VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চলিত মাহতে আন এক বিৰল মহাজাগতিক পৰিঘটনা, একেটা মাহতে দ্বিতীয়বাৰৰ বাবে দেখা যাব ব্লুমুন

voicedesk by voicedesk
August 17, 2023
in বিজ্ঞান
চলিত মাহতে আন এক বিৰল মহাজাগতিক পৰিঘটনা, একেটা মাহতে দ্বিতীয়বাৰৰ বাবে দেখা যাব ব্লুমুন
0
SHARES
84
VIEWS
Share on FacebookShare on Twitter

 

চলিত মাহতে আন এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব ৰাজ্যবাসী ৷ চলিত মাহত আকাশত দ্বিতীয়টো ব্লু মুন পৰিলক্ষিত হ’ব ৷ ইয়াক  ছুপাৰমুন হিচাপেও অভিহিত কৰা হয় ৷ কিয়নো  এই সময়ত চন্দ্ৰটো আকাশত যথেষ্ট ডাঙৰকৈ দেখা যায় ৷ যিহেতু চন্দ্ৰটো সেই সময়ত পৃথিৱীৰ আটাইতকৈ ওচৰত অৱস্থান কৰে । আগষ্ট মাহৰ প্ৰথম দিনটোত  ছুপাৰমুন প্ৰত্যক্ষ কৰা হৈছিল ৷  সেই সময়ত চন্দ্ৰ পৃথিৱীৰ পৰা ৩,৫৭,৫৩০ কিলোমিটাৰ দূৰত্বত আছিল। দ্বিতীয়টো ব্লুমুন অহা ৩০ আগষ্টত প্ৰত্যক্ষ হ’ব ৷ এইবাৰ চন্দ্ৰটো পৃথিৱীৰ অধিক ওচৰ চাপিব  ৷ চন্দ্ৰই পৃথিৱীৰ পৰা ৩৫৭,২৪৪ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিব ।

ব্লুমুন কি?

এবছৰৰ যেতিয়া অতিৰিক্ত পূৰ্ণিমা আহে তেতিয়া ইয়াক নীলা চন্দ্ৰ  বা ব্লুমুন বুলি কোৱা হয় ৷ স্পেচ ডট কমৰ তথ্য অনুসৰি ব্লুমুন দুই প্ৰকাৰৰ – ঋতুভিত্তিক আৰু মাহেকীয়া।

 

ব্লুমুন কিয় বিশেষ?

নাছাৰ মতে সাধাৰণতে ডেৰ-দুবছৰৰ মূৰে মূৰেহে এনেকুৱা ঘটনা পৰিলক্ষিত  হয়। ১৯৪০ চনৰ পৰা ব্লুমুন শব্দটো এটামাহত দ্বিতীয় পূৰ্ণিমাৰ বাবেও ব্যৱহাৰ কৰা হয়। সাধাৰণতে ডেৰ-দুবছৰৰ মূৰে মূৰেহে এনেকুৱা পৰিঘটনা হয় ৷

চন্দ্ৰৰ পৰ্যায়সমূহৰ বিষয়ে ব্যাখ্যা কৰি মহাকাশ সংস্থাটোৱে আৰু কয় যে পূৰ্ণিমা চন্দ্ৰৰ মাজত প্ৰায় ২৯.৫ দিন  ব্যৱধান থাকে, গতিকে ফেব্ৰুৱাৰী মাহত কেতিয়াও মাহেকীয়া ব্লুমুনৰ অভিজ্ঞতা নহ’ব ৷  কাৰণ ফেব্ৰুৱাৰীত সাধাৰণ বছৰত মাত্ৰ ২৮ দিন আৰু লিপইয়েৰত ২৯ দিন থাকে।

 

 

Previous Post

আফগানিস্তানত অন্ত পৰিল গণতন্ত্ৰ, সকলো ৰাজনৈতিক দলকে নিষিদ্ধ কৰিলে তালিবানে ?

Next Post

‘মেক ইন ইণ্ডিয়া’ ৰ দ্বাৰা ভাৰতে নিৰ্মাণ কৰিলে ২ বিলিয়নতকৈও অধিক মোবাইল ফোন

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
‘মেক ইন ইণ্ডিয়া’ ৰ দ্বাৰা ভাৰতে নিৰ্মাণ কৰিলে ২ বিলিয়নতকৈও অধিক মোবাইল ফোন

'মেক ইন ইণ্ডিয়া’ ৰ দ্বাৰা ভাৰতে নিৰ্মাণ কৰিলে ২ বিলিয়নতকৈও অধিক মোবাইল ফোন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7