VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় শিক্ষকৰ আচৰিত অভিলেখ

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত এতিয়ালৈকে অব্যাহত ‘সকলোতকৈ দীঘল কাণৰ চুলি’ৰ অভিলেখ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in ক্ৰীড়া
এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় শিক্ষকৰ আচৰিত অভিলেখ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ এজন  অৱসৰপ্ৰাপ্ত শিক্ষক যি ২০০৭জনতে সৃষ্টি কৰা এক আচৰিত অভিলেখ বৰ্তমান সময়লৈকে অব্যাহত আছে কাৰণ আজিলৈকে কোনেও তেওঁৰ এই আচৰিত অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাই ৷ এণ্টনি ভিক্টৰ নামৰ এইজন শিক্ষকে ২০০৭ চনত বিশ্বৰ  ভিতৰতে আটাইতকৈ দীঘল কাণৰ চুলি থকাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷

এণ্টনিয়ে ২০০৭ চনত এই স্বীকৃতি লাভ কৰিছিল আৰু আজিও এই অভিলেখ অব্যাহত ৰাখিছে।শিক্ষক গৰাকীৰ এই অভিলেখ সন্দৰ্ভত  গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে ইনষ্টাগ্ৰামত  মিষ্টাৰ ভিক্টৰৰ বিষয়ে  এই তথ্য শ্বেয়াৰ কৰিছে ।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ এই পোষ্টটোত প্ৰকাশ পাইছে যে তেওঁক মানুহে “কাণৰ চুলিৰ শিক্ষক” বুলিও চিনি পাইছিল। পোষ্টটোৰ কেপচনত লিখা আছে, “এন্থনীৰ অবিচ্ছেদ্য কাণৰ চুলিৰ অভিলেখ। ভাৰতৰ এন্থনী ভিক্টৰ নামৰ অৱসৰপ্ৰাপ্ত স্কুলৰ প্ৰধান শিক্ষকৰ বাহিৰৰ কাণৰ মাজৰ পৰা চুলি গজি উঠে আৰু ইয়াৰ দৈৰ্ঘ্য ১৮.১ চেণ্টিমিটাৰ (৭.১২ ইঞ্চি) ।” তেওঁ ২০০৭ চনত এই অভিলেখ গঢ়িছিল আৰু আজিও এই অভিলেখ অব্যাহত  আছে।আচৰিত যে  এণ্টনি ভিক্টৰক তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে “কাণৰ চুলিৰ শিক্ষক” বুলিয়েই চিনি পায় ।

View this post on Instagram

A post shared by Guinness World Records (@guinnessworldrecords)

Previous Post

কিয় আৰু কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস ?

Next Post

এলোভেৰাৰ ৰসৰ লগত এই বস্তু দুবিধ মিহলাই লয় নিশ্চয় আপুনিও। কি হয় জানো আহক

Related Posts

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?
ক্ৰীড়া

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান
ক্ৰীড়া

টাইব্ৰেকাৰত আৰ্জেণ্টিনাৰ হৈ বিশ্বকাপ জয় কৰা ফুটবল খেলুৱৈয়ে স্পেনিছ ক্লাব চেভিলাক দিলে ইউৰোপা লীগৰ সন্মান

June 1, 2023
মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি
ক্ৰীড়া

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

May 31, 2023
সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা
ক্ৰীড়া

সৰুসজাইত ৪জুনত চিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা

May 31, 2023
ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
Next Post
এলোভেৰাৰ ৰসৰ লগত এই বস্তু দুবিধ মিহলাই লয় নিশ্চয় আপুনিও। কি হয় জানো আহক

এলোভেৰাৰ ৰসৰ লগত এই বস্তু দুবিধ মিহলাই লয় নিশ্চয় আপুনিও। কি হয় জানো আহক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7