VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লণ্ডনৰ আন্তর্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্রিত অনুৰাধা শৰ্মা পূজাৰী

প্রথমগৰাকী অসমীয়া সাহিত্যিকৰূপে অংশ ল'ব দুখন আলোচনা সত্রত

voicedesk by voicedesk
June 6, 2024
in সমাজ
লণ্ডনৰ আন্তর্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্রিত অনুৰাধা শৰ্মা পূজাৰী
0
SHARES
66
VIEWS
Share on FacebookShare on Twitter

লণ্ডনৰ আন্তর্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্রিত হৈছে সাহিত্য অকাডেমী বঁটাপ্রাপক সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী। প্রথমগৰাকী অসমীয়া সাহিত্যিকৰূপে তেওঁ অংশ ল’ব দুখন গুৰুত্বপূর্ণ আলোচনা সত্রত। ব্রিটিছ দূতাবাসৰ সহযোগত অহা ৭-৯ জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত ব্রিটিছ লাইব্ৰেৰীত অনুষ্ঠিত হ’ব জয়পুৰ সাহিত্য উৎসৱ (জে এল এফ), লণ্ডন- ২০২৪। জে এল এফ, লণ্ডনৰ হৈ ব্ৰিটিছ দূতাবাসৰ আমন্ত্রণক্রমে লণ্ডনলৈ উৰা মাৰিছে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক-সাংবাদিকগৰাকীয়ে।

 

বিশ্বৰ আগশাৰীৰ আন্তর্জাতিক সাহিত্য উৎসৱসমূহৰ জে এল এফ, লণ্ডনলৈ ভাৰতৰ লগতে কেইবাখনো দেশৰ বহু বিশিষ্ট কবি, সাহিত্যিক, গৱেষক, দার্শনিক, চিন্তাবিদেও অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে জয়পুৰ সাহিত্য উৎসৱ ৰাজস্থানৰ জয়পুৰৰ লগতে লণ্ডন আৰু আমেৰিকাতো অনুষ্ঠিত হয়। লণ্ডনত অনুষ্ঠিত সাহিত্য উৎসৱটোৱে ইতিমধ্যে এটা দশক সম্পূর্ণ কৰি একাদশ বৰ্ষত ভৰি দিছে। প্রধানতঃ ইংৰাজী ভাষাত সাহিত্য চর্চা কৰা বিশ্বৰ বিভিন্ন দেশৰ বিশিষ্ট সাহিত্যিক-চিন্তাবিদ, দার্শনিকসকলক এই উৎসৱলৈ আমন্ত্রণ জনোৱা হয়।

 

একাদশ বর্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া সাহিত্য উৎসৱটোৰ দুখন আলোচনা সত্রত আলোচক হিচাপে আমন্ত্রিত হৈছে অনুৰাধা শৰ্মা পূজাৰী । জে এল এফ, লণ্ডনৰ ফালৰ পৰা সাহিত্যিকগৰাকীলৈ প্ৰেৰণ কৰা নিমন্ত্রণী পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত সাহিত্য চর্চা কৰা সাহিত্যিক হিচাপে অনুৰাধা শৰ্মা পূজাৰীক আলোচনা সত্রত অংশ ল’বলৈ আমন্ত্রণ জনোৱা হৈছে। লক্ষণীয়ভাবে জয়পুৰত অনুষ্ঠিত জয়পুৰ সাহিত্য উৎসবত ইতিমধ্যে অসমীয়া সাহিত্যিকগৰাকীয়ে অংশগ্রহণ কৰিছে। এইবাৰ জে এল এফ, লণ্ডনলৈ আমন্ত্রণ জনোৱা কথাই বহন কৰিছে বিশেষ তাৎপর্য। লণ্ডনলৈ উৰা মৰাৰ পূর্বে অনুৰাধা শর্মা পূজাৰীয়ে কয়- ‘অসমীয়া লেখক বুলি উল্লেখ কৰি সাহিত্য উৎসৱৰ তৰফৰ পৰা মোক আমন্ত্রণ জনোৱাটো স্বাভাৱিকতে ভাল খবৰ। বিশ্বৰ এখন আগশাৰীৰ মঞ্চত অসমীয়া ভাষাত সাহিত্য চর্চা কৰা লেখক এগৰাকীক আলোচক হিচাপে আমন্ত্রণ জনোবাটো অসমীয়া সাহিত্যৰ বাবে উল্লেখনীয় কথা হিচাপে বিবেচিত হৈছে।’

 

 

Previous Post

তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিলে সুনীতা উইলিয়ামছে

Next Post

আজি কলকাতাত সুনীল ছেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
মেছিৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে খেলিব সুনীল! এছিয়ান কাপত ভাৰতৰ গ্ৰুপত আৰু কোন আছে?

আজি কলকাতাত সুনীল ছেত্ৰীৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7