VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাৰ আটাইতকৈ ওচৰৰ পৰা ফটো তুলিলে জুনো মহাকাশযানে, জীৱৰ সন্ধান আৰম্ভ বিজ্ঞানীমহলৰ

voicedesk by voicedesk
September 30, 2022
in বিজ্ঞান
বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাৰ আটাইতকৈ ওচৰৰ পৰা ফটো তুলিলে জুনো মহাকাশযানে, জীৱৰ সন্ধান আৰম্ভ বিজ্ঞানীমহলৰ
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

সৌৰজগতৰ বৃহত্তম গ্ৰহ বৃহস্পতিৰ উপগ্ৰহ ইউৰোপাৰ আটাইতকৈ নিকটতম ছবি লাভ কৰিবলৈ সক্ষম হৈছে মহাকাশ  বিজ্ঞানীসকল ৷  নাছাৰ জুনো মহাকাশযানখনে ২০ বছৰতকৈও অধিক সময়ৰ ভিতৰত বৃহস্পতিৰ ইউৰোপাৰ  ছবি আটাইতকৈ ওচৰৰ পৰা তুলিবলৈ সক্ষম হৈছে ৷

জুনোৱে বৃহস্পতিবাৰে ইউৰোপাৰ পৰা ২২২ মাইল (৩৫৭ কিলোমিটাৰ) দুৰত্বৰ পৰা ফটো তুলিবলৈ সক্ষম হয় ৷ এই ফটোৰ পৰা ইউৰোপাত বৰফাবৃত ভূত্বকৰ তলত এখন সাগৰ থকাৰ সম্ভাৱনা আচে বুলি সদৰী কৰিছে ৷  যাৰ ফলত পানীৰ তলত জীৱৰ  সন্ধান লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে।শুকুৰবাৰৰ ভিতৰত জুনোৰ  ছবিসমূহ উপলব্ধ হ’ব বুলি নাছাই প্ৰকাশ কৰিছে। শেহতীয়া পৰ্যবেক্ষণে নাছাক ২০২৪ চনত উৎক্ষেপণ কৰিবলগীয়া ইউৰোপা ক্লিপাৰ অভিযানৰ পৰিকল্পনা কৰাত সহায় কৰিব ৷

অৱশ্যে নাছাৰ পূৰ্বৰ গেলিলিঅ’ মহাকাশযানখন হৈছে  এতিয়াও ইউৰোপাৰ আটাইতকৈ ওচৰেৰে পাৰ হৈ যোৱা মহাকাশযান ৷ ২০০০ চনত ২১৮ মাইল (৩৫১ কিলোমিটাৰ)ৰ দুৰত্বৰে গেলিলিঅ’ পাৰ হৈ গৈছিল ৷

Previous Post

টি-২০ বিশ্বকাপৰ বিজয়ী দলে কিমান টকাৰ প্ৰাইজমাণী লাভ কৰিব আপুনি জানেনে ? ঘোষণা কৰিলে আইচিচিয়ে

Next Post

নৱৰূপা দুৰ্গাৰ পঞ্চৰূপ ” স্কন্দমাতা “। আজি নৱৰাত্ৰিৰ পঞ্চমী তিথি

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
নৱৰূপা দুৰ্গাৰ পঞ্চৰূপ ” স্কন্দমাতা “। আজি নৱৰাত্ৰিৰ পঞ্চমী তিথি

নৱৰূপা দুৰ্গাৰ পঞ্চৰূপ " স্কন্দমাতা "। আজি নৱৰাত্ৰিৰ পঞ্চমী তিথি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7