VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বব্ৰহ্মাণ্ডৰ আছে নিজস্ব ‘সংগীত’ , বিজ্ঞানীৰ নতুন আৱিস্কাৰ

voicedesk by voicedesk
June 30, 2023
in বিজ্ঞান
বিশ্বব্ৰহ্মাণ্ডৰ আছে  নিজস্ব ‘সংগীত’ , বিজ্ঞানীৰ নতুন আৱিস্কাৰ
0
SHARES
43
VIEWS
Share on FacebookShare on Twitter

বিশ্বব্ৰহ্মাণ্ডৰ  আছে নিজা সংগীত! মহাকৰ্ষণ শক্তিৰ প্ৰবাহবোৰ প্ৰায় পোহৰৰ বেগেৰে বিশ্বব্ৰহ্মাণ্ডৰ মাজেৰে যাত্ৰা কৰে। আৰু তাৰ বাবেই মৃদু শব্দ তৰংগৰ সৃষ্টি হয়। কমেও এশ বছৰৰ আগতে বিশ্বব্ৰহ্মাণ্ডৰ এই ‘নেপথ্য সংগীত” উপলব্ধি কৰিছিল বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে। কিন্তু  তেওঁ কোনো প্ৰমাণ দেখুৱাব নোৱাৰিলে। অৱশেষত বিজ্ঞানীসকলে সেই তত্ত্বৰ প্ৰমাণ লাভ কৰিছে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ জ্যোতিৰ্বিজ্ঞানীসকলে আজি একেলগে এই খবৰটো ঘোষণা কৰে।

 

এই গৱেষণাৰ সৈতে এশৰো অধিক বিজ্ঞানী জড়িত আছিল। উত্তৰ আমেৰিকা, ইউৰোপ, চীন, ভাৰত আৰু অষ্ট্ৰেলিয়াত ৰেডিঅ’ টেলিস্কোপৰ সহায়ত প্ৰমাণ লাভ কৰিছে বিজ্ঞানীসকলে । গৱেষকসকলে কয় যে বহু বছৰৰ চেষ্টাৰ অন্তত বিশ্বব্ৰহ্মাণ্ডৰ নতুন তথ্য উণ্মোচিত হৈছে ৷

 

২০১৫ চনলৈকে বিজ্ঞানীসকল এই বিষয়ে নিশ্চিত নাছিল। সেই বছৰ দুটা কৃষ্ণগহ্বৰৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা মহাকৰ্ষণীয় তৰংগ আমেৰিকা আৰু ইটালীৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই ধৰা পেলাইছিল। এনে বিপৰ্যয়জনক মহাজাগতিক পৰিঘটনাই দীঘলীয়া কম্পাঙ্ক তৰংগ উৎপন্ন কৰে। কিন্তু দশক দশক ধৰি বিজ্ঞানীসকলে কম কম্পাঙ্ক মহাকৰ্ষণীয় প্ৰবাহৰ সন্ধান কৰি আহিছে। বিজ্ঞানীসকলে আগতে বিশ্বাস কৰিছিল যে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত এনে সোঁত অবিৰতভাৱে গতি কৰি আছে। প্ৰমাণৰ সন্ধানত তেওঁলোকে ‘ইণ্টাৰনেচনেল পালছাৰ টাইমিং এৰে কনচৰ্টিয়াম’ নামৰ অভিযানত নামি পৰে। আজিৰ প্ৰায় প্ৰতিখন মহাদেশৰ বিজ্ঞানীসকলে একত্ৰিত হৈ কয় যে তেওঁলোকে পটভূমিৰ সোঁতৰ প্ৰমাণ পাইছে। ইউৰোপীয় পালছাৰ টাইমিং এৰেৰ সদস্য মাইকেল কিথে কয় যে তেওঁলোকে এতিয়া বিশ্বব্ৰহ্মাণ্ডখন মহাকৰ্ষণীয় প্ৰবাহেৰে ভৰি আছে বুলি তথ্য লাভ কৰিছে ।

 

যেতিয়া কোনো বস্তুৰ মাজেৰে মহাকৰ্ষণীয় প্ৰবাহ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গতি কৰে, তেতিয়া মহাকাশখন সূক্ষ্মভাৱে সংকোচিত আৰু প্ৰসাৰিত হয়। বিজ্ঞানীসকলে কম কম্পাঙ্ক মহাকৰ্ষণীয় প্ৰবাহৰ এই সংকোচন-প্ৰসাৰণৰ প্ৰমাণ বিচাৰিবলৈ আৰম্ভ কৰিলে। তাৰ বাবে তেওঁলোকে মৃত তৰা (পালছাৰ)ৰ কেন্দ্ৰীয় আঙঠিবোৰ নিৰীক্ষণ কৰে । নিয়মীয়াকৈ ৰেডিঅ’ তৰংগৰ জিলিকনি তেওঁলোকে প্ৰত্যক্ষ কৰে। কিথে কয়, “ঘড়ীৰ কাঁটাৰ দৰে কাম কৰে। নিৰ্দিষ্ট ব্যৱধানত জিলিকি উঠে ।” এইদৰে বিজ্ঞানীসকলে দীৰ্ঘদিনীয়া পৰ্যবেক্ষণৰ সময়ত মহাকৰ্ষণীয় প্ৰবাহ আৰু ইয়াৰ পিছফালে থকা ‘সংগীত’ আৱিষ্কাৰ কৰিছে। বিজ্ঞানী কিথে কয় –“কৃষ্ণগহ্বৰৰ ভিতৰত গুণগুণনি শব্দটো ভিৰ কৰা ৰেষ্টুৰেণ্টত বহি থকা শব্দৰ দৰেই। মানুহে কথা পাতিছে আৰু ই কোমল, ক্ষীণ গুণগুণনি এটা কৰি আছে। যাদু যেন লাগিব শুনিলে।” প্ৰতিখন দেশৰ গৱেষণা পত্ৰ এখন সুকীয়া আলোচনীত প্ৰকাশ পাইছিল।

Previous Post

পাঁচ বছৰৰ পাছত প্ৰথম ১০০ৰ তালিকাত সুনীলৰ ভাৰতীয় ফুটবল দল

Next Post

দুৰ্ঘটনা এতিয়া অতীত ! অ’চেনগেটে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পুনৰ দিছে বিজ্ঞাপন

Related Posts

ছিটবেল্ট বান্ধিও মহাকাশলৈ যোৱা নহ’ল সুনীতা উইলিয়ামছৰ! আকস্মিক বিজুতিৰ বাবে বাতিল কৰা হ’ল উৰণ
বিজ্ঞান

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

June 6, 2024
চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি
বিজ্ঞান

চীনৰ চাং-৬ৰ চন্দ্ৰত অৱতৰণ, চন্দ্ৰ পৃষ্ঠৰ পৰা কঢ়িয়াই আনিব শিল-মাটি

June 5, 2024
দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ
বিজ্ঞান

দূৰৈৰ গ্ৰহত আছে নেকি জীৱ? জেমছ ৱেব স্পেচ টেলিস্কোপৰ নতুন তথ্য বিশ্লেষণ আৰম্ভ নাছাৰ বিজ্ঞানীৰ

April 30, 2024
কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?
বিজ্ঞান

কেৱল আমেৰিকানসকলেহে চন্দ্ৰত ভৰি দিছে, এইবাৰ প্ৰথমবাৰৰ বাবে নাছাৰ ‘পৰম্পৰা’ ভংগ হ’ব! কোনখন দেশৰ মহাকাশচাৰীয়ে ভৰি দিব চন্দ্ৰত ?

April 12, 2024
সাত বছৰৰ পাছত দেখিবলৈ পাব  সম্পূৰ্ণ সূৰ্যগ্ৰহণ,  আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা
বিজ্ঞান

সাত বছৰৰ পাছত দেখিবলৈ পাব সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আমেৰিকাত বিৰল মহাজাগতিক পৰিঘটনা চাবলৈ উৎসুকতা

April 8, 2024
মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ
বিজ্ঞান

মহাকাশৰ পৰা সূর্যগ্ৰহণ কেনেকুৱা দেখা যাব? আদিত্য-এল১-এ পর্যবেক্ষণ কৰিব সূর্যগ্ৰহণ

April 6, 2024
Next Post
দুৰ্ঘটনা এতিয়া অতীত ! অ’চেনগেটে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পুনৰ দিছে  বিজ্ঞাপন

দুৰ্ঘটনা এতিয়া অতীত ! অ’চেনগেটে টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ পুনৰ দিছে বিজ্ঞাপন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7