VOICE 24x7
Friday, March 31, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰতি ছেকেণ্ডত উপার্জন কৰিব ১,৬৪,০০০ টকা! মেছি-ৰোণাল্ডো ক’ত হ’ব মুখামুখি ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 17, 2023
in ক্ৰীড়া
ছৌদি ক্লাৱ আল নাছেৰৰ সৈতে ৭ বছৰৰ বাবে চুক্তিৱদ্ধ ক্রিষ্টিয়ানো ৰোনাল্ডো, প্ৰতিমাহে লাভ কৰিব ১৪৮ কোটি টকা পাৰিশ্ৰমিক, বিলাসী আৱসগৃহৰ চৌহদত থাকিব শ্বপিং ম’ল
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

ছৌদি আৰৱৰ ক্লাব আল নাছেৰত ​​যোগদান কৰিছে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে। এইবাৰ তেওঁ লিয়নেল মেছিৰ সৈতে মুখামুখি হ’ব। বৃহস্পতিবাৰে মেছিৰ দল পেৰিছ চেণ্ট জাৰ্মেইন (পিএছজি)ৰ বিৰুদ্ধে আল নাছেৰ আৰু আল হিলালে একত্ৰিত হৈ খেলিব ৷। সেই দলৰ বিৰুদ্ধে খেলিবলৈ পি এছ জিয়ে বিপুল পৰিমাণৰ ধন লাভ কৰিব।

 

ৰোনাল্ডোৰ সংযুক্ত একাদশৰ বিৰুদ্ধে খেলিবলৈ পি এছ জিয়ে লাভ কৰিব ৮৮.৫৪ লাখ ৬০ হাজাৰ টকা। অৰ্থাৎ এই মেচখনৰ প্ৰতি ছেকেণ্ডত মূল্য হৈছে  ১ লাখ ৬৩ হাজাৰ ৯৭৪ টকা। ফ্ৰান্সৰ এক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই বৃহৎ পৰিমাণৰ ধন পি এছ জিক দিয়া হ’ব। যাৰ ফলত ক্লাবৰ আয় বহু পৰিমাণে বৃদ্ধি পাব। যোৱা বছৰ ক্লাবটোৰ লোকচান হৈছিল ৩২৭৫ কোটি ৯৪ লাখ ৩০ হাজাৰ টকা। এইবাৰো লোকচানৰ আশংকা আছে। গতিকে এই বৃহৎ আয়ৰ দ্বাৰা পি এছ জিয়ে কিছু সকাহ লাভ কৰিব ৷

 

ৰিয়াদৰ কিং ফাহদ ষ্টেডিয়ামত মুখামুখি হ’ব মেছি আৰু ৰোনাল্ডো। ৰোনাল্ডোক আল নাছৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে তেওঁ কম্বাইণ্ড একাদশৰ অধিনায়কত্বও কৰিব। ৰোনাল্ডোৱে এতিয়াও আল নাছৰৰ হৈ খেলত ভাগ লোৱা  নাই। দেওবাৰে আল নাছেৰৰ হৈ অভিষেক ঘটাব পাৰে ৰোনাল্ডো। মানচেষ্টাৰ ইউনাইটেডত থকা সময়ছোৱাত ৰোনাল্ডোক দুখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। আল নাছেৰলৈ আহি প্ৰথম দুখন মেচ তেওঁ  খেলিব নোৱাৰিলে।

 

বিশ্বকাপ জয় কৰাৰ পিছত মেছিয়ে পি এছ জিত যোগদান কৰে। পেৰিছ ক্লাবৰ হৈও তেওঁ মেচ খেলিছিল। মেছিৰ বিশ্বকাপ জয়ৰ সপোনও পূৰণ হৈছে। তেওঁ নিজেই কৈছিল যে এয়া তেওঁৰ শেষ বিশ্বকাপ। যদিও তেওঁ আৰ্জেণ্টিনাৰ হৈ আৰু কিছু মেচ খেলিব বিচাৰে। বিশ্বকাপত মেছিয়ে ৭টা গ’ল দিয়ে। ইয়াৰ পিছত মেছিয়ে ছুটীৰ বাবে আৰ্জেণ্টিনালৈ উভতি আহে। ক্লাবৰ পৰা দুসপ্তাহৰ বাবে ছুটী লৈছিল। মেছিয়ে দলটোত পুনৰ দুখন মেচ খেলিছিল। এইবাৰ আকৌ এবাৰ মেছি বনাম ৰোনাল্ডোৰ যুঁজখন চাবলৈ সকলো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৷

Previous Post

ছলমানৰ বাবেই ৰাখীৰ জীৱনলৈ ঘূৰি আহিল আদিল

Next Post

হলিউডৰ প্ৰসিদ্ধ অভিনেত্ৰী জিনা ল’ল’ব্ৰিজিডাৰ মৃত্যু ,বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হিচাপে লভিছিল সুনাম

Related Posts

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ  ৰোনাল্ডো,  সকলোৰে চকু  পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব
ক্ৰীড়া

ৰেষ্টুৰেণ্টত প্ৰেমিকাসহ ৰোনাল্ডো, সকলোৰে চকু পৰিল ৰোনাল্ডোৰ গাড়ীত, দাম শুনিলে আপোনাৰো চকু কপালত উঠিব

March 31, 2023
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত
ক্ৰীড়া

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

March 31, 2023
বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?
ক্ৰীড়া

বিশ্বকাপত ক’ত খেলিব ভাৰত-পাকিস্তানে? ব’ৰ্ডে ক’ত ফাইনেল মেচৰ আয়োজন কৰিব পাৰে?

March 30, 2023
বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?
ক্ৰীড়া

বিৰাট কোহলীয়ে হঠাৎ বিক্ৰী কৰিলে তেওঁৰ অধিকাংশ গাড়ী! কিয়?

March 30, 2023
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন
মুখ্য সংবাদ

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

March 29, 2023
আই পি এলত  ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !
ক্ৰীড়া

আই পি এলত ১৭ গৰাকী ক্ৰিকেটাৰৰ অংশগ্ৰহণক লৈ অনিশ্চয়তা !

March 29, 2023
Next Post
হলিউডৰ প্ৰসিদ্ধ অভিনেত্ৰী জিনা ল’ল’ব্ৰিজিডাৰ মৃত্যু ,বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হিচাপে লভিছিল সুনাম

হলিউডৰ প্ৰসিদ্ধ অভিনেত্ৰী জিনা ল’ল’ব্ৰিজিডাৰ মৃত্যু ,বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হিচাপে লভিছিল সুনাম

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7