VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৮ নৱেম্বৰত বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ

ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ

voicedesk by voicedesk
November 5, 2022
in বিজ্ঞান
৮ নৱেম্বৰত বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ভাৰততে প্ৰভাৱ পৰিব ৮নৱেম্বৰ তাৰিখে   হ’ব লগীয়া  বৰ্ষৰ শেষৰটো চন্দ্ৰ গ্ৰহণৰ   ৷ জানিব পৰা মতে  ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত দৃশ্যমান হ’ব এই  চন্দ্ৰগ্ৰহণ । ইয়াৰ উপৰিও আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো এই  চন্দ্ৰগ্ৰহণ  দৃশ্যমান হ’ব ।

অহা ৮ নৱেম্বৰ মঙলবাৰে হ’বলগীয়া মহাকাশীয় পৰিঘটনাটো  দুপৰীয়া ২:৪১ বজাৰ পৰা আৰম্ভ হৈ  সন্ধিয়া ৬:২০ বজাত সমাপ্ত হ’ব। অৱশ্যে ভাৰতৰ কেইখনমান ঠাইতহে সম্পূৰ্ণকৈ দৃশ্যমান হোৱাৰ বিপৰীতে বেছিভাগ ঠাইতে আংশিকভাৱে দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ । আনহাতে ভাৰতৰ বাহিৰেও আমেৰিকাত এই মহাকাশীয় পৰিঘটনাটো সম্পূৰ্ণৰূপে দৃশ্যমান হ’ব   ।

উল্লেখযোগ্য যে ৮ নৱেম্বৰত ভাৰতৰ উত্তৰ-পূব দিশত এই চন্দ্ৰগ্ৰহণ প্ৰথমে দৃশ্যমান হ’ব। উত্তৰ-পূব ভাৰতৰ অন্যতম ৰাজ্য  অৰুণাচল প্ৰদেশৰ বাসিন্দা সকল প্ৰথমতেই সাক্ষী হ’ব এই পৰিঘটনাৰ ৷অৱশ্যে উত্তৰ-পূব অঞ্চলৰ বাহিৰে ভাৰতৰ সকলো ৰাজ্যতে আংশিক চন্দ্ৰগ্ৰহণহে দেখা যাব৷ ভাৰতৰ বাহিৰেও এছিয়া, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ-পূব ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আদি দেশৰ বেছিভাগ ঠাইতে বছৰৰ শেষৰ এই চন্দ্ৰ গ্ৰহণৰ পৰিঘটনা  দৃশ্যমান হ’ব  ৷

অৱশ্যে দক্ষিণ পশ্চিম ইউৰোপ, আফ্ৰিকাত দৃশ্যমান নহ’ব বছৰটোৰ এই শেষৰটো চন্দ্ৰগ্ৰহণ ।

Previous Post

দিল্লী পৌৰ নিগম –গুজৰাট নির্বাচনত পৰাস্ত হ’ব বিজেপি –মন্তব্য আৰবিন্দ কেজৰিৱালৰ ?

Next Post

শীতকালত বৰফেৰে আবৃত্ত আকৰ্ষণীয় প্ৰাকৃতিক শোভাৰে পৰ্যটকৰ  আকৰ্ষণ লাভ কৰা ভাৰতৰ অন্যতম ঠাইবোৰ

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
শীতকালত  বৰফেৰে আবৃত্ত আকৰ্ষণীয় প্ৰাকৃতিক শোভাৰে পৰ্যটকৰ  আকৰ্ষণ লাভ কৰা ভাৰতৰ  অন্যতম ঠাইবোৰ

শীতকালত বৰফেৰে আবৃত্ত আকৰ্ষণীয় প্ৰাকৃতিক শোভাৰে পৰ্যটকৰ  আকৰ্ষণ লাভ কৰা ভাৰতৰ অন্যতম ঠাইবোৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7