VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰেডমি ন’ট ৯ ফোনৰ ক্ষেত্ৰত ফ্লিপকাৰ্টে আগবঢ়াইছে বিশেষ সুবিধাঃ ৫০০০ টকা ৰেহাই মূল্যত কিনিব পাৰিব স্মাৰ্টফোন

voicedesk by voicedesk
August 9, 2021
in বিজ্ঞান, জীৱন, সমাজ
ৰেডমি ন’ট ৯ ফোনৰ ক্ষেত্ৰত ফ্লিপকাৰ্টে আগবঢ়াইছে বিশেষ সুবিধাঃ ৫০০০ টকা ৰেহাই মূল্যত কিনিব পাৰিব স্মাৰ্টফোন
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

ই-কমাৰ্চ চাইট সমূহত অনেক সময়ত এনে কিছুমান অফাৰ বা সুবিধা পোৱা যায় যে, যাক বিশ্বাস কৰাটো কঠিন । কিন্তু এনে অফাৰসমূহৰ দ্বাৰা সাধাৰণ মানুহ বহু সময়ত যথেষ্ট উপকৃত হোৱাও দেখা পোৱা গৈছে । এই সময়ত যদি কোনোবাই কম দামত নতুন ফোন কিনাৰ কথা চিন্তা কৰে তেন্তে বজাৰত পোৱা সকলোতকৈ সস্তা স্মাৰ্টফোনটোৰ বিষয়ে জনাৰ দৰকাৰ । কাৰণ Xiaomi ৰ স্মার্টফোন Redmi Note 9 এতিয়া বজাৰত পোৱা যাব খুব কম দামতে ।

ফ্লিপকাৰ্টত ইতিমধ্যেই আৰম্ভ হৈছে “Shop From Home Days” চেল । এই সুবিধামৰ্মে কোনোলোকে Redmi Note 9 ৰ ৬ জি বি ৰেম (6GB RAM) আৰু ১২৮ জি বি (128GB) ষ্ট’ৰেজ থকা মডেলটি কম দামতে ক্ৰয় কৰিব পাৰিব । ইয়াত ৫০০০ টকাৰ ৰেহাই মূল্যত (Discount) কিনিব পৰা যাব এই ফোন ।

উক্ত স্মাৰ্টফোনটোৰ অফাৰ , সুবিধা তথা বিৱৰণৰ বিষয়ে উল্লেখ কৰা হ’ল –

দামৰ ফালৰ পৰা চাবলৈ গ’লে Redmi Note 9 ৰ ৬ জি বি ৰেম (6GB RAM) আৰু ১২৮ জি বি (128GB) ষ্ট’ৰেজৰ মডেলটোৰ দাম ১৮,৯৯৯ টকা । কিন্তু এতিয়া ৫০০০ টকা ৰেহাই হিচাপে মাত্ৰ ১৩,৯৯৯ টকাতে কিনিব পৰা যাব এই ফোনটো। আনহাতে ফোনৰ দাম কম হোৱাৰ লগে লগে “Bank of Baroda Mastercard“ ৰ ডেবিট কাৰ্ডৰ দ্বাৰা প্ৰথম ট্ৰানজেক্সন (Transaction) কৰিলে অতিৰিক্ত ১০% ৰেহাইও পোৱা যাব। লগতে Flipkart Axis Bank Credit Card ৰ জৰিয়তে ক্ৰয় কৰিলেও ৫% ৰেহাই পোৱা যাব ।

Redmi Note 9 ৰ বিশেষ বিৱৰণ –

  • Redmi Note 9 ৰ স্মাৰ্টফোনত ৬.৫৩ ইঞ্চিৰ সম্পূৰ্ণ এইচ ডি+ “1080×2340 Pixel ৰ ডিছপ্লে (Display) আছে । আনহাতে সুৰক্ষাৰ বাবে কৰ্নিং গৰিলা গ্লাছ ৫(Corning Gorilla Glass-5) ৰ সুবিধা দিয়া হৈছে ।
  • স্পিড (Speed) আৰু মাল্টিটাস্কিঙৰ (Multitasking) বাবে মিডিয়াটেক হেলিঅ’ অক্টা-ক’ৰ প্ৰচেছৰ(Media Tek Helio Octa Core Processor) জৰিয়তে ৬ জি বি ৰেম আৰু ১২৮ জি বি পৰ্যন্ত ষ্ট’ৰেজ আছে ।
  • ফোনত ৪৮ মেগাপিক্সেল (Megapixel) প্ৰাইমেৰি কেমেৰা চেন্সৰ( Primary Camera Sensor) আছে , লগতে ৮ মেগা পিক্সেল আলট্ৰা-ওৱাইড- এংগল(Ultra Wide Angle) , ২ মেগাপিক্সেল মাইক্ৰো(Micro) আৰু এটা ২ মেগাপিক্সেলৰ ডেপথ চেন্সৰ( Depth Sensor) দিয়া হৈছে । চেলফিৰ বাবে ফোনৰ সন্মুখত এটি ১৩ মেগাপিক্সেলৰ কেমেৰা চেন্সৰ পোৱা যাব ।
  • এই Redmi Mobile ফোনত 5020 mAh ৰ শক্তিশালী বেটেৰীৰ ল’গতে এটি ১৮ ৱাটছ (18W)ৰ ফাষ্ট চাৰ্জিং চাপ’ৰ্ট ৰ সুবিধা দিয়া হৈছে
Previous Post

বিশ্বৰ এনে এখন দেশ য’ত মহিলাই টান কাপোৰ পৰিধান কৰাও অপৰাধঃ হ’ব পাৰে মৃত্যুদণ্ড

Next Post

লাৰা দত্তৰ অভিনয়ৰে ৰূপালী পৰ্দাৰ চেলুলইডত বন্দী হ’ল ইন্দিৰা গান্ধী

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
লাৰা দত্তৰ অভিনয়ৰে ৰূপালী পৰ্দাৰ চেলুলইডত বন্দী হ’ল ইন্দিৰা গান্ধী

লাৰা দত্তৰ অভিনয়ৰে ৰূপালী পৰ্দাৰ চেলুলইডত বন্দী হ’ল ইন্দিৰা গান্ধী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7