VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

বৰ্তমান সময়ত ভাৰতৰ এখন বিলাসী হোটেল ৰামবাগ প্ৰাসাদ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 19, 2023
in সমাজ
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ এখন ঐতিহাসিক ৰাজ্য ৰাজস্থান ৷ ৰজা-মহাৰজা সকলৰ দ্বাৰা নিৰ্মিত বিভিন্ন ঐতিহাসিক সমলেৰে সমৃদ্ধ এই ৰাজ্যৰ ৰাজধানী জয়পুৰ যি পিংক চিটি নামেৰে সমগ্ৰ বিশ্বতে জনাজাত ৷ এইখন চহৰৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ প্ৰতি বছৰেই সমাগম ঘটে দেশী-বিদেশী লক্ষ লক্ষ পৰ্য্যটকৰ ৷

যদি আপুনিও ভাৰতীয় ইতিহাসৰ প্ৰতি আকৰ্ষিত,আপুনিও সেই সময়ত নিৰ্মিত এই ৰাজপ্ৰসাদবোৰ,বৃহৎ বৃহৎ অট্টালিকাবোৰৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰিব বিচাৰে তেন্তে জয়পুৰৰ এই ঠাইবোৰলৈ গৈ আপুনি ইয়াৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰে ৷

ৰামবাগ প্ৰাসাদ-

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ ।  জয়পুৰ আৰু ভাৰতৰ অন্যতম বিলাসী ৰাজপ্ৰসাদ হিচাপে পৰিচিত এই ৰামবাগ প্ৰাসাদ । যি বৰ্তমান সময়ত  ভাৰতৰ এখন বিলাসী পেলেচ হোটেললৈ ৰূপান্তৰিত হৈছে। ইয়ালৈ আহিলে ইয়াৰ সৌন্দৰ্য্য দেখি স্তম্ভিত হৈ পৰে পৰ্য্যটকসকল।

লেক পেলেচ-

এই প্ৰাসাদৰ লগতে আপুনি উপভোগ কৰিব পাৰে লেক পেলেচৰ মনোমোহা সৌন্দৰ্য্যও । উদয়পুৰত অৱস্থিত এই বিশাল প্ৰাসাদ নিৰ্মাণ কৰিছিল মেৱাৰ বংশৰ মহাৰাণা জগত সিংহ দ্বিতীয়ই । পিচোলা হ্ৰদত নিৰ্মিত ই হ’ল  ৰাজস্থানৰ এক অন্যতম ধুনীয়া প্ৰাসাদ।

Previous Post

চোৰে নিশা ২ বজাত ভাঙিলে এটিএম, নগদ ধন নাপায় ওভতিবলগীয়া হ’ল শুদা হাতে, ক’ত ঘটিল চোৰৰ বিলৈ ?

Next Post

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ  পেকেজ, পঢ়ক সবিশেষ তথ্য
সমাজ

বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ পেকেজ, পঢ়ক সবিশেষ তথ্য

July 6, 2023
Next Post
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব' দিৱস’

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7