VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২০২৩চনত প্ৰাকৃতিক ভাৱে জন্ম হোৱাৰ বিপৰীতে পৰীক্ষাগাৰত প্ৰস্তুত হ’ব মানুহ

বুলগেৰিয়ান মহিলা বাবা ভেঙ্গাৰ ভৱিষ্যতবাণী সঁচা হ'বনে ?

voicedesk by voicedesk
November 2, 2022
in বিজ্ঞান
২০২৩চনত  প্ৰাকৃতিক ভাৱে জন্ম হোৱাৰ বিপৰীতে পৰীক্ষাগাৰত প্ৰস্তুত হ’ব মানুহ
0
SHARES
55
VIEWS
Share on FacebookShare on Twitter

কেতিয়াবা কিছুমান  লোকৰ ভৱিষ্যতবাণীয়ে আমাৰ সকলোৰে কৌতূহল শান্ত কৰিব পাৰে। বুলগেৰিয়ান মহিলা বাবা ভেঙ্গা এনে এগৰাকী  ভৱিষ্যতবাণী কৰোঁতা যি তেওঁৰ সঠিক ভৱিষ্যতবাণীৰ  বাবে  সমগ্ৰ পৃথিৱীতে বিখ্যাত।

পৃথিৱীৰ সকলো গুৰুত্বপূৰ্ণ ঘটনাৰ সঠিক ভৱিষ্যতবাণী কৰা এইগৰাকী বাবা ভেঙ্গাই ২০২৩ বৰ্ষৰ বিষয়ে কিছু ভৱিষ্যতবাণী কৰিছে  যিয়ে সকলোকে চিন্তিত কৰি তুলিছে ৷  বাবা ভেঙ্গাৰ  পূৰ্বানুমান অনুসৰি ২০২৩ চনত সংঘটিত হ’ব এক ভয়ংকৰ জ্যোতিৰ্বৈজ্ঞানিক ঘটনা!বাবা ভেঙ্গাই ২০২৩ চনৰ বিষয়ে ভৱিষ্যতবাণী কৰি কৈছে যে ২০২৩চনত পৃথিৱী ইয়াৰ কক্ষপথৰ পৰা অলপ আঁতৰি যাব। যদিও পৃথিৱীৰ ভাৰসাম্যৰ ওপৰত বিশ্বব্ৰহ্মাণ্ডৰ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ নপৰে তথাপি পৃথিৱীৰ সামান্য পৰিৱৰ্তনৰ ফলতো জলবায়ুৰ এক ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে। যদি গ্ৰহটো  সূৰ্যৰ ফালে যায়, তেন্তে প্ৰচণ্ড গৰম আৰু যদি ই আনফালে চলাচল কৰে  তেন্তে ৰাতিটো ঠাণ্ডা আৰু দীঘলীয়া হ’ব। ইয়াৰ উপৰিও, সৌৰ ধুমুহাৰ ফলত বৈদ্যুতিক আধান, চুম্বকীয় ক্ষেত্ৰ আৰু বিকিৰণো বৃদ্ধি পাব ৷ যি  লাখ লাখ পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ দৰে শক্তিশালী হ’ব আৰু  প্ৰযুক্তিৰ ওপৰত ই আটাইতকৈ বেছিকৈ প্ৰভাৱ পেলাব।

কেৱল এয়াই নহয়, এই বছৰ বাবা ভেঙ্গাই এখন ডাঙৰ দেশৰ জৈৱিক অস্ত্ৰৰ ওপৰত গৱেষণাৰ ভৱিষ্যতবাণীও কৰিছে। তেওঁৰ মতে, এই পৰীক্ষাত হাজাৰ হাজাৰ লোক নিহত হ’ব। বাবা ভেঙ্গাই দাবী কৰিছে যে ২০২৩চনত পাৰমাণৱিক শক্তি প্ৰকল্পত এক  বিস্ফোৰণ হ’ব পাৰে। অৱশ্যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ উত্তেজনাৰ সৈতে  এই  আশংকা ইতিমধ্যেই সঠিক প্ৰমাণিত হোৱা দেখা গৈছে। কেৱল এয়াই নহয়, তেওঁৰ মতে  এই বৰ্ষত প্ৰাকৃতিক ভাৱে মানুহৰ  জন্ম সমাপ্ত হ’ব আৰু মানুহ পৰীক্ষাগাৰত প্ৰস্তুত হ’ব।

তেওঁৰ ভৱিষ্যতবাণীৰ বাবে পৃথিৱীবিখ্যাত বাবা ভেঙ্গাই   ১২ বছৰ বয়সত তেওঁৰ চকু দুটা হেৰুৱাইছিল, কিন্তু চকু অবিহনেই  তেওঁ এনে এক শক্তি লাভ কৰিছিল যি তেওঁক ভৱিষ্যত চাবলৈ শক্তি প্ৰদান কৰিছে ৷ ।

 

Previous Post

বিশ্বকাপত কোহলিৰ নতুন অভিলেখ , কাৰ অভিলেখ ভাঙি শীর্ষত উপনীত কিং কোহলি ?

Next Post

‘মেচেজ উইথ ইয়োৰচেল্ফ’

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
‘মেচেজ উইথ ইয়োৰচেল্ফ’

'মেচেজ উইথ ইয়োৰচেল্ফ'

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7