VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এজন শিক্ষক প্ৰকৃততে কেনে হোৱা উচিত ?

পুৰণি গোলক সমূহ অংকন কৰি  ছাত্ৰ-ছাত্ৰী সকলক  অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বাস্তৱ ধাৰণা দিয়াৰ প্ৰয়াস এজন শিক্ষকৰ

voicedesk by voicedesk
December 14, 2022
in সমাজ
এজন শিক্ষক প্ৰকৃততে কেনে হোৱা উচিত ?
0
SHARES
149
VIEWS
Share on FacebookShare on Twitter

এজন শিক্ষক ৷ এইখন অসমৰে এজন এনে শিক্ষক যি নিজৰ সৃষ্টিশীলতাৰে আগুৱাই যোৱাৰ পথ দেখুৱাইছে ছাত্ৰ-ছাত্ৰী সকলক ৷ মাজে সময়ে সামাজিক মাধ্যম যোগে নিজৰ সৃষ্টিশীলতাৰ আভাস দি তেওঁ দৃষ্টি আকৰ্ষণ কৰিছে আন বহুজনৰ ৷ বিশেষকৈ গ্ৰন্থসুবাস নামৰ জনপ্ৰিয় ফেচবুক গোটটোত তেওঁ প্ৰায়ে আপলোড কৰা প’ষ্ট বোৰ দেখি বহুজনেই মন্তব্য কৰিছে যে ৱাহিদুৰৰ দৰে শিক্ষকৰ অভাৱ এইখন অসমত ৷

হয় ,সঁচাকৈয়ে এনেকুৱা এজন শিক্ষক পোৱাটো সঁচাকৈয়ে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে হয়তো ভাগ্যৰ কথা ৷ এনে উদাহৰণ বিৰল যদিও অসমৰ ঠায়ে ঠায়ে দুই এজন এনে শিক্ষক নথকাও নহয় ৷

শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুকৰ এই গোটটোত ৱাহিদুৰ হাজৰিকা নামৰ এই শিক্ষক গৰাকীয়ে আপলোড কৰা কেইখনমান ফট’ দেখি নিশ্চয় আচৰিত হ’ব আপুনিও ৷এই বিশেষ  ফট’কেইখন আপলোড কৰি তেওঁ লিখিছে যে  বিদ্যালয়ত পৰি থকা পুৰণি গোলক সমূহক এনেদৰে অংকন কৰি  ছাত্ৰ-ছাত্ৰী সকলক  অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ লগতে গোলাৰ্ধসমূহৰো এক বাস্তৱ ধাৰণা দিব পৰা যায় !

নিশ্চয়কৈ পুৰণি গোলক সমূহত এনেদৰে ৰং সানি পুনৰ সুন্দৰকৈ সজাই যদি এনে ৰূপত ছাত্ৰ-ছাত্ৰী সকলৰ ওচৰলৈ লৈ যোৱা হয় ছাত্ৰ-ছাত্ৰীসকল নিশ্চয়কৈ যথেষ্ট উপকৃত হ’ব ৷

এই সাধাৰণ যেন লগা এটি অসাধাৰণ কামৰ যোগেদি যেন ৱাহিদুৰ নামৰ এই শিক্ষক গৰাকীয়ে এই কথাকেই প্ৰতিপন্ন কৰিলে যে শিক্ষাৰ্থী সকলৰ বাবে সদায় এজন ভাল শিক্ষক পোহৰৰ উৎস ৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আকাশখনৰ তেওঁলোক একো একোটা সূৰ্য্য ৷

Previous Post

‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২২’ ৰ মূল উদ্দেশ্য কি?

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7