VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩টা কৃতিত্বঃ ইডেনত এক ৰানত জয়ী হৈ কলকাতাৰ আৰু পৰাজিত হৈ বেংগালুৰুৰ নজিৰ

voicedesk by voicedesk
April 22, 2024
in ক্ৰীড়া
৩টা কৃতিত্বঃ ইডেনত এক ৰানত জয়ী হৈ কলকাতাৰ আৰু পৰাজিত হৈ বেংগালুৰুৰ নজিৰ
0
SHARES
66
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে অনুষ্ঠিত মেচত ২২২ ৰান সংগ্ৰহ কৰি মাত্ৰ ১ ৰানত জয়লাভ কৰে কলকাতা নাইট ৰাইডাৰ্ছে। ইডেনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে সেই জয়ত তিনিটা নজিৰ গঢ়ি তোলে । দেওবাৰে দুয়োটা দলে  নজিৰ গঢ়ে ৷ মেচখন আছিল উত্তেজনাৰে ভৰা। প্ৰথমে বেটিং কৰি কলকাতাই ২২২ ৰান সংগ্ৰহ কৰি নিশ্চয়তা লাভ কৰা নাছিল। দীনেশ কাৰ্তিক নেতৃত্ব দি যুঁজখন শেষলৈ লৈ যায়। কলকাতাই শেষৰ বলত জয়লাভ কৰে।

 

প্ৰথম অভিলেখ

 

টি-২০ ক্ৰিকেটত ১০টা উইকেট হেৰুৱাই এটা দলে সৰ্বাধিক ৰান সংগ্ৰহৰ তালিকাত বেংগালুৰুৰ এই ইনিংছে শীৰ্ষস্থান দখল কৰে। দেওবাৰে ২২১ ৰান সংগ্ৰহ কৰি অল আউট হয়। সেইবাবেই কেকেআৰে ১ ৰানত জয়লাভ কৰে। কোনো দলেই ১০টা উইকেট হেৰুৱাই ইমান ৰান কৰা নাছিল ।

 

দ্বিতীয় অভিলেখ

সৰ্বনিম্ন ৰাণত পৰাস্ত হৈছে বেংগালুৰু। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২ ৰানত পৰাস্ত হৈছিল। ২০১৪ চনত শ্বাৰজাহত অনুষ্ঠিত হৈছিল এই খেলখন। ১০ বছৰৰ পাছত সেই নজিৰ ভাঙিলে বেংগালুৰুৱে। অৱশ্যে আৰচিবিৰ সৰ্বনিম্ন ৰান দিয়া তালিকাত তিনিবাৰকৈ কেকেআৰৰ নাম উল্লেখ আছে। কে কে আৰৰ বিৰুদ্ধে  ২০০৮ চনত ৫ ৰাণত  আৰু ২০১৪ চনত আৰ চি বি ২ ৰাণত  পৰাস্ত হৈছিল ২ ৰাণত। এইবাৰ ১ ৰাণত পৰাস্ত হ’ল ।

তৃতীয় অভিলেখ

 

আই পি এলত ইয়াৰ পূৰ্বে ইমান কম ৰানত জয়ী হোৱা নাই কে কে আৰ। ২০১৪ চনত বেংগালুৰুৰ বিৰুদ্ধে ২ ৰানত জয়লাভ কৰে। ২০২০ চনত পঞ্জাব কিংছৰ বিৰুদ্ধেও ২ ৰানত জয়লাভ কৰিছিল কলকাতাই। ইয়াৰ পূৰ্বে কেকেআৰে এবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৪ ৰানত জয়লাভ কৰিছিল। সেই মেচখনো ইডেনত অনুষ্ঠিত হৈছিল।

Previous Post

বিশ্বৰ শীৰ্ষ ১০ টা চাউলৰ পুডিঙৰ ভিতৰত কোন তিনিবিধ ভাৰতীয় মিঠাইয়ে লাভ কৰিলে স্থান ?

Next Post

কেৱল নেমুৰ পানী চুমুক দিলেই ওজন নকমে ! দ্ৰুত উপকাৰ পাবলৈ আৰু ৩টা উপাদান মিহলাই লওক

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
কেৱল নেমুৰ পানী চুমুক দিলেই ওজন নকমে ! দ্ৰুত উপকাৰ পাবলৈ আৰু ৩টা উপাদান মিহলাই লওক

কেৱল নেমুৰ পানী চুমুক দিলেই ওজন নকমে ! দ্ৰুত উপকাৰ পাবলৈ আৰু ৩টা উপাদান মিহলাই লওক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7