদ সুষ্মিতা দেৱে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এই  আহ্বান জনাইছে সুষ্মিতা দেৱে । ভাৰতত বিজেপি বিৰোধী মিত্ৰতা একত্ৰিত হ’লেও তৃণমূলৰ শীৰ্ষ নেত্ৰীগৰাকীয়ে পশ্চিমবংগৰ ৪২খন আসনৰ আটাইকেইখনতে তেওঁৰ দলে যুঁজ দিব বুলি কৈছে। ইয়াৰ বাহিৰেও তৃণমূলে অসম, মেঘালয়, ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশৰ এখন আসনত যুঁজিব বিচাৰিছে বুলি শাসকীয় দলৰ সূত্ৰই প্ৰকাশ কৰিছে।

 

 

অসমত তৃণমূলৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত সুষ্মিতাই কয়-“ আমি অসমৰ সকলো লোকসভা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰা উচিত। আমাৰ দলৰ সৰ্বোচ্চ নেতাগৰাকীকো সেই কথা জনাইছো। মমতা দিদীয়ে বাৰে বাৰে দেখুৱাইছে যে বিজেপিৰ একমাত্ৰ বিকল্প হৈছে তৃণমূল। গতিকে তেওঁৰ নেতৃত্বত অসমতো বিজেপিক পৰাস্ত কৰিবলৈ তৃণমূলে যুঁজ দিয়ক।”

 

তেওঁ আৰু কয়, “অসমৰ ৰাজনীতিত কংগ্ৰেছ দিনক দিনে অপ্রাসংগিক হৈ পৰিছে। যদিও তেওঁলোক বিধানসভাৰ মূল বিৰোধী দল, তথাপিও লোকসভা নিৰ্বাচনত তেওঁলোকে যুঁজ নাই বুলি ক’লেও ভুলল কোৱা নহ’ব  । বৰং অসমত কিছু পৰিমাণে বিজেপিৰ বিৰুদ্ধে যুঁজ দিছে এআই ইএউডিএফে । গতিকে অসমৰ বিৰোধী ৰাজনীতিৰ পৰিসৰ এতিয়াও খালী হৈ আছে। গতিকে যদি আমি মমতা বেনার্জীৰ নেতৃত্বত যুঁজ দিওঁ, তেন্তে অনাগত দিনত তৃণমূল অসমৰ মূল দল হিচাপে আত্মপ্ৰকাশ কৰিব।”

 

২০২২ চনত কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰাৰ পিছত মানস ভূঞাই খালী কৰা আসনখনত তৃণমূলে তেওঁক ডেৰ বছৰৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও অসম আৰু ত্ৰিপুৰাত তেওঁৰ নেতৃত্বত সংগঠন গঢ়াৰ দায়িত্বও তেওঁক দিয়া হৈছিল। ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব নোৱাৰিলে তৃণমূল। তেতিয়াও সুষ্মিতাই হাৰ নামানিল আৰু অসমত তৃণমূলৰ সংগঠন গঢ়ি তুলিবলৈ আৰম্ভ কৰিলে। কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাক অসমৰ তৃণমূল প্ৰদেশৰ সভাপতি হিচাপে  দায়িত্ব দিয়া হৈছে।

 

 

Previous Post

মহানগৰীৰ ৰাজপথৰ পৰাই যুৱতীক অপহৰণৰ চেষ্টা , নিশা গুৱাহাটীৰ জিএছ ৰোডত চাঞ্চল্য

Next Post

শ্বীনা বৰা হত্যাকাণ্ডক লৈ ইন্দ্ৰানী মুখার্জীৰ ওপৰত নির্মাণ কৰা তথ্য চিত্ৰৰ মুক্তিত বাধা চিবিআইৰ, ওচৰ চাপিল আদালতৰ

Related Posts

৯৩ বছৰ বয়সত নাম সন্নিৱিষ্ট হ’ল ভোটাৰ তালিকাত, প্ৰথম স্বাধীনতা দিৱস উদযাপন স্বচক্ষে দেখা বৃদ্ধজন কিদৰে বাদ পৰিল ভোটাৰ তালিকাৰ পৰা ?
ৰাজনীতি

ছেপ্তেম্বৰত ৰাজ্যৰ ৫ সমষ্টিত উপ-নির্বাচন, ৩০ জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা

July 19, 2024
আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে
ৰাজনীতি

আৰম্ভ হ’ল অষ্টাদশ লোকসভা , শপত ল’লে সাংসদে

June 24, 2024
দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ  হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান
ৰাজনীতি

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ ভাৰতলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কেইবাটায়ো গুৰুত্বপূর্ণ বিষয়ে আলোচনাত পাব স্থান

June 15, 2024
সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ
ৰাজনীতি

সামৰণি পৰিল আন এক ৰাজনৈতিক পৰিক্ৰমাৰঃ ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

April 3, 2024
পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা
ৰাজনীতি

পুৱতি নিশালৈ বিজেপিৰ বৈঠক, লোকসভাৰ প্ৰথম প্ৰার্থী তালিকা আজি ঘোষণা হোৱাৰ সম্ভাৱনা

March 1, 2024
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰদেশ কংগ্ৰেছৰ ৰোষত দাদু টায়ে, গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ
ৰাজনীতি

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰদেশ কংগ্ৰেছৰ ৰোষত দাদু টায়ে, গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ

February 16, 2024
Next Post
শ্বীনা বৰা হত্যাকাণ্ডক লৈ ইন্দ্ৰানী মুখার্জীৰ ওপৰত নির্মাণ কৰা তথ্য চিত্ৰৰ মুক্তিত বাধা চিবিআইৰ, ওচৰ চাপিল আদালতৰ

শ্বীনা বৰা হত্যাকাণ্ডক লৈ ইন্দ্ৰানী মুখার্জীৰ ওপৰত নির্মাণ কৰা তথ্য চিত্ৰৰ মুক্তিত বাধা চিবিআইৰ, ওচৰ চাপিল আদালতৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7