VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২২’ ৰ মূল উদ্দেশ্য কি?

শক্তিৰ অপব্যৱহাৰৰ পৰিৱৰ্তে সৎ ব্যৱহাৰ কৰাই এই দিৱসৰ তাৎপৰ্য্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 14, 2022
in সমাজ
‘ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২২’ ৰ মূল উদ্দেশ্য কি?
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

ভাৰতত প্ৰতি বছৰে ১৪ ডিচেম্বৰত পালন কৰা হয় ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস । ১৯৯১ চনৰ পৰাই ভাৰতত এই দিৱস পালন কৰি অহা হৈছে । শক্তি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়।

শক্তি সংৰক্ষণ বৰ্তমান সময়ত সমগ্ৰ বিশবৰ বাবেই এক বৃহৎ প্ৰয়োজনীয়তা ৷  ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উদযাপনৰ মূল লক্ষ  হৈছে শক্তি আৰু সম্পদ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা। শক্তি সংৰক্ষণ মানে শক্তিৰ  অপব্যৱহাৰ কৰাৰ পৰিৱৰ্তে  ইয়াৰ সৎ-ব্যৱহাৰ কৰা।

২০০১ চনত ভাৰতীয় শক্তি দক্ষতা ব্যুৰোৱে ভাৰতীয় শক্তি সংৰক্ষণ আইন কাৰ্যকৰী কৰে, য’ত শক্তি সংৰক্ষণ সম্পৰ্কীয় নীতি প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তাৰ পিছৰে পৰা প্ৰতি ১৪ ডিচেম্বৰত শক্তি সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন আলোচনা, সন্মিলন আৰু কৰ্মশালাৰো আয়োজন কৰা হয় আৰু সমগ্ৰ দেশতে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়।

ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস ২০২২ উদযাপনৰ মূল উদ্দেশ্য হৈছে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি শক্তিৰ সৎ ব্যৱহাৰ কৰা  । শক্তি সংৰক্ষণ দিৱসৰ জৰিয়তে নাগৰিকসকলক শক্তি সংৰক্ষণৰ বিষয়ে সজাগ কৰা হয় আৰু শক্তিৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিভিন্ন তথ্য প্ৰদান কৰা হয়। এই দিৱসত সমান্তৰালকৈ শক্তি সংৰক্ষণৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে নাগৰিকক তথ্য দিয়াৰ উপৰিও  তেওঁলোকৰ অংশগ্ৰহণৰ জৰিয়তে শক্তি সংৰক্ষণৰ বৃহত্তৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰা হয়।

Previous Post

‘পাঠকেই কাহিনীৰ চৰম কাঠগৰা’;জুৰি বৰুৱা

Next Post

এজন শিক্ষক প্ৰকৃততে কেনে হোৱা উচিত ?

Related Posts

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?
সমাজ

ৰক্ষকেই ভক্ষক নেকি? জোনমণি ৰাভাৰ মৃত্যুৱে কি উদঙাইছে ?

May 24, 2023
দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা
সমাজ

দহ দিনত লক্ষ লক্ষ লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এখন বাগিচা

April 13, 2023
জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?
সমাজ

জৈন ধৰ্মৰ পঞ্চশীল নীতি কি?

April 4, 2023
ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?
সমাজ

ঘড়ীৰ বিজ্ঞাপনসমূহত কিয় দেখুওৱা হয় ১০:১০ বজাৰ সময়?

April 4, 2023
সুৰাৰ বটলত গামোচা বিতৰ্ক
সমাজ

সুৰাৰ বটলত গামোচা বিতৰ্ক

April 4, 2023
নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক  প্ৰদান কৰে এক  অনন্য ট্ৰেকিং অভিজ্ঞতা
সমাজ

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

March 24, 2023
Next Post
এজন শিক্ষক প্ৰকৃততে কেনে হোৱা উচিত ?

এজন শিক্ষক প্ৰকৃততে কেনে হোৱা উচিত ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7