VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছিনিয়’ৰ ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ মুঠ ১০টা স্বৰ্ণ পদক

শিৱাংগী শৰ্মা,আস্থা চৌধুৰী আৰু বিক্ৰম চাংমাইৰ অভিলেখ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 29, 2021
in ক্ৰীড়া, মুখ্য সংবাদ
ছিনিয়’ৰ ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ মুঠ ১০টা স্বৰ্ণ পদক
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

বেংগালুৰুৰ চুইমিং পুলত উজ্বলিল অসমৰ কেইবাগৰাকীও প্ৰতিশ্ৰুতি সম্পন্ন সাঁতুৰবিদ৷অসমলৈ আহিল সৰ্বমুঠ ৩১টাকৈ পদক৷শিৱসাগৰৰ আস্থা চৌধুৰীয়ে অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক লাভ কৰাৰ পিছত শিৱাংগী শৰ্মাই ১০০মিটাৰ আৰু ৪০০মিটাৰ  ফ্ৰীষ্টাইলত দুটাকৈ স্বৰ্ণপদক বুটলিবলৈ সক্ষম হয়৷আনহাতে শিৱাংগীয়ে পুনৰ ২৭.৩৮ ছেকেণ্ডত মহিলাৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰিছে৷

উল্লাখ্য যে আস্থাই নতুন ৰাষ্ট্ৰীয় অভিলেখেৰে স্বৰ্ণ পদক অৰ্জন কৰাৰ লগতে অসমৰ আন এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন জীয়ৰী জাহ্নৱী কাশ্যপে ব্ৰঞ্জৰ পদক লাভ কৰে৷ল’ৰাৰ তিনি নম্বত গ্ৰুপত আয়ুস বৰাই দুটা ৰূপৰ পদক লাভ কৰাৰ লগতে ল’ৰাৰ চাৰি নম্বৰ গ্ৰুপত সূৰ্য্য চাংমায়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে বুলি জানিব পৰা গৈছে৷এই গ্ৰুপৰ ছোৱালীৰ অনংশা শৰ্মাই ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ছোৱালীৰ চাৰি নম্বৰ গ্ৰুপত অন্বেষা খনিকৰে দুটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয়৷ল’ৰাৰ দুই নম্বৰ গ্ৰুপত জনজয়জ্যোতি হাজৰিকাই  ৫০মিটাৰ বাটাৰফ্লাইত স্বৰ্ণপদক লাভ কৰে৷এক নম্বৰ গ্ৰুপত ল’ৰাৰ শাখাত ভাৰ্গৱ ফুকনে ব্ৰঞ্জৰ পদক অৰ্জন কৰে অনহাতে বিক্ৰম চাংমায়ে এটা স্বৰ্ণ দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ ছোৱালীৰ জুনিয়ৰ শাখাৰ আদ্ৰিজাৰাণী চেতিয়াই অভিলেখকাৰী প্ৰদৰ্শনেৰে ৩টা স্বৰ্ণ আৰু তিনিটা ৰূপৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনে৷

অসমৰ সাঁতুৰবিদ সকলৰ এই প্ৰদৰ্শন দেখি গৌৱৰান্বিত অসমৰ প্ৰতিগৰাকী সাঁতোৰ প্ৰেমী আৰু অসম সাঁতোৰ সংস্থা৷

Previous Post

যান বাহনৰ গতিবেগৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা

Next Post

ডবকা বাসীলৈ সুখবৰ

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
মহিলা আই পি এলৰ আৰম্ভণিৰ তাৰিখ ঘোষণা ব’ৰ্ডৰ, কেতিয়াৰ পৰা, ক’ত হ’ব  এই প্ৰতিযোগিতা?
ক্ৰীড়া

মহিলা আই পি এলৰ আৰম্ভণিৰ তাৰিখ ঘোষণা ব’ৰ্ডৰ, কেতিয়াৰ পৰা, ক’ত হ’ব এই প্ৰতিযোগিতা?

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক এৰন ফিঞ্চৰ হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক এৰন ফিঞ্চৰ হঠাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?
মুখ্য সংবাদ

হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

February 7, 2023
Next Post
ডবকা বাসীলৈ সুখবৰ

ডবকা বাসীলৈ সুখবৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7