‘কমনৱেলথ গেম্ছ ২০২২’ত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰত ৷ ২৮ জুলাইৰ পৰা বাৰ্মিংহামত আয়োজন কৰা হ’ব ‘কমনৱেলথ গেম্ছ ২০২২। প্ৰতিযোগিতাখন চমু চাপি অহাৰ লগে লগে যুদ্ধং দেহি গতিৰে প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতীয় ক্ৰীড়াবিদ সকলে ৷ এইবাৰ ভাৰতীয় খেলুৱৈসকলে প্ৰতিযোগিতাখনৰ ২০ টা ক্ৰীড়া শাখাৰ নটাত প্ৰতিদ্বন্দিতা কৰিব।
নীৰজ চোপ্ৰা, পি ভি সিন্ধু, মীৰাবাই চানু, লভলিনা বৰগোহাঁই আৰু পুৰুষ হকী দলকে ধৰি মুঠ ১৪৭ জন প্ৰতিযোগীয়ে ইতিমধ্যে সমগ্ৰ বিশ্বৰ ভিতৰতে জনপ্ৰিয় এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ যি সকলে ‘টকিঅ’ অলিম্পিক ২০২০’ত পদক লাভ কৰিবলৈ সক্ষম হৈছিল।আহকচোন জানোঁ এই বিশেষ তালিকাখনত কোন কোন খেলুৱৈৰ নাম সন্নিবিষ্ট হৈছে –
মহিলাৰ কুস্তি:
- পূজা গেহল’ -মহিলাৰ ৫০ কিলোগ্ৰাম
- বিনেশ ফোগাট -মহিলাৰ ৫৩ কিগ্ৰা
- অংশু মালিক- মহিলাৰ ৫৭ কিগ্ৰা
- সাক্ষী মালিক -মহিলাৰ ৬২ কিগ্ৰা
- দিব্যা কাকৰান -মহিলাৰ ৬৮ কিগ্ৰা
- পূজা চিহাগ -মহিলাৰ ৭৬ কিগ্ৰা
পুৰুষৰ কুস্তি:
- ৰবি কুমাৰ দাহিয়া -পুৰুষৰ ৫৭ কিলোগ্ৰাম
- বজৰং পুনিয়া -পুৰুষৰ ৬৫ কিলোগ্ৰাম
- নবীন -পুৰুষৰ ৭৪ কিলোগ্ৰাম
- দীপক পুনিয়া -পুৰুষৰ ৮৬কিগ্ৰা
- দীপক -পুৰুষৰ ৯৭ কিলোগ্ৰাম
- মোহিত গ্ৰেৱাল -পুৰুষৰ ১২৫ কিগ্ৰা
হকী:
- গোলৰক্ষক -পি আৰ শ্ৰীজেশ, কৃষ্ণ বাহাদুৰ পাঠক
- ডিফেণ্ডাৰ -বৰুণ কুমাৰ, সুৰেন্দ্ৰ কুমাৰ, হৰমনপ্ৰীত সিং (ভিচি), অমিত ৰোহিদাস, যুগৰাজ সিং, জাৰ্মানপ্ৰীত সিং
- মিডফিল্ডাৰ -মনপ্ৰীত সিং (চি), হাৰ্দিক সিং, বিবেক সাগৰ প্ৰসাদ, শমছেৰ সিং, আকাশদীপ সিং, নীলকান্ত শৰ্মা
মহিলাবক্সিং:
- নিটু -মহিলাৰ ৪৮ কিগ্ৰা
- নিখাত জাৰিন -মহিলাৰ ৫০ কিলোগ্ৰাম
- জয়ছমিন -মহিলাৰ ৬০ কিলোগ্ৰাম
- লভলিনা বৰগোহাঁই -মহিলাৰ ৭০ কিলোগ্ৰাম
পুৰুষৰ বক্সিং:
- অমিত পাংঘাল -পুৰুষৰ ৫১ কিগ্ৰা
- মহম্মদ হুচামুদ্দিন- পুৰুষৰ ৫৭ কিলোগ্ৰাম
- শিৱ থাপা -পুৰুষৰ ৬৩.৫ কিগ্ৰা
- ৰোহিত টোকাছ- পুৰুষৰ ৬৭ কিলোগ্ৰাম
- সুমিত কুণ্ডু -পুৰুষৰ ৭৫ কিগ্ৰা
- আশীষ চৌধুৰী -পুৰুষৰ ৮০ কিলোগ্ৰাম
- সঞ্জিত-পুৰুষৰ ৯২ কিলোগ্ৰাম
- সাগৰ- পুৰুষৰ ৯২+কিগ্ৰা
বেডমিণ্টন:
- পি ভি সিন্ধু -মহিলা বেডমিণ্টন
- আকৰ্ষী কাশ্যপ -মহিলা বেডমিণ্টন
- ট্ৰিচা জলি-মহিলাবেডমিণ্টন
- গায়ত্ৰী গোপীচান্দ -মহিলা বেডমিণ্টন
- অশ্বিনী পোনাপ্পা -মহিলা বেডমিণ্টন
- লক্ষ্য সেন -পুৰুষৰ বেডমিণ্টন
- কিদাম্বি শ্ৰীকান্ত -পুৰুষৰ বেডমিণ্টন
- সাত্বিকছাইৰাজ ৰঙ্কিৰেড্ডী- পুৰুষৰ বেডমিণ্টন
- চিৰাগ চেট্টী -পুৰুষৰ বেডমিণ্টন
- বি সুমিত ৰেড্ডী -পুৰুষৰ বেডমিণ্টন
ভাৰোত্তোলন:
- মীৰাবাই চানু -মহিলাৰ ৫৫ কিলোগ্ৰাম
- বিন্দিয়াৰাণী দেৱী -মহিলাৰ ৫৯ কিলোগ্ৰাম
- পপী হাজৰিকা -মহিলাৰ ৬৪ কিলোগ্ৰাম
- ঊষা কুমাৰা -মহিলাৰ ৮৭ কিলোগ্ৰাম
- পূৰ্ণিমা পাণ্ডে -মহিলাৰ +৮৭ কিগ্ৰা
- সংকেত মহাদেৱ -পুৰুষৰ ৫৫ কিলোগ্ৰাম
- চানম্বাম ঋষিকান্ত সিং- পুৰুষৰ ৫৫ কিলোগ্ৰাম
- জেৰেমি লালৰিনুঙ্গা -পুৰুষৰ ৬৭ কিগ্ৰা
- অচিন্ত শ্বেউলি -পুৰুষৰ ৭৩ কিগ্ৰা
- অজয় সিং -পুৰুষৰ ৮১ কিলোগ্ৰাম
- বিকাশ ঠাকুৰ -পুৰুষৰ ৯৬ কিলোগ্ৰাম
- ৰাগালা ভেংকট ৰাহুল- পুৰুষৰ ৯৬ কিলোগ্ৰাম
এথলেটিকছ:
- অবিনাশ চেবল -পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ
- নিটেন্দ্ৰ ৰাৱাট -পুৰুষৰ মাৰাথন
- এম শ্ৰীশংকৰ -পুৰুষৰ দীঘল জাম্প
- মহম্মদ আনিস য়াহিয়া -পুৰুষৰ দীঘল জাম্প
- আব্দুল্লা আবুবেকাৰ- পুৰুষৰ ট্ৰিপল জাম্প
- প্ৰবীণ চিত্ৰভেল -পুৰুষৰ ট্ৰিপল জাম্প
- এলডোচ পল -পুৰুষৰ ট্ৰিপল জাম্প
- তাজিন্দৰপাল সিং -পুৰুষৰ শ্বট পুট
- নীৰজ চোপ্ৰা- পুৰুষৰ জেভলিন থ্ৰো
- ডিপি মনু -পুৰুষৰ জেভেলিন থ্ৰো
- ৰোহিত যাদৱ- পুৰুষৰ জেভলিন থ্ৰো
- সন্দীপ কুমাৰ- পুৰুষৰ ১০ কিলোমিটাৰ দৌৰখোজ
- অমিত খাত্ৰী -পুৰুষৰ ১০ কিলোমিটাৰ দৌৰখোজ
- আমোজ জেকব -পুৰুষৰ ৪এক্স ৪০০ মিটাৰ ৰিলে
- নোহ নিৰ্মল টম- পুৰুষৰ ৪ এক্স ৪০০ মিটাৰ ৰিলে
- আৰোকিয়া ৰাজীৱ- পুৰুষৰ ৪এক্স৪০০ মিটাৰ ৰিলে
- মহম্মদ আজমল -পুৰুষৰ ৪এক্স৪০০ মিটাৰ ৰিলে
- নাগানাথন পাণ্ডি -পুৰুষৰ ৪ এক্স ৪০০ মিটাৰ ৰিলে
- ৰাজেশ ৰমেশ -পুৰুষৰ ৪এক্স৪০০ মিটাৰ ৰিলে
- ধনলক্ষ্মী চেকাৰ -মহিলাৰ ১০০ মিটাৰ আৰু৪এক্স৪০০ মিটাৰ ৰিলে
- যোথি য়াৰাজী -মহিলাৰ ১০০মিটাৰ হৰ্ডলচ
- ঐশ্বৰ্য বি -মহিলাৰ দীঘল জাম্প আৰু ট্ৰিপল জাম্প
- এন্সি চোজান -মহিলাৰ দীঘল জাম্প
- মনপ্ৰীত কৌৰ -মহিলা শ্বটপুট
- নৱজিৎ কৌৰ ধিল্লন -মহিলাৰ ডিচকাছ থ্ৰো
- সীমা পুনিয়া -মহিলাৰ ডিচকাচ থ্ৰো
- অন্নু ৰাণী -মহিলাৰ জেভলিন থ্ৰো
- শিল্পা ৰাণী -মহিলাৰ জেভলিন থ্ৰো
- মঞ্জু বালা সিং -মহিলাৰ হাতুৰী নিক্ষেপ
- সৰিতা ৰোমিত সিং -মহিলাৰ হাতুৰী নিক্ষেপ
- ভাৱনা জাট -মহিলাৰ ১০ কিলোমিটাৰ দৌৰখোজ
- প্ৰিয়ংকা গোস্বামী -মহিলাৰ ১০ কিলোমিটাৰ দৌৰখোজ
- হিমা দাস -মহিলাৰ ৪এক্স৪০০ মিটাৰ ৰিলে
- ডুটি চান্দ -মহিলাৰ৪এক্স৪০০ মিটাৰৰিলে
- শ্ৰাবানী নন্দা -মহিলাৰ ৪এক্স৪০০ মিটাৰ ৰিলে
- এমভি জিলনা -মহিলাৰ ৪এক্স৪০০ মিটাৰ ৰিলে
- এনএছ চিমি -মহিলাৰ ৪এক্স৪০০ মিটাৰ ৰিলে