পৃথিৱীত অৱতৰণ কৰিবলৈ সাজু হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্ব প্ৰথম ব্যক্তিগত মহাকাশচাৰী অভিযানৰ বিজ্ঞানীৰ দল ৷ ২৪ এপ্ৰিল দেওবাৰে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (আইএছএছ) ভ্ৰমণ কৰা প্ৰথম সৰ্ব-ব্যক্তিগত মহাকাশচাৰী দলটোৱে পৃথিৱীলৈ উভতি আহিবলৈ কক্ষীয় পৰীক্ষাগাৰ ত্যাগ কৰিছিল।
প্ৰায় ৯.১০ বজাত ইডিটি (০১১০জিএমটি সোমবাৰে), এটা স্পেচএক্স ক্ৰূ-ড্ৰেগন কেপচুলে এক্সিওম স্পে’চৰ পৰা এটা চাৰি জনীয়া দলক লৈ ১৬ ঘণ্টাৰ উভতণি যাত্ৰা আৰম্ভ কৰে।
The @SpaceX Dragon Endeavour undocked from the station at 9:10pm ET today to return four @Axiom_Space astronauts to Earth on Monday. https://t.co/Of44cA1hxq
— International Space Station (@Space_Station) April 25, 2022