VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
January 25, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

আজি গণশিল্পী দিলীপ শৰ্মাৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে পাঠশালাৰ ওচৰৰ বামুণকুছিত তেওঁৰ জন্ম হৈছিল । তেওঁৰ পিতৃ আছিল আৱাহন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ডাঃ দীননাথ শৰ্মা । ১৯৫৯ চনৰ পৰা ১৯৮৫ চনলৈ তেওঁ পল্টন বজাৰ বাঙালী হাইস্কুলত শিক্ষকতা কৰিছিল । প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ আৰু সং‌গীতশিল্পী দিলীপ শৰ্মা আছিল কলিকতা ৰেডিঅ’ত অসমীয়া গীত গোৱা প্ৰথমগৰাকী অসমীয়া শিল্পী । ১৯৪৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী চলচ্চিত্ৰৰ দ্বিতীয় সংস্কৰণৰ সহকাৰী সংগীত পৰিচালকৰ দায়িত্ব দিছিল তেওঁক । ১৯৫০ চনত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে । তেওঁ পত্নী সুদক্ষিণা শৰ্মাৰ সৈতে জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা লৈছিল । তেওঁ পাৰঘাট, নিমিলা অংক আৰু চিকমিক বিজুলী চলচ্চিত্ৰৰ গীততো কণ্ঠদান কৰিছিল আৰু অবুজ বেদনা চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । ২০০২ চনত তেওঁ সন্মানীয় সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল । এইগৰাকী মহান শিল্পীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।

Previous Post

সোৱাদেৰে ভৰা মটৰ গুটিৰ ঘুগুনী খায় নিশ্চয়। প্ৰ’টিন , কেলছিয়াম , ভিটামিন থকা মটৰৰ বিষয়ে জানো আহক

Next Post

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

Related Posts

প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 28, 2023
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

February 27, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 26, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 24, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 22, 2023
প্ৰাতঃস্মৰণীয়
সমাজ

প্ৰাতঃস্মৰণীয়…

February 21, 2023
Next Post
পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

পুনৰ জমেট’ৱে দিব ৮০০পদত নিযুক্তি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7