VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিব আজিংক্য ৰাহানেই, ৰোহিত শৰ্মাক জিৰণি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 12, 2021
in ক্ৰীড়া
নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতীয় দলক নেতৃত্ব দিব আজিংক্য ৰাহানেই, ৰোহিত শৰ্মাক জিৰণি
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

নিউজিলেণ্ডৰ বিৰূদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখনীয়া টেষ্ট মেচ ছিৰিজৰ বাবে আজি ভাৰতীয় ঘোষণা কৰিছে বি চি চি আইয়ে। নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হবলগীয়া প্রথমখন টেষ্টত ভাৰতীয় দলটোক নেতৃত্ব দিব আজিংক্য ৰাহানেই।

দ্বিতীয় খন টেষ্ট মেচত দলটোক নেতৃত্ব দিব বিৰাট কোহলিয়ে। অৱশ্যে নতুনকৈ টি ২০ দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা অপেনাৰ ৰোহিত শৰ্মা, উইকেটকীপাৰ ৰিচভ পন্ট,বলাৰ জচপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামীক জিৰণি প্রদান কৰা হৈছে। টেষ্ট মেচৰ দলটোত উপ অধিনায়ক হিচাপে থাকিব চেতেশ্বৰ পূজাৰা। আনহাতে, কে এছ ভাৰত আৰু ঋদ্ধিমান সাহা উইকেটকীপাৰ হিচাপে থাকিব।

মিডল অৰ্ডাৰ বেটচমেন হিচাপে দীৰ্ঘদিনৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটিছে শ্ৰেয়াছ আয়াৰৰ। প্ৰথমখন মেচ অহা ২৫নবেম্বৰত পুনেত অনুষ্ঠিত হ’ব। অহা তিনি ডিচেম্বৰৰ পৰা মুম্বাইত দ্বিতীয়খন টেষ্ট মেচ আৰম্ভ হ’ব। টেষ্ট মেচৰ পাছতে নিউজিলেণ্ডৰ বিৰূদ্ধে তিনিখন টি২০মেচ খেলিব ভাৰতীয় দলটোয়ে।

Previous Post

এজাইল হাস্পতালত কিদৰে নাম সলাই চাকৰি কৰিছিল কিডনী ৰেকেটেৰে জড়িত চিকিৎসকে?

Next Post

আজি সমগ্ৰ বিশ্বই নিম’নিয়াৰ ভয়াবহতাৰ প্ৰতি মানুহক সচেতন কৰিবলৈ উদযাপন কৰে ‘ বিশ্ব নিম’নিয়া দিৱস’

Related Posts

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?
ক্ৰীড়া

ফাইনেলত পৰাস্ত হোৱাৰ পিছতো কিয় এইবাৰ আই পি এলৰ শ্ৰেষ্ঠ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া ?

May 30, 2023
যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ
ক্ৰীড়া

যন্তৰ মন্তৰত দিব নোৱাৰিব ধৰ্না, মল্লযুঁজাৰুৰ আন্দোলনৰ ক্ষেত্ৰত কঠোৰ স্থিতি দিল্লী আৰক্ষীৰ

May 30, 2023
মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ
ক্ৰীড়া

মালয়েছিয়া মাষ্টাৰছ প্ৰণয়, ভাৰতীয় বেডমিণ্টন চেম্পিয়নৰ বিৰুদ্ধে পৰাজিত চীনৰ খেলুৱৈ

May 29, 2023
আই পি এলত শুভমনে ৰচিলে এই পাচঁ খ্যাতি, অতিক্ৰম কৰিলে বিখ্যাত ক্ৰিকেটাৰক
ক্ৰীড়া

আই পি এলত শুভমনে ৰচিলে এই পাচঁ খ্যাতি, অতিক্ৰম কৰিলে বিখ্যাত ক্ৰিকেটাৰক

May 27, 2023
পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ
ক্ৰীড়া

পাঁচজন ক্ৰিকেটাৰঃ এইবাৰ আই পি এলত বিপুল ধনৰ বিনিময়ত চুক্তিৱদ্ধ হোৱাৰ পিছতো ব্যৰ্থ

May 26, 2023
বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়
ক্ৰীড়া

বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ বিদায়! একক-মিক্স ডাবলছ শাখাত পৰাজয়

May 25, 2023
Next Post
আজি সমগ্ৰ বিশ্বই নিম’নিয়াৰ ভয়াবহতাৰ প্ৰতি মানুহক সচেতন কৰিবলৈ উদযাপন কৰে ‘ বিশ্ব নিম’নিয়া দিৱস’

আজি সমগ্ৰ বিশ্বই নিম’নিয়াৰ ভয়াবহতাৰ প্ৰতি মানুহক সচেতন কৰিবলৈ উদযাপন কৰে ‘ বিশ্ব নিম’নিয়া দিৱস’

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7