VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মৃত্যুৰ পিছতো ‘জীৱন’

কম্পিউটাৰত নিজৰ চেতনা আৰু সংবেদনশীলতা আপলোড কৰিবলৈ সক্ষম হ’ব মানুহ

voicedesk by voicedesk
April 13, 2023
in বিজ্ঞান
মৃত্যুৰ পিছতো ‘জীৱন’
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত প্ৰতিদিনেই হৈ আছে বহুতো নতুন নতুন আৱিষ্কাৰ। শেহতীয়াকৈ ভাৰতীয় মূলৰ এজন কম্পিউটাৰ বিজ্ঞানী ডাঃ প্ৰতীক দেশায়ে এই দাবী কৰিছে যে এই বছৰৰ শেষৰ ফালে অৰ্থাৎ ২০২৩ চনৰ ভিতৰত মানুহে কম্পিউটাৰত আপলোড কৰিবলৈ সক্ষম হ’ব নিজৰ চেতনা আৰু সংবেদনশীলতা ।

বৰ্তমান সময়ত  বিজ্ঞানীসকলৰ এই অসম্ভৱ যেন লগা ধাৰণাটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে সকলোতে।
উল্লেখনীয় যে  ডাঃ প্ৰতীক দেশায়ে সকলোকে আপোনজনৰ কণ্ঠৰ নমুনা নিয়মীয়াকৈ ৰেকৰ্ডিং কৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে, যাতে  মৃত্যুৰ পিছতো থাকে  ‘জীৱন’ । নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি বিজ্ঞানীগৰাকীয়ে শেহতীয়াকৈ  এটি টুইটত লিখিছে যে সকলোৱে নিজৰ পিতৃ-মাতৃ, বয়োজ্যেষ্ঠ আৰু আপোনজনৰ কথা-বাৰ্তা নিয়মিতভাৱে ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰক ।কিয়নো অতিশীঘ্ৰেই পৰ্যাপ্ত পৰিমাণৰ ট্ৰান্সক্ৰিপ্ট ডাটা, নতুন ভইচ চিন্থেছিছ আৰু ভিডিঅ’ মডেলৰ সৈতে শৰীৰ এৰি যোৱাৰ পিছতো আপোনাৰ আত্মীয়সকল চিৰদিনৰ বাবে আপোনাৰ লগত থকাৰ সম্ভাৱনা  ১০০ শতাংশই সম্ভৱ হৈ পৰিছে ।
অৱশ্যে কেৱল ড° প্ৰতীক দেশায়েই  নহয় ইয়াৰ পূৰ্বে মেটাভাৰ্ছ কোম্পানী ছ’নিয়াম স্পেছে আগবঢ়াইছিল এ.আই ভিত্তিক লাইভ ফৰ এভাৰ মোড । ইয়াৰ লক্ষ্য হৈছে মানুহে নিজৰ আপোনজনৰ সৈতে মেটাভাৰ্ছত কথা পাতিব পৰা সুবিধা। কোম্পানীটোৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী বিষয়া আৰ্টুৰ চাইকোভে কয় যে তেওঁৰ প্ৰকল্পটোৰ জৰিয়তে মানুহৰ মৃত্যুৰ পিছতো কথা কোৱা আৰু চলাচল কৰাৰ ধৰণ সংৰক্ষণ কৰাটো সম্ভৱ হ’ব যাৰ ফলত তেওঁলোকে অনলাইন অৱতাৰত মৃত্যুৰ পৰা উভতি আহি আত্মীয়ৰ লগত কথা পাতিব পাৰিব।

 

Previous Post

মোদীক লৈ তথ্যচিত্ৰ নির্মাণ কৰি পুনৰ বিপদত বিবিচি, বৈদেশিক মুদ্ৰা আইন উলংঘাৰ গোচৰ ৰুজু ইডিৰ

Next Post

উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আছাদ এনকাউণ্টাৰত নিহত

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আছাদ এনকাউণ্টাৰত নিহত

উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আছাদ এনকাউণ্টাৰত নিহত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7