VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৱতম দৌৰবিদ অম্লান বৰগোহাঁইৰ পৰৱৰ্তী লক্ষ্য হ’ব কমনৱেলথ আৰু এছিয়ান গে’মছ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
September 22, 2021
in ক্ৰীড়া
ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৱতম দৌৰবিদ অম্লান বৰগোহাঁইৰ পৰৱৰ্তী লক্ষ্য হ’ব কমনৱেলথ আৰু এছিয়ান গে’মছ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ অন্য এক সংযোজন অম্লান বৰগোহাঁই।যি তেলেংগানাত অনুষ্ঠিত হোৱা ৬০ সংখ্যক ৰাষ্ট্ৰীয় মুকলি এথলেটিকছ ছেম্পিয়নশ্বিপত দুটাকৈ পদক লাভ কৰি প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণ জিকি ১০০ মিটাৰতো অম্লানে কঢ়িয়াই আনিছে ৰূপৰ পদক।এই সফলতাৰ পিছত এতিয়া অম্লানৰ লক্ষ্য কমনৱেলথ আৰু এছিয়ান গে’মছ।

বৰ্তমান ভুৱনেশ্বৰৰ ৰিলায়েন্স ফাউণ্ডেচনৰ এথলেটিকছ হাই পাৰফৰ্মেন্স কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অম্লানে সদ্য অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত আধিপত্য দেখুৱাব পাৰিব বুলি পূৰ্বৰ পৰাই আত্মবিশ্বাসী আছিল।

দৌৰ সমাপ্ত কৰি অম্লানে কয়,”মই মোৰ প্ৰদৰ্শনক লৈ সুখী যদিও মই জানো যে মই কিছু ভুল কৰিছিলো।ভুল অবিহনে মই আৰু অধিক বেগত দৌৰিব পাৰিম।যোৱা কেইটামাহ মই মোৰ ফিনিছিং স্পীড যথেষ্ট বৃদ্ধি কৰিছো।‘’

ইফালে এইছ পি চিৰ মুখ্য প্ৰশিক্ষক জেমছ হিলাৰৰ মতে ২০০ মিটাৰ ইভেন্টত বৰ্তমান অম্লান দেশৰ ভিতৰতে এগৰাকী শ্ৰেষ্ঠ দৌৰবিদ। একেদৰে ১০০ মিটাৰত তেওঁ নিজৰ স্পীড বঢ়াই নিলে ২০০ মিটাৰতো খেলুৱৈ জনক সহায় কৰাৰ লগতে ১০০ মিটাৰতো ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিব পাৰিব।

তেনেক্ষেত্ৰত এই ২৩ বছৰীয়া এথলিট গৰাকীয়ে এতিয়া আগন্তুক কমনৱেলথ আৰু এছিয়ান গে’মছৰ বাবে নিজক সাজু কৰি তোলাৰ লক্ষ্য লৈছে।যোৰহাট জিলাৰ এই তৰুণ খেলুৱৈ গৰাকী সৰুৰে পৰা ফুটবলৰ প্ৰতি অধিক আকৰ্ষিত আছিল যদিও পিছলৈ এথলেটিকছতহে প্ৰশিক্ষণ গ্ৰহণ কৰে।

ইফালে হিমা দাসৰ পিছতেই অম্লানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিব বুলি আশা ব্যক্ত কৰিছে অসমৰ জেষ্ঠ এথলেটিকছ প্ৰশিক্ষক নিপন দাসে।

Previous Post

অনলাইনৰ জৰিয়তে গৰ্ভৱতী হৈ জন্ম দিলে সুস্থ সন্তানঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

Next Post

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃপ্ৰসংগ আফগানিস্তান, সন্ত্ৰাসবাদ

Related Posts

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?
ক্ৰীড়া

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?
ক্ৰীড়া

শচীন- অমিতাভৰ পাছত কোনে পালে বিশ্বাকাপৰ গ’ল্ডেন টিকট ?

September 20, 2023
গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী
ক্ৰীড়া

গুৱাহাটীত প্ৰদর্শন এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী

September 13, 2023
ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে
ক্ৰীড়া

ছুপাৰ ফ’ৰত ভাৰত-পাকৰ মেচ উপভোগৰ পৰা পুনৰ বঞ্চিত হোৱাৰ আশংকা ঘনীভূত হৈছে

September 6, 2023
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল
ক্ৰীড়া

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ নেহৰু ষ্টেডিয়ামত চাইকেল ৰেলী- পৰম্পৰাগত খেল

August 29, 2023
এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক,  নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা
ক্ৰীড়া

এছিয়া কাপৰ পূৰ্বে বাবৰৰ ক্ৰিকেট ব’ৰ্ডত নাটক, নিশাৰ ভিতৰতে অধ্যক্ষক অপসাৰণ কৰাৰ সম্ভাৱনা

August 23, 2023
Next Post
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃপ্ৰসংগ আফগানিস্তান, সন্ত্ৰাসবাদ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃপ্ৰসংগ আফগানিস্তান, সন্ত্ৰাসবাদ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7